ক্ৰীড়া

আজি ঘৰুৱা দৰ্শকৰ সন্মুখত নৰ্থ-ইষ্ট য়ুনাইটেডৰ বিৰুদ্ধে খেলপথাৰত নামিব অসম সন্তান বিনীত ৰায়

ডিফেণ্ডিং চেম্পিয়ন বেংগালুৰু এফ চিৰ বিৰুদ্ধে ড্ৰ খেলি চলিত আই এছ এলত অভিযান আৰম্ভ কৰা নৰ্থ-ইষ্ট য়ুনাইটেডে দ্বিতীয় লীগ মেচত...

Read moreDetails

অসম অলিম্পিক সন্থাৰ পৰৱৰ্তী সভাপতি হিচাপে তৰুণ গগৈৰ স্থলাভিষিক্ত হোৱাৰ পথত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অসম অলিম্পিক সন্থাৰ পৰৱৰ্তী সভাপতিৰ বাবে শুকুৰবাৰে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসম অলিম্পিক সন্থাৰ সভাপতি...

Read moreDetails

ঘৰুৱা খেলত বিচিচিআইৰ লগো থকা হেলমেট পৰিধান কৰি বিপদত ৰবিচন্দ্ৰন আশ্বিন

বিজয় হাজাৰে ট্ৰফীৰ ফাইনেলত তামিলনাডুৰ হৈ অংশলোৱা ভাৰতীয় টেষ্ট দলৰ নিয়মীয়া সদস্য স্পীনাৰ ৰবিচন্দ্ৰন আশ্বিনে ঘৰুৱা ক্ৰিকেটত বিচিচিআইৰ লগো ব্যৱহাৰ...

Read moreDetails

আই পি এলত আত্মপ্ৰকাশৰ আশাৰে মুম্বাই ইণ্ডিয়ানছৰ ট্ৰায়েল কেম্পত উত্তৰ-পূবৰ দুই বেগী বলাৰ

২০২০ আই পি এল টি-২০ত শক্তিশালী মুম্বাই ইণ্ডিয়ানছৰ হৈ অভিষেকৰ ক্ষেত্ৰত আশাবাদী হৈ উঠিছে ত্ৰিপুৰাৰ দুই আগশাৰীৰ বেগী বলাৰ মণিশংকৰ...

Read moreDetails

ভাৰতীয় দলত এইবাৰ ‘ছিক্সাৰ কিং’ শিৱম; বলাৰৰ বাবে সন্ত্ৰাস সৃষ্টি কৰিবলৈ সাজু

৩ নবেম্বৰৰ পৰা বাংলাদেশৰ বিৰুদ্ধে হ’ব লগীয়া টি-২০ শৃংখলাৰ বাবে নিৰ্বাচকে প্ৰথমবাৰৰ বাবে মুম্বাইৰ বিস্ফোৰক অলৰাউণ্ডাৰ শিবম ডুবেক ভাৰতীয় দলত...

Read moreDetails

আবু ধাবিত টি-১০ প্ৰতিযোগিতাত চমক দিবলৈ সাজু ছিক্সাৰ কিং যুৱৰাজ সিং

ভাৰতৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিং পুনৰ সাজু হৈছে মধ্য প্ৰাশ্চ্যত অনুষ্ঠিত হ’বলগীয়া টি-১০ খেলত নিজৰ পৰাক্ৰম দেখুৱাবলৈ। যুৱৰাজ সিঙক...

Read moreDetails

কিয় ১৯ বছৰ পুৰণি ব্লে’জাৰ পিন্ধি বি চি চি আইৰ দায়িত্ব ল’লে গাংগুলীয়ে?

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে আজি বি চি চি আইৰ ৩৯নং অধ্যক্ষৰূপে দায়িত্ব গ্ৰহণ কৰিলে। দায়িত্ব গ্ৰহণৰ দিনটোত...

Read moreDetails

ইচ্ছা মৃত্যু : স্বৰ্ণ বিজয়ী পেৰা-অলিম্পিয়ানৰ জীৱন ত্যাগ

মঙলবাৰে বেলজিয়ামৰ চেম্পিয়ন পেৰা-অলিম্পিয়ান মৰিকি ভাৰভুৰ্টে ইচ্ছা মৃত্যুৰ জৰিয়তে নিজৰ জীৱন ত্যাগ কৰে। বেলজিয়ামৰ সংবাদ মাধ্যমে এই কথা প্ৰকাশ কৰিছে।...

Read moreDetails

গৃহ চহৰত ভাৰতীয় দলৰ ড্ৰেছিং ৰূমত মহেন্দ্ৰ সিং ধোনী; প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ টুইট

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা তিনিখনীয়া টেষ্ট শৃংখলাৰ ৰাঁচীত অনুষ্ঠিত হোৱা অন্তিমখন খেলত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চমকপ্ৰদ...

Read moreDetails

তাৰকা বক্সাৰ যমুনা আৰু লাভলিনাক মুখ্য মন্ত্ৰীৰ সম্বৰ্দ্ধনা; ২০ লাখ টকাৰ চেক

আজি সৰুসজাইস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ড’ৰ ষ্টেডিয়ামত বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক প্ৰাপ্ত যমুনা বড়ো আৰু লাভলিনা বৰগোঁহাইক...

Read moreDetails
Page 353 of 471 1 … 352 353 354 … 471

Stay Connected

Recent News