ক্ৰীড়া

ক্ৰীড়ামন্ত্ৰীৰে ৰুদ্ধদ্বাৰ বৈঠক প্ৰতিবাদী মল্লযুঁজাৰুৰ: দাবীত অটল খেলুৱৈ, অমীমাংসিত বৈঠক

দেশৰ ক্ৰীড়াক্ষেত্ৰক যোৱা দুটা দিন ধৰি উত্তাল কৰি ৰখা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগ সন্দৰ্ভত অৱশেষত বৃহস্পতিবাৰে নিশা...

Read moreDetails

প্ৰতাৰণাৰ বলি উছেইন ব’ল্ট: হেৰুৱালে ১২ মিলিয়ন ডলাৰ

বিশ্বৰ দ্ৰুততম মানৱ তথা কিংবদন্তী দৌৰবিদ উছেইন ব’ল্ট চিকাৰ হৈছে এক বৃহৎ আৰ্থিক জালিয়াতিৰ। এটাৰ পিছত এটাকৈ বিশ্ব অভিলেখ স্থাপনেৰে...

Read moreDetails

আলোচনাত অসন্তুষ্ট! বৃজভূষণৰ অপসাৰণৰ দাবীত অটল প্ৰতিবাদী ভাৰতীয় মল্লযুঁজাৰু

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ তুলি প্ৰতিবাদত বহা ভাৰতীয় মল্লযুঁজাৰুসকল আজি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয়।...

Read moreDetails

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলিলে তাৰকা মল্লযুঁজাৰু ভিনেশ ফ’গাটে

পুনৰ এবাৰ যৌন নিৰ্যাতনৰ অভিযোগে জোকাৰি গৈছে ভাৰতীয় ক্ৰীড়াক্ষেত্ৰক। এইবাৰ এই অভিযোগ উত্থাপন হৈছে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে। ভাৰতীয় মল্লযুঁজ...

Read moreDetails

অপ্ৰতিৰোধ্য ‘শুভ’ গতিৰে গিলৰ আন এক চমক! কোহলী, ধাৱানক অতিক্ৰমি গঢ়িলে নতুন ৰেকৰ্ড

আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত নিজৰ দুৰন্ত প্ৰদৰ্শন অব্যাহত ৰাখিছে উদীয়মান ক্ৰিকেটাৰ শুভমন গিলে। ২০১৮ চনৰ ১৯ অনুৰ্ধ বিশ্বকাপতে এক সম্ভাৱনাপূৰ্ণ ভৱিষ্যতৰ উমান...

Read moreDetails

ক’ত আছে সঞ্জু চেমচন! সূৰ্যকুমাৰ যাদৱে দিলে উত্তৰ: নেট দুনীয়াত আবেগৰ ঢৌ

ক্ৰিকেট অনুৰাগী সকলৰ বাবে সঞ্জু চেমচন এক চিনাকি নাম। ঘৰুৱা ক্ৰিকেটৰ লগতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল- ত...

Read moreDetails

ICC U-19 Women’s World Cup: ১৯ অনুৰ্ধৰ টী-২০ মহিলা বিশ্বকাপত দক্ষিণ আফ্ৰিকাক পৰাজিত অভিযান আৰম্ভ ভাৰতৰ

ভাৰতে মহিলাৰ ১৯ অনুৰ্ধৰ বিশ্বকাপত বিজয়েৰে অভিযান আৰম্ভ কৰিছে। প্ৰথমখন খেলত শনিবাৰে শেফালী বাৰ্মাৰ নেতৃত্বত ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ উইকেটত...

Read moreDetails

হাস্পাতালত কৰ’না আক্ৰান্ত আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোডী; আছে অক্সিজেন ছাপোৰ্টত

আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোডী কোভিড-১৯ত আক্ৰান্ত হৈছে। তেওঁৰ কোভিড পৰীক্ষাৰ ৰিপ’ৰ্ট যোৱা সপ্তাহত পজিটিভ আহিছিল। বৰ্তমান মোডীক...

Read moreDetails

Hockey World Cup 2023: স্পেইনক হৰুৱাই হকী বিশ্বকাপত দুৰ্দান্ত আৰম্ভণি ভাৰতৰ

হকী বিশ্বকাপত ভাৰতে সুন্দৰ আৰম্ভণি কৰিছে। শুকুৰবাৰে ৰাউৰকেলাৰ বীৰচা মুণ্ডা ষ্টেডিয়ামত হৰমনপ্ৰীতৰ দলটোৱে স্পেইনক ২-০ গ'লত পৰাস্ত কৰে। দুৰ্দান্ত প্ৰদৰ্শন...

Read moreDetails

ৰহস্যজনকভাৱে উদ্ধাৰ মহিলা ক্ৰিকেটাৰৰ মৃতদেহ; হত্যাৰ অভিযোগ পৰিয়ালৰ

Woman cricketer found dead উৰিষ্যাৰ এগৰাকী মহিলা ক্ৰিকেটাৰৰ ৰহস্যজনকভাৱে মৃত্যু ঘটিছে। ক্ৰিকেটাৰ ৰাজশ্ৰী ছোৱাইনৰ মৃতদেহ এখন গভীৰ অৰণ্যত গছত ওলমি...

Read moreDetails
Page 169 of 474 1 … 168 169 170 … 474

Stay Connected

Recent News