Kylian Mbappe’s rumoured girlfriendকেলিয়ান এমবাপেক পুনৰ পৰিচয় দিয়াৰ কোনো প্ৰয়োজন নাই। লিঅ’নেল মেছি আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পিছতে এই ফৰাচী তাৰকাই...
Read moreDetailsকাটাৰে বিশ্বকাপ আয়োজন কৰাৰ পূৰ্বে মৰক্কোৰ বিশ্বকাপ জয়ৰ সম্ভাৱনা আছিল ০.০০১ শতাংশ। কিন্তু বিশ্বকাপ আৰম্ভ হোৱাৰ লগে লগে আফ্ৰিকান লায়ন্সে...
Read moreDetailsকান্ধত দায়িত্ব গধুৰ। ৰাজপুত্ৰ মাৰাডোনাৰ উত্তৰাধিকাৰী তেওঁ। মাৰাডোনাই দি যোৱা গৌৰৱৰ ঐতিহ্য বুকুত বান্ধি উত্তৰাধিকাৰীৰ বাওঁভৰিৰ ওপৰত দৃষ্টি নিবদ্ধ সমগ্ৰ...
Read moreDetailsShakira celebrates Morocco’s win ৰোনাল্ডোৰ পৰ্তুগালক পৰাজিত কৰি মৰক্কো বিশ্বকাপৰ ছেমি ফাইনেলত উপনীত হোৱাৰ পিছতে পপ তাৰকা ছাকিৰাই আফ্ৰিকাৰ দেশখনক...
Read moreDetailsDefending Champion France beat England বৰ্তমানৰ চেম্পিয়ন ফ্ৰান্সে ইংলেণ্ডৰ বিৰুদ্ধে এক ৰোমাঞ্চকৰ যুঁজত জয়লাভ কৰি আন এখন বিশ্বকাপৰ ফাইনেলৰ পথত...
Read moreDetailsThe first African team to reach the WC semifinal কাটাৰ বিশ্বকাপৰ তৃতীয়খন কোৱাৰ্টাৰ ফাইনেল খেলত মৰক্কোৱে পৰ্তুগালক ১-০ গ'লত পৰাস্ত...
Read moreDetailsকাটাৰ ফুটবল বিশ্বকাপৰ দ্বিতীয় কোৱাৰ্টাৰ ফাইনেলত অপৰাজিত নেডাৰলেণ্ড আৰু লিঅ’নেল মেছিৰ আৰ্জেণ্টিনা মুখামুখি হৈছিল। শুকুৰবাৰে মাজনিশা লুচাইল আইকনিক ষ্টেডিয়ামত ছেমি...
Read moreDetailsCroatia beat Brazil on penalties জিকিলেই ছেমি ফাইনেল নিশ্চিত,হাৰিলে বিদায়। এনে কঠিন সমীকৰণৰ কোৱাৰ্টাৰ ফাইনেল খেলখনত পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিল...
Read moreDetailsআঘাত ক্ৰীড়াৰ এটা অংশ। নিজৰ সৰ্বস্ব উজাৰি দিয়াৰ চেষ্টাত এগৰাকী ক্ৰীড়াবিদ আঘাতৰ সন্মুখীন হোৱাটো তেনেই চিনাকি দৃশ্য। এনে আঘাতে কেতিয়াবা...
Read moreDetailsপুনৰ হঠাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা ঘটনা। এইবাৰ ঘটনাটো আৰু অধিক মৰ্মান্তিক। উত্তৰ প্ৰদেশৰ কানপুৰৰ দশম শ্ৰেণীৰ এজন ছাত্ৰই...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd