৮০ ফুট তললৈকে সন্ধান কৰিও ডুবাৰুৱে মেঘালয়ৰ খনিত আবদ্ধ হৈ পৰা দুৰ্ভগীয়া শ্ৰমিককেইজনৰ সন্ধান পোৱা নাই। এই কথা জানিবলৈ দিলে...
Read moreDetailsনৱৰ্বষৰ প্ৰাক্ক্ষণত নগাঁৱৰ ডাকৰঘাটত যুৱ কংগ্ৰেছৰ উদ্যোগত আজি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় আকৰ্ষণীয় পানীৰ ওপৰত চাইকেল চলোৱা প্ৰতিযোগিতা। নগাঁৱৰ ডাকৰঘাট গাঁও...
Read moreDetailsঅসমৰ পৰ্যটন ক্ষেত্ৰত দেওবাৰে এক নতুন সংযোজন ঘটিল। বিশ্বনাথত দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ল বিশাল হাউচ ব'ট হংস বাহন৷ ব্ৰহ্মপুত্ৰ...
Read moreDetailsবিতৰ্কিত নাগৰিকত্ব বিধেয়কৰ পক্ষত অৱস্থান লোৱা বিজেপি দলৰ সৈতে মিত্ৰতাক লৈ ভাবি-চিন্তি থকাৰ সময় আৰু নাই বুলি মন্তব্য কৰি অগপক...
Read moreDetailsহাজোৰ পানীপাৰাত আজি সন্ধিয়া প্ৰায় ৭.৩০ বজাত সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী ট্ৰেভেলাৰ এখনে বাইক আৰোহীক মহতিয়াই...
Read moreDetailsগোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া পশ্চিম ভেলাখামাৰ বাকৰিত বিগত বছৰসমূহৰ দৰে এইবেলিও থলুৱা খেল-ধেমালি ভিত্তিক গ্ৰাম্য ক্ৰীড়া সমাৰোহখনিৰ আয়োজন কৰা হৈছে...
Read moreDetailsলেফতেনেন্ত জেনেৰেল গুৰপাল সিং চাংহাৰ পৰা দেওবাৰে তেজপুৰস্থিত ভাৰতীয় সেনাৰ গজৰাজ ক’ৰৰ দায়িত্ব গ্ৰহণ কৰিছে লেফতেনেন্ত জেনেৰেল মনোজ পান্দেই। সেনাৰ...
Read moreDetailsঅখিল ভাৰতীয় বনবাসী কল্যান আশ্ৰম, অসমৰ উদ্যোগত সোণাপুৰৰ টেপেচিয়া লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় শাৰিৰীক শিক্ষানুষ্ঠানত যোৱা ২৭ ডিচেম্বৰৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা...
Read moreDetailsইংৰাজী নৱবৰ্ষ সমাগত। নতুন বছৰটোৰ আৰম্ভণিৰ প্ৰাক্ক্ষণত সাধাৰণতে সকলোৰে মনত ৰং-ৰইচ দেখিবলৈ পোৱা যায়। কিন্তু এইবেলি মনত ৰং নাই গুৱাহাটী...
Read moreDetails'বিজেপিয়ে ২০১৪ চনত বড়ো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও বিগত চাৰিটা বছৰত কোনো সমস্যাৰে সমাধান নহ'ল। গৃহ মন্ত্ৰী ৰাজনাথ সিং,...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd