উত্তৰ প্ৰদেশৰ বস্তি জিলাত এটি তিনিমহীয়া কেঁচুৱা ক’ৰ’নাত আক্ৰান্ত হৈছে। এই খবৰে এতিয়া উত্তৰ প্ৰদেশৰ লগতে দেশৰ আন প্ৰান্ত সমূহত...
Read moreDetailsআজি প্ৰধান মন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰি মহামাৰী ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে পুনৰ ৩ মে’লৈকে বৃদ্ধি কৰিলে লকডাউন। ক’ৰ’না বিৰোধী...
Read moreDetailsক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত জনসাধাৰণক ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰখাৰ বাবে ইণ্ডোনেছিয়া চৰকাৰে গাঁৱত এক বিশেষ ব্যৱস্থা গ্ৰহণ...
Read moreDetailsক’ৰ’না ভাইৰাছৰ সংকটৰ সময়তে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে নৰেন্দ্ৰ মোদীক উদ্দেশ্যি লিখিছে এখন চিঠি। চিঠিখনৰ জৰিয়তে ছোনিয়া গান্ধীয়ে দুখীয়া লোকসকলক...
Read moreDetailsনৰ সংহাৰী ক'ৰ'না ভাইৰাছ সংক্ৰমণৰ বাবে অসন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্বিবদ্যালয়( ASTU) অসম CEE 2020 পৰীক্ষাৰ ৰাখিছে। ASTUএ দেশত অব্যাহত...
Read moreDetailsসমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছবিধ পাকিস্তানে ভাৰতত অধিক হাৰত সংক্ৰমণ কৰাৰ পৰিকল্পনা ৰচিব পাৰে বুলি এক আপত্তিজনক মন্তব্য...
Read moreDetailsগুজৰাটৰ মোৰৱী অঞ্চলত এখন ড্ৰ’নৰ জৰিয়তে পাণ মছলা যোগান ধৰাৰ কথা পোহৰলৈ অহাত সমগ্ৰ দেশজুৰি এই বিষয়টোৱে তীব্ৰ চৰ্চা লাভ...
Read moreDetailsসোমবাৰে তবলিগী জামাতীক মছজিদত আত্মগোপনত সহায় কৰা অভিযোগত দক্ষিণ কামৰূপৰ মছজিদ পৰিচালনা সমিতিৰ চাৰিজন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। আজি দুপৰীয়া...
Read moreDetailsইছলাম ধৰ্মীয় পৱিত্ৰ ৰমজান মাহ আৰম্ভ হ’বলৈ মাত্ৰ আৰু ১০ টা দিনহে বাকী আছে। দেশত অব্যাহত থকা ল’কডাউনৰ ম্যাদ অহা...
Read moreDetailsচীনত পুনৰ মাত্ৰ এটা দিনতে কোভিড১৯ৰ পজিটিভ কেচ ধৰা পৰিছে। মাত্ৰ এটা দিনতে দেশখনত ধৰা পৰিছে ৯৯ জন ক’ৰ’না সংক্ৰমিত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd