উত্তৰ-পূব

গুৱাহাটীত স্থাপিত হ’ব এন এ’ বি এল লেব; পৰীক্ষা কৰা হ’ব উত্তৰ-পূৰ্বাঞ্চলত উৎপাদিত জৈৱিক সামগ্ৰী

জৈৱিক সামগ্ৰীসমূহ পৰীক্ষাৰ বাবে গুৱাহাটীত খোলা হ’ব এন এ’ বি এল (National Accreditation Board for Testing and Calibration Laboratories) স্বীকৃত...

Read moreDetails

২০১৭-১৮ বৰ্ষৰ অসম আৰক্ষীৰ কনিষ্টবল পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা

২০১৭-১৮ বৰ্ষৰ অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। এই পৰীক্ষাৰ ফলাফল অসম আৰক্ষীৰ...

Read moreDetails

শিশু শ্ৰমিক বন্ধ কৰা বাবে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সজাগতা সভা; চাইল্ডলাইন আৰু ইউনিছে’ফ, অসমৰ সহযোগ

শিশু শ্ৰমিক বন্ধ কৰা বাবে ডিব্ৰুগড় জিলা পুথিভঁড়ালত আজি ৪ এপ্ৰিলত এখন সজাগতা সভা অনুষ্ঠিত হয়। ডিব্ৰুগড়ৰ চাইল্ডলাইনৰ সহযোগত আৰু...

Read moreDetails

সংৰক্ষিত বনাঞ্চলত বেদখল : অচিৰেই উচ্ছেদ চলাব মণিপুৰ চৰকাৰে

মণিপুৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী থাউনাওজান শ্যামকুমাৰে মঙলবাৰে ঘোষণা কৰিছে যে মণিপুৰৰ সংৰক্ষিত বনাঞ্চলত বে-দখলকাৰীৰ বিৰুদ্ধে অতি সোনকালে অভিযান চলোৱা...

Read moreDetails

প্ৰথম ভ্ৰমণসূচীৰে ১১ এপ্ৰিলত হাফলঙত উপস্থিত হ’ব ৰাজ্যপাল জগদীশ মুখী

১১ এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীলৈ হাফলঙলৈ আহিব ৰাজ্যপাল অধ্যাপক জগদীশ মুখী। উল্লেখ্যোগ্য যে পাৰ্বত্য জিলাখনলৈ ৰাজ্যপালগৰাকীৰ এয়া প্ৰথম ভ্ৰমণ। গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ...

Read moreDetails

ওদালগুৰি জিলাত বৃদ্ধি পোৱা লুট পাতৰ ঘটনাত শংকিত ৰাইজ

মঙলবাৰে ৰাতিপুৱা প্ৰায় ১১ বজাত ওদালগুৰিৰ টংলা ষ্টেট বেংক অফ ইণ্ডিয়া শাখাৰ সন্মুখৰ পৰা খগেন বড়ো নামৰ এগৰাকী ক্ষুদ্ৰ চাহ...

Read moreDetails

অসমৰ প্ৰাথমিক বিদ্যালয়ত এপ্ৰিলৰ পৰা অনলাইন হ’ব শিক্ষকৰ উপস্থিতিৰ হিচাপ; দিয়া হ’ব টেবলে’ট

এপ্ৰিলৰ পৰা অসমৰ ২০০০ খনতকৈও অধিক প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ উপস্থিতি অনলাইনযোগে নিৰীক্ষণৰ ব্যৱস্থা হ’ব। সৰ্বশিক্ষা অভিযানৰ ৰাজ্যিক কাৰ্য্যালয়ে জনোৱা মতে...

Read moreDetails

ধৰ্ষণকাৰীক কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদানৰ দাবীত তিনিজন যুৱকৰ অভিনৱ প্ৰতিবাদ

ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ চলি থকাৰ সমান্তৰালকৈ আজি লখিমপুৰ আৰু নগাঁৱৰ তিনিজন যুৱকে দিচপুৰ...

Read moreDetails

স্বাস্থ্য বিভাগৰ ভুৱা নিযুক্তি কেলেংকাৰি : আইনৰ কাষ চাপিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি

অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময় চমু চাপি অহাৰ মাজতে স্বাস্থ্য বিভাগত হোৱা ভুৱা নিযুক্তিক লৈ তোল পাৰ হৈ উঠিছে...

Read moreDetails

ৰাগনাচেৰাত স্থায়ী দলং নিৰ্মাণৰ দাবীৰে মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ পুৰ্বাঞ্চল এক্সিম অব কমাৰ্চৰ

ৰাগনাচেৰা নদীৰ ওপৰত দলং নিৰ্মাণ,  এটা ভূমি শুল্ক আস্থান স্থাপন কৰা, ধৰ্মনগৰৰ ৰাগনাবাজাৰত থকা ভূমি শুল্ক আস্থানত থকা দলঙৰ দুয়ো...

Read moreDetails
Page 5786 of 6194 1 … 5,785 5,786 5,787 … 6,194

Stay Connected

Recent News