Popular Stories

আচলতে কি হৈছিল সেইদিনা? জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মুখ খুলিলে বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে

আচলতে ছিংগাপুৰত কি হৈছিল জুবিন গাৰ্গৰ লগত? ৰহস্যৰ আবৰ্তত সোমাই পৰিছে জুবিন গাৰ্গৰ মৃত্যু! হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ অকাল বিয়োগত শোকাহত...

Read moreDetails

কোনে সম্পন্ন কৰিব জুবিন গাৰ্গৰ মুখাগ্নি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক’লে সংবাদমেলত?

জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষা আৰু জুবিন গাৰ্গৰ শেষকৃত্যক লৈ আজি আবেলি দিয়া সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ কথা ক’লে মুখ্যমন্ত্ৰীয়ে। আনফালে...

Read moreDetails

গণশিল্পী জুবিন গাৰ্গৰ মহা প্ৰয়াণত অনুৰাগীৰ মৰম-আদৰ অতুলনীয়ঃ প্ৰসিদ্ধ জেষ্ঠ সাংবাদিক ৰবিশ কুমাৰ

ভাৰতৰ প্ৰসিদ্ধ জেষ্ঠ সাংবাদিক ৰবিশ কুমাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে জুবিন গাৰ্গৰ দৰে এগৰাকী শিল্পীৰ বিষয়ে হিন্দী দৰ্শকে নজনাটো...

Read moreDetails

বিজেপি শাসিত প্ৰায় ৫০ শতাংশ ৰাজ্যই কেন্দ্ৰীয় হাৰত নিদিয়ে ডিএ… উচ্চতম ন্যায়ালয়ক জনালে পশ্চিমবংগ চৰকাৰে

দেশৰ কমেও ১২ খন ৰাজ্যই চৰকাৰী কৰ্মচাৰীক কেন্দ্ৰীয় হাৰত নিদিয়ে ডিয়াৰনেছ এলাৱেন্স (ডি এ)। পশ্চিম বংগ চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল...

Read moreDetails

মানহানি অপৰাধ হিচাপে গণ্য কৰা বন্ধ কৰাৰ সময় আহি পৰিছে…উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ মন্তব্য

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা অমিতা সিঙে দাখিল কৰা মানহানিৰ গোচৰত জাৰি কৰা চমনক প্ৰত্যাহ্বান জনাই সংবাদ প্ৰতিষ্ঠান দ্য ৱায়াৰে...

Read moreDetails

কোটি-কোটি টকাৰ সম্পত্তিৰ মালিক সিদ্ধাৰ্থ শর্মা! জুবিনৰ মেনেজাৰে কাক অন্ধকাৰত ৰাখি গোটাইছিল সম্পদ?

কোটিপতি আছিল সদ্যপ্ৰয়াত গণশিল্পী জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। দুহেজাৰ চৈধ্য চনৰ পৰা জুবিন গাৰ্গৰ ব্যৱস্থাপনাৰ দায়িত্বত আছিল সিদ্ধাৰ্থ শর্মা।...

Read moreDetails

বিতৰ্কৰ আৱৰ্তত জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ APS সন্দীপন গাৰ্গ!

দিন উকলি যোৱাৰ লগে-লগে জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কে উন্মোচিত হৈছে ন-ন তথ্য। এইবাৰ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামীৰ পাছত...

Read moreDetails

তেইছ ছেপ্টেম্বৰত জুবিনৰ অন্ত্যোষ্টিক্ৰিয়া: হাতীমূৰাত যুদ্ধকালীন তৎপৰতা

মঙলবাৰে সোণাপুৰৰ হাতীমূৰা কমাৰকুছিত সম্পন্ন কৰা হ'ব জুবিন গাৰ্গৰ অন্ত্যোষ্টিক্ৰিয়া। ইতিমধ্যে উক্ত স্থানত চলিছে শেষকৃত্যৰ প্ৰস্তুতি। সোমবাৰে পুৱা আছুৰ শীৰ্ষ...

Read moreDetails

গোলাঘাটৰ সেই বিশেষ ষ্টুডিঅ’টো…! জুবিন গাৰ্গে ৭ ঘণ্টাত বাণীবদ্ধ কৰিছিল ২২ টাকৈ গীত

অসমবাসীৰ প্ৰিয় শিল্পী জুবিন গাৰ্গক বিদায় দিবলৈ আজিও মন-মগজু উঠিব পৰা নাই। তেওঁৰ সংগীতময় যাত্ৰাৰ অসংখ্য স্মৃতিয়ে আজি সকলোকে অশ্ৰুসিক্ত...

Read moreDetails

হাৰ্টথ্ৰবৰ আকস্মিক বিয়োগ হৈ পৰিছে ৰহস্যঘন!  কোনে জুবিন গাৰ্গৰ টকাৰে কিনিছিল ৩০ কোটি টকীয়া হোটেল?

জুবিন গাৰ্গৰ মৃত্যুক লৈ গুণমুগ্ধৰ সন্দেহ যেন এতিয়া সঁচা প্ৰমাণিত হৈছে! শেহতীয়াকৈ জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ অকাল মৃত্যুক লৈ সমাজিক...

Read moreDetails
Page 411 of 1554 1 … 410 411 412 … 1,554

Stay Connected

Recent News