উত্তৰ-পূব

লেখাপানীত আৰক্ষীৰ অভিযানত আটক দুজন ড্ৰাগছ সৰবৰাহকাৰী

এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত লাল পাহাৰ গাঁৱত আজি আৰক্ষীয়ে...

Read moreDetails

গোগামুখত অসম নাট্য সন্মিলনৰ ৫৭ সংখ্যক কেন্দ্ৰীয় আলোচনাচক্ৰ

লখিমপুৰ আৰু ধেমাজি জিলাৰ সীমান্তত থকা গোগামুখত অসম নাট্য সন্মিলনৰ ৫৭ সংখ্যক কেন্দ্ৰীয় আলোচনাচক্ৰ চলি হৈ আছে। ৬ ডিচেম্বৰ দেওবাৰৰ...

Read moreDetails

একশৰণ ভাগৱতী সমাজৰ ১৫ সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন

৬ জানুৱাৰি দেওবাৰে নাৰায়ণপুৰৰ বঢ়াৰ পো ক্ষেত্ৰত আচাৰ্য ইলাৰাম দাসে প্ৰতিষ্ঠা কৰা একশৰণ ভাগৱতী সমাজৰ ১৫ সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশনৰ লাইখুটা...

Read moreDetails

জনমতলৈ কেৰেপ নকৰি নাগৰিকত্ব বিধেয়কত কেবিনেটৰ অনুমোদন; কাইলৈ লোকসভাত পাছ হোৱাৰ সম্ভাৱনা

অসমবাসীৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ বিৰোধিতা সত্ত্বেও আজি নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬-ত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায়। আজি ইয়াৰ বাবে গঠিত যুটীয়া...

Read moreDetails

বিশিষ্ট নাগৰিক, সাহিত্যিক, চিন্তাবিদ, উপন্যাসিক, সাংস্কৃতিক কৰ্মী কৃষ্ণ ৰায় মেধিৰ মৃত্যু

ৰাজ্যৰ এগৰাকী বিশিষ্ট নাগৰিক, সাহিত্যিক, চিন্তাবিদ, উপন্যাসিক, সাংস্কৃতিক কৰ্মী, গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত কৃষ্ণ ৰায় মেধিয়ে ৬ জানুৱাৰিৰ পুৱা মহানগৰীৰ...

Read moreDetails

পৃথক বৰাক ৰাজ্যৰ দাবী অখছাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ দত্ত ৰয়ৰ

সদৌ কাচাৰ কৰিমগঞ্জ, হাইলাকান্দি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিজেপিৰ সদস্য সদস্য প্ৰদীপ দত্ত ৰয়ে আকৌ এবাৰ সুকীয়া বৰাক ৰাজ্যৰ...

Read moreDetails

অগপই মিত্ৰতা ভংগ কৰিলে বিজেপিৰ সৈতে; দিল্লীত দলৰ নেতৃত্বৰ আনুষ্ঠানিক ঘোষণা

অসমবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি আঞ্চলিক দল অগপই আজি বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিলে। আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবেদন জেপিচিয়ে...

Read moreDetails

সাংসদ ৰমেন ডেকাৰ বাসগৃহৰ সন্মুখত ক’লা পতাকা উৰুৱাই কৃষক মুক্তিৰ প্ৰতিবাদ

অসমীয়াৰ আবেগ-অনুভুতিক জলাঞ্জলি দি নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সপক্ষে যুটীয়া সংসদীয় কমিটিয়ে সংসদত প্ৰতিবেদন দাখিল কৰাক কেন্দ্ৰ কৰি আজি অসমৰ বিভিন্ন...

Read moreDetails

অসম বন্ধ সফল কৰিবলৈ মাজুলীবাসীক আহ্বান মাজুলী মহকুমা ছাত্ৰ সন্থাৰ

নাগৰিকত্ব আইন (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনে ধাৰাবাহিক ভাৱে আন্দোলন চলাই আছে। অসম চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে...

Read moreDetails

অথলে গ’ল অসমীয়াৰ প্ৰতিবাদ : যুটীয়া সংসদীয় সমিতিয়ে দাখিল কৰিলে চূড়ান্ত প্ৰতিবেদন

অসমবাসীৰ বাবে আটাইতকৈ উপহাসৰ দিন হিচাপে পৰিগণিত কৰি আজি যুটীয়া সংসদীয় সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ সন্দৰ্ভত ইয়াৰ চূড়ান্ত প্ৰতিবেদন...

Read moreDetails
Page 4814 of 6192 1 … 4,813 4,814 4,815 … 6,192

Stay Connected

Recent News