উত্তৰ-পূব

অৱশেষত উদ্ধাৰ মেঘালয়ৰ খনিত আবদ্ধ এজন শ্ৰমিকৰ গলিত মৃতদেহ

যোৱা বছৰৰ ডিচেম্বৰ মাহৰ ১৩ তাৰিখে মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাত অৱস্থিত এটা কয়লাখনিৰ ৩৭০ ফুট গভীৰতাত আৱদ্ধ হৈ থকা...

Read moreDetails

তামুলপুৰত অসম দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ সফল সামৰণি

অসম চৰকাৰৰ দ্বাৰা নিবনুৱা যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণ আৰু ৰোজগাৰৰ বাবে চলি থকা আঁচনিৰ ড্ৰিমচ্ এন.জি.ওৰ উদ্যোগত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ...

Read moreDetails

আন্তৰ্গাঁথনি উন্নত কৰাৰ দাবীত এনআইটি মণিপুৰৰ ছাত্ৰ-ছাত্ৰীৰ ধৰ্মঘট

২৩ জানুৱাৰি, বুধবাৰে প্ৰযুক্তিবিদ্যাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, মণিপুৰৰ  চমুকৈ এনআইটি মণিপুৰৰ ছাত্ৰ-ছাত্ৰীসকলে ঘোষণা কৰে যে, যদিহে প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানটোৰ আন্তৰ্গাঁথনি উন্নত কৰা...

Read moreDetails

বিধেয়ক সম্পৰ্কে আলোচনা কৰিবলৈ সৰ্বদলীয় বৈঠকৰ আহ্বান মণিপুৰৰ মুখ্য মন্ত্ৰী বীৰেন সিঙৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত বিভিন্ন ৰাজনৈতিক দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে বহু...

Read moreDetails

কবিতাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ জাগীৰোডত

জাগীৰোড শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী উপলক্ষে সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত জাগীৰোড শাখা কবি সন্মিলনৰ সৌজন্যত বুধবাৰে জাগীৰোড শিশু...

Read moreDetails

হাউলীৰ জয়পুৰত ‘হেপ্পী ভেলী’ নামৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় মুকলি

সংখ্যালঘু অধ্যুষিত অঞ্চল সমূহত গুনগত শিক্ষাৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে স্থানীয় একাংশ শিক্ষাব্ৰতী লোকৰ প্ৰচেষ্টাত বৰপেটা জিলাৰ হাউলীৰ সমীপৰ হালাপাকুৰী-জয়পুৰ...

Read moreDetails

মন্ত্ৰী হিমন্তৰ পুত্ৰ নন্দিল কেপ্টেইন হ’ল প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী পঢ়া বিখ্যাত ডুন স্কুলৰ

দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী পঢ়া, ‘ভাৰতৰ ইটন’ খ্যাত ডুন স্কুলত কেপ্টেইন নিৰ্বাচিত হ’ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্তান...

Read moreDetails

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত অনশনত বহিল অসম গণ পৰিষদৰ বিধায়িনী দল

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত অনশনত বহিল অসম গণ পৰিষদৰ বিধায়িনী দল। আজি পুৱা ৬ বজাৰ পৰা আৰম্ভ...

Read moreDetails

মানুহৰ নিৰ্মমতাৰ বলি হৈ মাজুলীত মৃত্যু শতাধিক পৰিভ্ৰমী পক্ষীৰ

পৰিভ্ৰমী পক্ষীৰ অন্যতম আশ্ৰয় স্থল মাজুলী এতিয়া বিপদজনক হৈ পৰিছে পক্ষীকূলৰ বাবে। মাজুলীবাসীৰ মৰম তথা আশ্রয়ত নিৰাপদ অনুভৱ কৰি প্ৰতি...

Read moreDetails

৫ দিনত ভৰি দিলে মৰাণ ছাত্ৰ সন্থাৰ অৰ্থনৈতিক অৱৰোধে; আজি মুখ্য মন্ত্ৰীৰে বৈঠক

২০ জানুৱাৰিৰ পৰা অৰ্থনৈতিক অৱৰোধত নমা সদৌ মৰাণ ছাত্ৰ সন্থাই আজি মুখ্য মন্ত্ৰী সোণোৱালৰ সৈতে আলোচনাত বহিব। মুখ্য মন্ত্ৰীয়ে আলোচনাত...

Read moreDetails
Page 4766 of 6192 1 … 4,765 4,766 4,767 … 6,192

Stay Connected

Recent News