উত্তৰ-পূব

IPL 2024: ট্ৰফীৰ স্বপ্ন আধৰুৱা হৈয়েই ৰ’ল; ৰাজস্থানৰ হাতত পৰাস্ত হৈ আই পি এলৰ পৰা বিদায় কোহলী বাহিনীৰ

আই পি এল আহে, আই পি এল যায়। সলনি হৈ যায় দলৰ নাম, জাৰ্চি, অধিনায়ক, মালিক। কিন্তু RCB ৰ ভাগ্য...

Read moreDetails

দিল্লীত পুনৰ যৌন নিৰ্যাতনৰ বলি অসমীয়া মহিলা : নিজকে বচাবলৈ জাঁপ দিলে তৃতীয় মহলাৰ পৰা

দেশৰ ৰাজধানী নতুন দিল্লীত আকৌ এবাৰ যৌন নিৰ্যাতনৰ সন্মুখীন হৈছে অসমৰ মহিলা। দিল্লী আৰক্ষীৰ নৰ্থ- ইষ্ট চেলৰ অসমৰ সমন্বয়ক ঘিতাশ্রী...

Read moreDetails

মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নতুন ব্যৱসায়! আৰম্ভ হ’ব আমেৰিকান খাদ্য কোম্পানী মেকড’নাল্ডছৰ গুৱাহাটীত দ্বিতীয়খন বিপনী

পুনৰ নতুন ব্যৱসায়ত হাত দিছে মুখ্যমন্ত্ৰীৰ পত্নী তথা প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ স্বতাধিকাৰী ৰিণিকি ভূঞা শৰ্মাই৷ইতিমধ্যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে এক্স(পূৰ্বৰ টুইটাৰ)যোগে এই...

Read moreDetails

“শিক্ষা সেতু” এপৰ নামত অৰাজক অৱস্থা চলিছে শিক্ষানুষ্ঠানত ; নিম্নমানৰ টেবলেট যোগানেৰে ভয়ংকৰ কেলেংকাৰীত লিপ্ত হৈছে শিক্ষা বিভাগঃ ডি ৱাই এফ আই

শিক্ষকসমাজৰ যুক্তিপূৰ্ণ দাবীক আওকাণ কৰি জোৰ-জুলুমকৈ শিক্ষা সেতু এপ জাপি দিয়াৰ ফলত শিক্ষা বিভাগত অভাৱনীয় পৰিস্থিতি সৃষ্টি হৈছে। শিক্ষা বিভাগে...

Read moreDetails

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস : চাহ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস । প্ৰতি বছৰে ২১ মে' তাৰিখে গোটেই বিশ্বজুৰি এই দিৱস উদযাপন কৰা হয়।  ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু...

Read moreDetails

মেঘালয়ত চলিছে ভাৰত-ফ্ৰান্স যৌথ সামৰিক অনুশীলন; ৩ বছৰৰ পিছত কৰা হৈছে আয়োজন

মেঘালয়ত ভাৰত আৰু ফ্ৰান্সৰ মাজত ৭ম সংস্কৰণৰ যৌথ সামৰিক অনুশীলন `শক্তি’ৰ আয়োজন কৰা হৈছে। এই যৌথ সামৰিক অনুশীলন মেঘালয়ৰ উমৰইত...

Read moreDetails

প্ৰেমৰ ভয়ানক পৰিভাষা! ধেমালিয়েই হ’ল কাল; প্ৰেমিকাৰ ছলনাত পৰি সৰ্বনাশ মাতিলে প্ৰেমিকে

এগৰাকী মাতৃৰ এটা ফেচবুক পোষ্টে কঁপাইছে অসম। প্ৰেমৰ অপৰিপক্কতাই প্ৰাণ ল’লে এটি সদ্যোৰ্ত্তীণ যুৱকৰ। প্ৰেয়সীৰ ব্লেকমেইলৰ বলি হৈ যুৱকজনে আত্মহত্যাৰ...

Read moreDetails

উদ্বিগ্ন অভিভাৱক! সন্তানে ফোনটো এৰিবই নিবিচাৰে? চাওক কেনেকৈ দূৰ কৰিব সন্তানৰ মোবাইলৰ আসক্তি

আজিকালি মোবাইলৰ প্ৰতি শিশুৰ আসক্তি দিনক দিনে বাঢ়ি গৈছে। বেছিভাগ শিশুৱেই স্মাৰ্টফোন, টেবলেট আৰু লেপটপকে ধৰি বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক গেজেট...

Read moreDetails

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশলৈ উন্নীত ন্যায়াধীশ এছ পি খাউণ্ড আৰু মিতালী ঠাকুৰীয়া

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুগৰাকী অতিৰিক্ত ন্যায়াধীশক স্থায়ী ন্যায়াধীশ হিচাপে...

Read moreDetails

বিদ্যুৎ বিভাগৰ গাফিলতি : বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু চাৰিটাকৈ দুষ্প্ৰাপ্য শিয়ালৰ

বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে প্ৰাণ হেৰুৱালে বিলুপ্তিৰ গৰাহলৈ সোমাই যোৱা চাৰিটাকৈ দুষ্প্ৰাপ্য শিয়ালে। কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত বংগেশ্বৰী গাঁৱত...

Read moreDetails
Page 809 of 6157 1 808 809 810 6,157

Stay Connected

Recent News