শীতকালত আমাৰ ৰাজ্যত বতৰ শুকান হৈ পৰে আৰু ইয়াৰ ফলত ৰাস্তা-ঘাটত ধূলিৰ পৰিমাণ বাঢ়ি যায়। চহৰাঞ্চলত নিৰ্মাণ কাৰ্য আৰু মটৰ...
Read moreDetailsদিল্লী স্কুল অৱ ইক'নমিক্সৰ এখন বহুপ্ৰত্যাশিত আলোচনাচক্ৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ নিৰ্দেশত বাতিল কৰা হৈছে। এই স্কুলখনে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত কাম কৰে।...
Read moreDetailsদুহেজাৰ বিশ চনৰ দিল্লীত ঘটা সংঘৰ্ষৰ গোচৰত ওমৰ খালিদ আৰু অন্যান্যসকলৰ হৈ দাখিল কৰা জামিন আৱেদনৰ বিৰুদ্ধে বৃহস্পতিবাৰে (৩০ অক্টোবৰ...
Read moreDetailsবাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী (মুখ্য উপদেষ্টা) মহম্মদ ইউনুছে চলিত বৰ্ষৰ শেষৰ ফালে নতুবা ২০২৬ চনৰ আৰম্ভণিতে অনুষ্ঠিত হ'বলগীয়া সাধাৰণ নিৰ্বাচনত...
Read moreDetailsছেমিকণ্ডাক্টৰ উদ্যোগক লৈ আৰম্ভ হোৱা বিতৰ্কই এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গেৰ মাজত এক তীব্ৰ...
Read moreDetailsআজি ৩০ অক্টোবৰ, অসমৰ ইতিহাসৰ এক ক'লা দিন। এই দিনটোতেই, ২০০৮ চনত, ধাৰাবাহিক বোমা বিস্ফোৰণত বহু লোকে প্ৰাণ হেৰুৱাইছিল আৰু...
Read moreDetailsভাৰতৰ উচ্চতম ন্যায়ালয়ে অপৰাধমূলক বিচাৰত অভিযোগনামা (Charge Sheet) দাখিল কৰাৰ বাবে সমগ্ৰ দেশৰ নিম্ন আদালতসমূহৰ বাবে কঠোৰ সময়সীমা নিৰ্ধাৰণ কৰাৰ...
Read moreDetailsহিংসা, গুলী, বোমা, বাৰুদ, আত্মগোপন কৰি থকা জীৱন এৰি বহু দিনৰ আগতেই মূল সূঁতিলৈ ঘূৰি আহিছিল তেওঁ। ঠিৰাং কৰিছিল সেইবোৰ...
Read moreDetailsপেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু ইয়াৰ প্ৰত্যুত্তৰত ভাৰতৰ অপাৰেচন সিন্দুৰৰ পিছতে ভাৰত-পাকিস্তানৰ সম্পৰ্ক অস্থিৰ। ক্ৰীড়াজগতটো এই উত্তেজনা বিয়পি পৰিছে। এই...
Read moreDetailsতেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা উত্তেজনা চলি থকাৰ সময়তে আন এক অভিযোগ উত্থাপিত হৈছে। শেহতীয়া কৈ প্ৰকাশিত তথ্য অনুসৰি শিক্ষকসকলে উল্লেখ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd