ক্ৰীড়া

আইপিল : ধৰ্মীয় বিশ্বাসৰ বাবে জাৰ্চিৰ পৰা সুৰাৰ কোম্পানীৰ লগ’ আঁঁতৰালে এই তাৰকা অলৰাউণ্ডাৰে

বিশ্ব ক্ৰিকেটত অলৰাউণ্ড প্ৰদৰ্শনেৰে জনপ্ৰিয়তাৰ শিখৰত থকা ইংলিছ ক্ৰিকেটাৰ মইন আলিয়ে তেওঁৰ আইপিএল ফ্ৰেঞ্চাইজি চেন্নাই চুপাৰ কিংছৰ মেনেজমেণ্টক এটা বিশেষ...

Read moreDetails

আইপিএল ২০২১ : ক’ভিড-১৯ত আক্ৰান্ত হ’ল দিল্লী কেপিটেলছৰ তাৰকা অক্ষৰ পেটেল

চলিত বৰ্ষৰ আইপিএলৰ প্ৰাকমুহূৰ্তত দিল্লী কেপিটেলছে এক গভীৰ সংকটৰ সম্মুখীন হৈছে। দলটোৰ নিয়মীয়া অধিনায়ক শ্ৰেয়ষ আয়াৰৰ আঘাতজনিত সমস্যাৰ বাবে অধিনায়কৰ...

Read moreDetails

এক অনন্য অভিলেখ গঢ়িলে পাকিস্তানৰ অধিনায়ক বাবৰ আজমে, অতিক্ৰমিলে আমলা-কোহলীক

পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক বাবৰ আজম এক অনন্য অভিলেখৰ গৰাকী হৈছে। শুকুৰবাৰে দক্ষিণ আফ্ৰিকাৰ স'তে খেলা এখন এদিনীয়া মেচত তাৰকা...

Read moreDetails

ভাল প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে শাৰ্দুল ঠাকুৰেও আনন্দ মহিন্দ্ৰাৰ পৰা পালে SUV উপহাৰ, জনালে ধন্যবাদ

টীম ইণ্ডিয়াৰ তৰুণ প্ৰজন্মক উৎসাহিত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে দেশৰ বিশিষ্ট উদ্যোগী আনন্দ মহিন্দ্ৰাই। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শনৰ...

Read moreDetails

মহেন্দ্ৰ সিং ধোনীয়ে জনালে তেওঁৰ এদিনীয়া ক্ৰিকেট কেৰিয়াৰৰ আটাইতকৈ প্ৰিয় ইনিংছটো

২০১১ চনৰ বিশ্বকাপ বিজয়ৰ ১০ বছৰ পূৰ্তি উপলক্ষে মহেন্দ্ৰ সিং ধোনীয়ে নিজৰ ক্ৰিকেট কেৰিয়াৰৰ আটাইতকৈ প্ৰিয় এদিনীয়া ইনিংছটো নিৰ্বাচিত কৰি...

Read moreDetails

২০১১ চনৰ বিশ্বকাপ বিজয়ৰ ১০ বছৰ পূৰ্তি : কি অনুভৱ ব্যক্ত কৰিলে যুৱৰাজ, সেহৱাগ, গম্ভীৰে

১০ বছৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট জগত এক বিৰল ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছিল। ১৯৮৩ চনৰ পাছত দ্বিতীয়বাৰৰ বাবে টীম ইণ্ডিয়াই আইচিচি...

Read moreDetails

ক’ভিড প’জিটিভ হোৱাৰ পাছতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হ’ল শচীন টেণ্ডুলকাৰক

কিংম্বন্তি ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে ২৭ মাৰ্চত ক্ৰিকেটাৰজনৰ ক'ভিড-১৯ পজিটিভ ধৰা পৰিছিল। টুইটাৰযোগে তেওঁ এই...

Read moreDetails

টীম ইণ্ডিয়াৰ অধিনায়কৰ পদবীত অধিষ্ঠিত হ’ব ঋষভ পণ্ট! কোনে কি প্ৰসংগত ক’লে?

ভাৰতীয় ক্ৰিকেট জগতৰ বাবে নিঃসন্দেহে ৰিষভ পণ্ট এটা নৱতম চাঞ্চল্য। ২৩ বৰ্ষীয় দিল্লীৰ উইকেটকীপাৰ বেটছমেনজনে শেহতীয়াভাৱে নিজস্ব বেটিং কৌশলেৰে অনুৰাগীৰ...

Read moreDetails

টেণ্ডুলকাৰৰ বাবে আখটাৰৰ এটা বিশেষ টুইট, ‘প্ৰিয় প্ৰতিদ্বন্দ্বী’ আখ্যা টেণ্ডুলকাৰক

প্ৰাক্তন পাকিস্তানী স্পীডষ্টাৰ চোৱেইব আখটাৰৰ শেহতীয়া এটা টুইটে অনুৰাগীসকলক মন মুহি নিছে। টুইটটোত তেওঁ কিংম্বদন্তি ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰৰ সৈতে এখন...

Read moreDetails

টেণ্ডুলকাৰ, ইউচুফ, বদ্ৰীনাথৰ পাছত এইবাৰ ইৰফান পাঠানৰো ক’ভিড পজিটিভ

টীম ইণ্ডিয়াৰ প্ৰাক্তন তাৰকা ইৰফান পাঠানৰো ক'ভিড পজিটিভ ধৰা পৰিছে। কভিড পজিটিভ ক্ৰিকেটাৰৰ তালিকাত শচীন টেণ্ডুলকাৰ, ইউচুফ পাঠান আৰু এছ...

Read moreDetails
Page 240 of 468 1 239 240 241 468

Stay Connected

Recent News