নিৰ্ভয়া ধৰ্ষণ কাণ্ডৰ চাৰিগৰাকী দোষীৰ ভিতৰত অন্যতম অক্ষয় ঠাকুৰৰ পত্নীয়ে ফাঁচিৰ পূৰ্বে স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰি ওৰাংগাবাদৰ এখন স্থানীয়...
Read moreDetailsদেশজুৰি কৰ’না ভাইৰাছৰ আতংক অব্যাহত থকাৰ সময়ত ৰাজ্য চৰকাৰে জনসাধাৰণৰ মাজত সজাগত সৃষ্টিৰ বাবে বিভিন্ন নিৰ্দেশনাৱলী দিয়াৰ পাছত শসকীয় বিজেপি...
Read moreDetailsপাকিস্তানৰ প্ৰাক্তন টেষ্ট অধিনায়ক তথা ধাৰাভাষ্যকাৰ ৰামিজ ৰাজাই ইংলেণ্ডৰ ক্ৰিকেটাৰ এলেক্স হেলছৰ শৰীৰত মহামাৰী ক’ৰ’না ভাইৰাছৰ লক্ষণ দেখা বুলি চাঞ্চল্যকৰ...
Read moreDetailsকৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত ভাৰতত তিনিগৰাকী লোকৰ মৃত্যু হোৱাৰ পাছত কেন্দ্ৰীয় ৰেলৱে মঙলবাৰে ৰাজধানী এক্সপ্ৰেছ আৰু দুৰন্ত এক্সপ্ৰেছৰ লগতে মুঠ...
Read moreDetailsকৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ মুক্তিৰ দাবীত পিনতু গগৈ, হিৰক জ্যোতি শইকীয়া, যতীন ফুকন আৰু প্ৰাঞ্জল বৰা নামৰ...
Read moreDetailsঅসমৰ এগৰাকী ২৫ বছৰীয়া যুৱতী মডেলক উত্তৰ প্ৰদেশত ধৰ্ষণ কৰা ঘটনাই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ধৰ্ষণত নাম সাঙোৰ খোৱা...
Read moreDetailsসমগ্ৰ বিশ্বত কৰ’না ভাইৰাছে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়ত এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে মানুহৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে...
Read moreDetailsইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যন(আই এম এ)ৰ কোচিন ব্ৰাঞ্চে কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এখন পত্ৰ লিখি কেৰালাত ৬৫ লাখ লোক কৰ’না...
Read moreDetailsযোগগুৰু বুলি পৰিচিত ৰামদেৱ ব্যৱসায়িক সাম্ৰাজ্যখনৰ কথা সকলোৱে জানে। পতঞ্জলি আয়ুবেদ নামৰ প্ৰতিষ্ঠানেৰে বাবা ৰামদেৱে ভাৰতবৰ্ষত ৪,৩৪৫ হাজাৰ কোটিৰ টকাৰ...
Read moreDetailsভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকলে কিমান পাৰিশ্ৰমিক লাভ কৰে? আজি আমি এই বিষয়ে আপোনালেকক জনাব বিচাৰিছো। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd