শিৱসাগৰ চহৰৰ সাংস্কৃতিক কৰ্মী তথা একালৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰজনী খাৰঘৰীয়া আৰু তেওঁৰ পত্নী ৰুবী খাৰঘৰীয়াই নিজৰ একমাত্ৰ পুত্ৰ সন্তান দেৱাশিসৰ দ্বাৰা অৱহেলিত হৈ অস্বাভাৱিক মৃত্যুক আঁকোৱালি ল’ব লগীয়া হোৱা হৃদয়বিদাৰক ঘটনাটোৰ পিছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে চৰকাৰে ‘প্ৰণাম’ আইনৰ জৰিয়তে পিতৃ-মাতৃক অৱজ্ঞা কৰা চৰকাৰী কৰ্মচাৰীসকলৰ ওপৰত...
Read moreDetailsচাহ বাগিচাৰ কৰ্মীসকলক বেংক একাউণ্ট খোলোৱা আৰু ডিজিটেল লেনদেনৰ সৈতে চিনাকি কৰাই দিয়াৰ কথা কোৱা চৰকাৰখনে শ্ৰমিকসকলৰ প্ৰাপ্য মজুৰিকে ধৰি...
Read moreDetailsবিগত কেইদিন মান ধৰি খাদ্যৰ সন্ধানত মানুহৰ বাসস্থানলৈ ওলাই অহা এটা দিশহাৰা হাতীৰ জাকে বিশ্বনাথ ঘাটৰ বাসিন্দাসকলক এতিয়াও আতংকগ্ৰহস্ত কৰি...
Read moreDetailsস্বাস্থ্য বিভাগত নিযুক্তিৰ ক্ষেত্ৰত কেলেংকাৰি হৈ থকা বুলি অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটাও...
Read moreDetailsতিনিদিনীয়া ভাৰত ভ্ৰমণলৈ অহা ভুটানৰ প্ৰধান মন্ত্ৰী ছেৰিং টোবগেই শুকুৰবাৰে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত...
Read moreDetailsবিগত চাৰি বছৰত প্ৰস্তাৱিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ এটা বৃহৎ অংশ বেদখলৰ গ্ৰাসত পৰিছে। মানস অভয়াৰণ্যৰ মূল অঞ্চলৰ...
Read moreDetailsদীৰ্ঘদিনীয়া অসুস্থতাত ভুগি ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মৃগেন্দ্ৰনাথ কলিতাৰ শুকুৰবাৰে নিজা বাসভাৱনত পৰলোকপ্ৰাপ্তি হয়। তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি যোৱাৰ...
Read moreDetailsশিৱসাগৰ যুৱ দল প্ৰাংগণত বৃহস্পতিবাৰে অনুষ্ঠিত হয় শিৱসাগৰ জিলা তাই আহোম ছাত্ৰ সন্থাৰ একাদশ দ্বি বাৰ্ষিক প্ৰতিনিধি সভা। উক্ত সভাত...
Read moreDetailsৰাজ্যৰ আগশাৰীৰ চিকিৎসা সেৱা প্ৰতিষ্ঠান ছানভেলী ডায়েবেটিক কেয়াৰ এণ্ড ৰিচাৰ্ছ চেণ্টাৰ আৰু চানভেলী হস্পিতালৰ ১৫ তম বৰ্ষপূৰ্তি উপলক্ষে শুকুৰবাৰে গুৱাহাটীস্থ...
Read moreDetailsশুকুৰবাৰে আগৰতলা ৰেলৱে ষ্টেশ্যনত ৰেলৱে ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই আৰু মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে ০৫৬২৬নং আগৰতলা-দেওঘৰ এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰাৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd