Popular Stories

আমেৰিকাৰ দুই শত্ৰু ইৰাণ-চীনে স্বাক্ষৰ কৰিলে ২৫ বছৰীয়া সহযোগিতা চুক্তিত

শনিবাৰে চীন আৰু ইৰাণৰ দুই বৈদেশিক মন্ত্ৰীয়ে ২৫ বছৰীয়া এক সহযোগিতা চুক্তিত স্বাক্ষৰ কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ৰয়টাৰ-এ প্ৰকাশ কৰা...

Read moreDetails

৭ বছৰীয়া শিশু কন্যাক গুলীয়াই হত্যা ম্যানমাৰ সেনাৰ : প্রাণৰ মমতাত সন্ত্ৰস্ত পৰিয়ালবৰ্গৰ আত্মগোপন

যোৱা ১ ফেব্ৰুৱাৰিত হোৱা সামৰিক অভ্যুত্থানৰ পিছৰে পৰা একেৰাহে ম্যানমাৰত অব্যাহত আছে গণতন্ত্ৰকামী জনতাৰ বিপুল প্ৰতিবাদ। প্ৰতিবাদী জনতাক ভীতিগ্ৰস্ত কৰিবলৈ...

Read moreDetails

ম্যানমাৰৰ ইতিহাসৰ ক’লা দিন : শনিবাৰে জুণ্টা প্ৰশাসনে গুলীয়াই হত্যা কৰিলে ৫০ নিৰস্ত্ৰ প্ৰতিবাদকাৰীক

শনিবাৰৰ দিনটো যেন ম্যানমাৰৰ ইতিহাসৰ বাবে প্ৰকৃতাৰ্থতে এটা শনি লগা দিন। ম্যানমাৰৰ ইতিহাসৰ এই ক’লা দিনটোতে দক্ষিণ পূৱ এছিয়াৰ পাহাৰীয়া...

Read moreDetails

মানৱজগতৰ বাবে ভাবুকি! প্ৰদূষণে আকাৰত প্ৰভাৱ পেলাইছে পুৰুষৰ লিংগৰ, বিজ্ঞানীৰ দাবী

প্ৰদূষণৰ বাবে পুৰুষৰ লিংগ ক্ৰমান্বয়ে কোঁচ খাই আহিছে। এগৰাকী পৰিৱেশ বিজ্ঞানীয়ে এই চাঞ্চল্যকৰ বক্তব্যটো আগবঢ়াইছে। পৰিৱেশ বিজ্ঞানীগৰাকীৰ মতে, যোৱা কিছু...

Read moreDetails

ক’ভিড-১৯ত আক্ৰান্ত হ’ল শচীন টেণ্ডুলকাৰ, বৰ্তমান হোম কোৱাৰেণ্টাইনত

কভিড-১৯ পজিটিভ পোৱা গৈছে শচীন টেণ্ডুলকাৰৰ। বৰ্তমান নিজা বাসস্থানত কোৱাৰেণ্টাইনত আছে ক্ৰিকেট কিংবদন্তিজন। সামাজিক মাধ্যমযোগে টেণ্ডুলকাৰে জনাইছে যে পৰিয়ালৰ বাকীকেইজন...

Read moreDetails

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পূৰ্ণগতিত, পুৱা ৯.৩০ বজালৈকে ১০.১৪ শতাংশ ভোটদাতাৰ ভোটসাব্যষ্ট

ৰাজ্যত পুনৰ্গতিত চলি আছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ভাৰতৰ নিৰ্বাচনী আয়োগে জনোৱামতে, পুৱা ৯.৩০ বজালৈকে ৰাজ্যখনত ১০.১৪ শতাংশ ভোটাৰে ভোট সাব্যষ্ট...

Read moreDetails

কভিড-১৯ত মৃত্যুবৰণ কৰা লোকসকল ‘গণহত্যা’ৰ বলি হৈছে! কোনে ক’লে?

কভিড-১৯ত মৃত্যুবৰণ কৰা লোকসকলক 'গণহত্যাৰ বলি' হিচাপে গণ্য কৰিছে ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি লুলা ডা চিলভাই। দেশখনত এতিয়ালৈকে ৩০০,০০০জন কভিড ৰোগীয়ে...

Read moreDetails

ঘৰুৱা অশান্তি : স্বামীয়ে কাটি দুচেও কৰিলে নিদ্ৰাৰত পত্নীৰ হাতৰ আঙুলি, ক’ত?

পত্নীৰ ওপৰত চলোৱা চৰম অত্যাচাৰৰ বাবে শিৰোনামাত আহিছে মধ্যপ্ৰদেশৰ এজন লোক। ৰাজ্যখনৰ বেতুল জিলাৰ চিচলী গাঁৱত বৃহস্পতিবাৰে ৰাতিপুৱা এজন লোকে...

Read moreDetails

ধৰ্মীয় অনুভূতিত আঘাত : ছাত্ৰ-ছাত্ৰীক দেখুৱালে হজৰত মহম্মদৰ কাৰ্টুন, নিলম্বিত হ’ল শিক্ষক, ক’ত?

ব্ৰিটেইনত হজৰত মহম্মদৰ এটা কাৰ্টুনক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটিছে। কিছু বছৰ পূৰ্বে বিশ্বত জোকাৰণি তোলা ফ্ৰান্সৰ হাস্যব্যংগাত্মক আলোচনী চাৰ্লী হেবডোত...

Read moreDetails

বৰ্ণবিদ্বেষী মন্তব্যই কৰা মানসিক আঘাটৰ বাবে সামাজিক মাধ্যম এৰিব ফ্ৰান্সৰ তাৰকা ফুটবলাৰে

বৰ্ণবিদ্বেষৰ বাবে সামাজিক মাধ্যম ত্যাগ কৰিব এগৰাকী তাৰকা ফুটবলাৰে। ফ্ৰান্সৰ বিশ্বকাপবিজয়ী ষ্ট্ৰাইকাৰ থিয়ৰী হেনৰীয়ে শুকুৰবাৰে কয়  সামাজিক মাধ্যমত তেওঁক উদ্দেশ্যি...

Read moreDetails
Page 1084 of 1523 1 … 1,083 1,084 1,085 … 1,523

Stay Connected

Recent News