Popular Stories

৩৪ কোটিৰো অধিক টকাৰ হৰলুকি কৰি গ্ৰেপ্তাৰ গুৱাহাটীৰ ব্যৱসায়ী ঋষিৰাজ বৰকটকী

অসমৰ মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ বুলি ভুৱা পৰিচয় দি অৰুণাচল প্ৰদেশৰ এজন ব্যৱসায়ীক বৃহৎ পৰিমাণৰ ধন প্ৰতাৰণা কৰা গুৱাহাটীৰ ব্যৱসায়ী ঋষিৰাজ...

Read moreDetails

সংসদৰ চলিত অধিৱেশনকে ধৰি বিভিন্ন ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিৰ আগন্তুক গুৱাহাটী ভ্ৰমণসূচী বাতিল কৰা হৈছে। অহা ১ ৰ পৰা ৩ জুলাইলৈ অসমৰ ৰাজধানী গুৱাহাটীত ভাৰত...

Read moreDetails

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ আপত্তি আছিল। পিতৃ-মাতৃ আৰু ভনীয়েকে প্ৰেমিকক মানি লোৱা নাছিল। বেংগালুৰুত সেই প্ৰেমিকৰ সৈতে মিলি যুৱতীগৰাকীয়ে পিতৃ-মাতৃ...

Read moreDetails

বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

সোমবাৰে নিশা ইতিহাস ৰচিলে লিয়নেল মেছিয়ে। বিশ্বকাপৰ সৰ্বকালৰ শীৰ্ষ স্ক’ৰাৰগৰাকী এতিয়া আৰ্জেণ্টিনাৰ মহাতাৰকা। তাৰ কেই ঘণ্টাৰ পাছত কাইলিয়ান এমবাপে মেছিৰ...

Read moreDetails

পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

লিঅ’নেল মেছিৰ বিশ্ব অভিলেখ। সৰ্বকালৰ সৰ্বাধিক স্ক’ৰাৰ হোৱাৰ অভিলেখ। আৰু সেই অভিলেখ গঢ়া মেচখনত অষ্ট্ৰিয়াক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ...

Read moreDetails

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলৰ নতুন বৰ্ষৰ খেল আৰম্ভ হোৱাৰ আগতে কেইবাটাও দলত যে ডাঙৰ সালসলনি হ'ব, সেয়া যোৱাবাৰৰ খেল শেষ হোৱাৰ লগে লগেই...

Read moreDetails

ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

দিল্লী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ নিৰ্দেশযোগে দেশৰ মুখ্য ন্যায়াধীশ আৰু আন কেইবাগৰাকীও ন্যায়াধীশৰ বিৰুদ্ধে সামাজিক মাধ্যমত প্ৰচাৰ হোৱা মিছা তথা...

Read moreDetails

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ চৰ্চা! তাৰ মাজতে সাম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে আত্মপ্ৰকাশ এণ্ডী বাৰ্নহামৰ

ব্ৰিটেইনৰ ৰাজনীতিত বৰ্তমানৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ নেতৃত্বক লৈ নানা তৰ্ক-বিতৰ্ক আৰু উৰাবাতৰি ওলাইছে। তেওঁ পদত্যাগ কৰিব পাৰে বুলি চলি থকা...

Read moreDetails

ক্ৰেডৰ প্ৰতিষ্ঠাপক কুনাল শ্বাহক হোৱাটছএপৰ মুৰব্বী হিচাপে নিযুক্তি

ক্ৰেডৰ প্ৰতিষ্ঠাপক কুণাল শ্বাহে সমগ্ৰ বিশ্বৰ বাবে হোৱাটছএপৰ নতুন মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ ওলাইছে। প্ৰযুক্তিৰ জগতত এগৰাকী ভাৰতীয় উদ্যোগীৰ...

Read moreDetails

বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

বিহাৰ আৰক্ষীয়ে লখীচৰায় জিলাত চিকিৎসা বিজ্ঞানৰ স্নাতক স্তৰৰ প্ৰৱেশ পৰীক্ষাৰ পুনৰ পৰীক্ষাৰ সময়ত এক বৃহৎ নকল চক্ৰ ফাদিল কৰিবলৈ সক্ষম...

Read moreDetails
Page 142 of 1553 1 … 141 142 143 … 1,553

Stay Connected

Recent News