উত্তৰ-পূব

স্পাইচ জেটৰ এম্ফিবিয়াচ এয়াৰ ক্ৰাফটৰ প্রস্তাৱিত প্ৰকল্প : উপকৃত হ’ব কাজিৰঙাৰ দেশী-বিদেশী পৰ্যটক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে বোকাখাতৰ ধনশিৰি মুখ আৰু মাজুলীত দেশৰ ভিতৰতে প্ৰথমবাৰলৈ চলিব স্পাইচ জেট নামৰ কোম্পানীটোৰ অত্যাধুনিক এম্ফিবিয়াচ এয়াৰ...

Read moreDetails

পোহৰলৈ আহিছে বটদ্ৰৱা সমষ্টিত আটা যোগানৰ নামত সংঘটিত ১১ কোটি টকাৰ কেলেংকাৰিৰ তথ্য

বিগত কংগ্ৰেছ চৰকাৰৰ শাসনকালত হিতাধিকাৰীক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সামগ্ৰী যোগান ধৰাৰ নামত সংঘটিত বৃহৎ কেলেংকাৰিৰ তথ্য পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ বিশেষ...

Read moreDetails

বিধ্বস্ত পথ : বিজেপিৰ ৰাজ্যিক সভাপতিৰ গৃহ সমষ্টি সৰভোগত মহিলাৰ পথ অৱৰোধ

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে উন্নয়নমূলক কাম কাজৰ ৰূপায়নৰ দিশত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত...

Read moreDetails

নংপোত হকী ষ্টেডিয়াম নিৰ্মাণৰ প্ৰস্তাব ৰি-ভই জিলা হকী সংস্থাৰ

মেঘালয়ৰ ৰি-ভই জিলা হকী সংস্থাই (Ri-Bhoi District Hockey Association, চমুকৈ RBDHA))শুকুৰবাৰে নংপোত এখন হকী ষ্টেডিয়ামৰ দাবী তুলিছে। হকী সংস্থাটোৰ এটা...

Read moreDetails

উন্মুক্ত শ্লুইচ গেটেৰে সোমোৱা পানীয়ে বুৰালে নামনি মাজুলীৰ বিস্তীৰ্ণ অঞ্চল

ব্ৰহ্মপুত্ৰ আৰু সোৱনশিৰি নদীৰ বাঢ়নি পানীত প্লাৱিত হ’ল নামনি মাজুলীৰ বিস্তীৰ্ণ অঞ্চল। মাজুলী জলসম্পদ বিভাগে নামনি মাজুলীৰ গুৱালগাঁও-কাকৰিতা মথাউৰিত দুখন...

Read moreDetails

বহুদিনেই হ’ল, নিৰুদ্দিষ্ট ৰেৱতী ফুকনৰ সন্ধান উলিওৱাত ব্যৰ্থ অসম আৰক্ষী

আলফা নেতা পৰেশ বৰুৱাৰ ঘনিষ্ঠ তথা পি চি জিৰ অন্যতম সদস্য ৰেৱতী ফুকন নিৰুদ্দিষ্ট হোৱাৰ আঢ়ৈ মাহৰো অধিক দিন পাৰ...

Read moreDetails

নিপা ভাইৰাছ : বিজ্ঞানীৰ প্ৰতিবেদনক লৈ ধুবুৰীত চাঞ্চল্য

বৰ্তমান আতংকৰ সৃষ্টি কৰা নিপা ভাইৰাছক কেন্দ্ৰ কৰি ধুবুৰীত তীব্ৰ চাঞ্চল্যৰ সূচনা হৈছে। ইণ্ডিয়ান জাৰ্নেল অব মেডিকেল ৰিচাৰ্ছৰ অলপতে প্ৰকাশ...

Read moreDetails

কোচ-ৰাজবংশীৰ জনজাতিকৰণ সন্দৰ্ভত চৰকাৰৰ আলোচনাত অংশ নলয় আক্ৰাছুৱে

ৰাজ্যখনৰ কোচ-ৰাজবংশীসকলক জনজাতিকৰণ সন্দৰ্ভত চৰকাৰে আমন্ত্ৰণ জনোৱা আলোচনাত আক্ৰাছুৱে অংশ নলয়। আক্ৰাছুৰ বঙাইগাঁও জিলা কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত শুকুৰবাৰে সংগঠনটোৱে...

Read moreDetails

উত্তৰ-পূৱ ৰেইলৱেত ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে চাকৰি লোৱাৰ অভিযোগ নিখিল ভাৰত অনুসূচিত জাতি-জনজাতি ৰেইলৱে কৰ্মচাৰী সন্থাৰ

ভাৰতীয় সংবিধানে অনুসূচিত জাতি-জনজাতিসকলক যি সুবিধা দিছে তাক উলংঘা কৰি উত্তৰ-পূব ৰেইলৱেত অসাংবিধানিকভাৱে নিযুক্তি পক্ৰিয়া চলি আছে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত এই অভিযোগ আনে...

Read moreDetails

গুৱাহাটীৰ স্পাত কৰ্মৰত থাই যুৱতীক ৭ দিনৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ অসম আৰক্ষীৰ জাননী

বিলাসী জীৱন যাপনৰ অংগ হৈ পৰা স্পাবিলাকৰ কামকাজৰ ওপৰত যোৱা কিছু দিন ধৰি শেনচকু ৰাখিছে অসম আৰক্ষীয়ে। যোৱা ৭ জুনত...

Read moreDetails
Page 5411 of 6193 1 … 5,410 5,411 5,412 … 6,193

Stay Connected

Recent News