উত্তৰ-পূব

কলিয়াবৰ আৰক্ষীৰ জালত পৰিল এজন গভাইত চোৰ

৫ জুলাইৰ নিশা কলিয়াবৰৰ কুঁৱৰীটোলৰ সৌভাগ্য মাধৱ দেৱালয়ত চোৰৰ দলটোৱে সংঘটিত কৰা চুৰি কাৰ্যৰ প্ৰায় ৪ দিন পাছত দলটোৰ অংশীদাৰ...

Read moreDetails

বিটিএডিৰ কুন্দামাৰী গাঁৱত বাৰ্মিজ ৰক পাইথন উদ্ধাৰ কৰি গতালে বন বিভাগক

বিটিএডিৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত কুন্দামাৰী গাঁৱত এডাল  বাৰ্মিজ ৰক পাইথন প্ৰজাতিৰ( Python molurus bivittatus) অজগৰ   উদ্ধাৰ হৈছে। অজগৰ ডাল...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আমগুৰিত ৩২ টা সংগঠনৰ প্ৰতিবাদী সভা

নাগৰিকত্ব সংশোধনী বিধেয়েক, ২০১৬ বাতিলৰ দাবীত ৰাজ্যজুৰি ধাৰাবাহিকভাৱে প্ৰতিবাদৰ ঢৌ অব্যাহত ৰখাৰ মাজতে সমান্তৰালভাৱে আজি শিৱসাগৰ জিলাৰ আমগুৰিত অনুষ্ঠিত হয়...

Read moreDetails

এন আৰ চিৰ খচৰা বিষয়ক ওজৰ-আপত্তি নিষ্পত্তিৰ সময়তে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ শংকা প্ৰকাশ এ আই য়ু ডি এফ-ৰ

অহা ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছতে অসমত অনুষ্ঠিত হ’ব লগা পঞ্চায়ত নিৰ্বাচনক লৈ আজি ৯...

Read moreDetails

৭ আগষ্টৰ পৰা বৰ্ষজোৰা কাৰ্যসূচীৰে নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী

অসমৰ উচ্চশিক্ষাৰ অন্যতম কেন্দ্ৰ নগাঁও মহাবিদ্যালয়ে ৭৫ বছৰত পদাৰ্পণ কৰিবলৈ আগবাঢ়িছে। সেই উপলক্ষে মহাৰজত জয়ন্তী বৰ্ষজোৰা কাৰ্যসূচীৰে বিস্তৃতভাবে উদযাপনৰ প্ৰস্তুতি চলোৱা...

Read moreDetails

তপোধীৰ ভট্টাচাৰ্য্যক কটাক্ষ ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তীৰ : অসমীয়াৰ টকাৰে চলি অসমীয়াৰে কুৎসা ৰটনা কৰিছে

শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা অসমৰ বিশিষ্ট বাঙালী বুদ্ধিজীৱী তপোধীৰ ভট্টাচাৰ্যই কলকাতাৰ পৰা প্ৰকাশিক বাংলা বাতৰি কাকত ‘আজকাল’ত লিখা...

Read moreDetails

ফেৰিৰ কৰ্মচাৰীৰ সাহসিকতাৰ বাবেই প্ৰাণ ৰক্ষা পৰিল মাজুলীৰ নাও দুৰ্ঘটনাত পতিত পাঁচজন লোকৰ

আজি ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হয় এক ভয়ংকৰ নাও দুৰ্ঘটনা। ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড ঢৌ আৰু সোঁতত নিয়ন্ত্ৰণ হেৰুৱাই ব্ৰহ্মপুত্ৰৰ বুকুত উবুৰি খাই...

Read moreDetails

চতুৰ্থটো সাৰ উৎপাদন গোট নিৰ্মাণ নকৰাৰ প্ৰতিবাদত বিভিএফচিএলৰ কৰ্মচাৰীৰ প্ৰতাৰণা দিৱস

ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প’ৰেশ্যন লিমিটেডৰ কৰ্মচাৰীসকলে আজি কাৰখানাটোৰ প্ৰৱেশদ্বাৰত প্ৰতাৰণা দিৱস পালন কৰে। কেন্দ্ৰীয় চৰকাৰে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো উৎপাদন...

Read moreDetails

ৰঙাপৰা মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষৰ পদত যোগদান ড০ ৰঞ্জন কলিতাৰ

ৰঙাপৰা বিধানসভা সমষ্টিৰ একমাত্র উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ৰঙাপৰা মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষ হিচাপে ড০ ৰঞ্জন কলিতাই আজি আনুষ্ঠানিকভাৱে যোগদান কৰে। তেজপুৰ মহাবিদ্যালয়ৰ অসমীয়া...

Read moreDetails

এইবাৰ অসমক খণ্ড-বিখণ্ড কৰাৰ পৰামৰ্শ জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তীৰ

বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰি চৰ্চাত থকা ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তীয়ে আজি পুনৰ এক বিতৰ্কিত মন্তব্য কৰিছে। এইবাৰ অসমক...

Read moreDetails
Page 5400 of 6193 1 … 5,399 5,400 5,401 … 6,193

Stay Connected

Recent News