উত্তৰ-পূব

৫ ৰাজ্যৰ নিৰ্বাচনে প্ৰভাৱ পেলাব বুলি জানিয়ে পঞ্চায়ত নিৰ্বাচন খৰ-খেদাকৈ পাতিছিল বিজেপিয়ে : ৰকিবুল হুছেইন

'দেশৰ ৫খন ৰাজ্যৰ নিৰ্বাচন আছিল চেমি ফাইনেল। এই খেলত বিজেপি ৫-০ গ'লত পৰাস্ত হৈছে। সাধাৰণতে চেমি ফাইনেলত হাৰিলে ফাইনেললৈ নাযায়।...

Read moreDetails

ছোনীয়া গান্ধীক উপলক্ষ্য কৰি প্ৰধান মন্ত্ৰী মোডীয়ে কৰা ‘বিধৱা’ মন্তব্যক ভৰ্ৎসনা এপিচিচিৰ

বিগত সপ্তাহত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধীক উপলক্ষ্য কৰি ‘বিধৱা’ শব্দ প্ৰয়োগ কৰাক লৈ অৰুণাচল প্ৰদেশ কংগ্ৰেছ...

Read moreDetails

জাঁজীত বুলেটৰ খুন্দাত নিহত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ বুলি অহা ৰোগী

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত জাঁজী গড়মূৰত সংঘটিত পথ দুৰ্ঘটনা এজন লোকে মৃত্যুক আঁকোৱালি ল'ব লগীয়া হয়। ঘটনাৰ বিৱৰণী মতে...

Read moreDetails

উত্তৰ-পূব কংগ্ৰেছ-শূন্য হৈছে : অসম বিজেপিৰ নিমাওমাও কাৰ্য্যালয়ত বহি সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ মত

কংগ্ৰেছে ৬০ বছৰ শাসন চলোৱাৰ পাছত বিজেপিক ৬০ মাহৰ সময় দিবলৈ দেশবাসীক আহ্বান জনাইছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশবাসীয়ে মোদীৰ...

Read moreDetails

প্ৰৱীণ চিপিআই (এম) নেতা আব্দুল লতিবৰ মৃত্যুত মোৰাঝাৰত শোকৰ ছাঁ‌

প্ৰৱীণ চিপিআই(এম) নেতা আব্দুল লতিবৰ মৃত্যুত শোকৰ ছাঁ‌ বিৰাজ কৰিছে মোৰাঝাৰ অঞ্চলত। মোৰাঝাৰৰ সুতাৰপুৰৰ বাসিন্দা আব্দুল লতিবৰ যোৱা কালি বিয়লি...

Read moreDetails

বগীবিল দলং উদ্বোধনৰ প্ৰস্তুতি পৰ্ব পৰিদৰ্শন মুখ্য মন্ত্ৰী সোণোৱালৰ

অহা ২৫ ডিচেম্বৰত প্ৰধান মন্ত্ৰীয়ে উদ্ধোধন কৰিব লগীয়া বগীবিল দলং পৰিদৰ্শন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ইয়াৰ প্ৰস্তুতি পৰ্বৰ...

Read moreDetails

বাক্সাৰ নাগ্ৰীজুলিত উদ্ধাৰ ৰকেট লাঞ্চাৰ; নিষ্ক্ৰিয় কৰিলে সেনাৰ দলে

বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নাগ্রীজুলি আৰক্ষী চকীৰ অধীনস্থ বিমলানগৰত আজি এটি ৰকেট লাঞ্চাৰ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ...

Read moreDetails

বাক্সাত দিনতে দুৰ্বৃত্তৰ দলে কাঢ়ি নিলে ডেৰ লক্ষাধিক টকা

বাক্সাত আজি দিন দুপৰতে সংঘটিত এক ডকাইতিৰ ঘটনাই অঞ্চলটোৰ স্থানীয় ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে আজি দিন দুপৰতে...

Read moreDetails

জিআইএছ প্ৰকল্প বাস্তৱায়নৰ বাবে মেঘালয় চৰকাৰৰ দ্বাৰা বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

মেঘালয় ভৌগলিক তথ্য ব্যৱস্থা  (জিআইএছ) প্ৰকল্প বাস্তৱায়িত কৰাৰ বাবে যোৱাকালি ১০ ডিচেম্বৰত এখন বুজা-বুজিৰ চুক্তি স্বাক্ষৰিত কৰা হৈছে। মেঘালয়ৰ সচিবালয়ত...

Read moreDetails

হিমন্ত বিশ্বৰ প্ৰলোভন সত্ত্বেও মিজোৰামৰ জনগণে বিজেপিক সুযোগ নিদিলে : দেৱব্ৰত শইকীয়া

“হিমন্ত বিশ্বৰ প্ৰলোভন সত্ত্বেও মিজোৰামৰ জনসাধাৰণে বিজেপিক স্থান নিদিলে।” আজি পাঁচখন ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পিছতে মিজোৰামৰ ফলাফল সন্দৰ্ভত এই মন্তব্য...

Read moreDetails
Page 4888 of 6192 1 … 4,887 4,888 4,889 … 6,192

Stay Connected

Recent News