ক্ৰীড়া

দুৰ্দান্ত গতি অক্ষুণ্ণ ৰাখি স্বৰ্ণকন্যা হিমা দাসৰ ষষ্ঠটো সোণৰ পদক অৰ্জন

নিজৰ দুৰ্দান্ত গতি অক্ষুণ্ণ ৰাখি ধিং এক্সপ্ৰেছ তথা স্বৰ্ণকন্যা হিমা দাসৰ আন এক সাফল্য। দুমাহৰ ভিতৰত স্বৰ্ণ কন্যা হিমা দাসে...

Read moreDetails

১৫ দিনৰ সেনাৰ প্ৰশিক্ষণ লৈ কাশ্মীৰৰ পৰা উভতিল মহেন্দ্ৰ সিং ধোনী

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে কাশ্মীৰৰ পৰা তেওঁৰ ১৫ দিনীয়া সেনাৰ প্ৰশিক্ষণ লৈ উভতি আহিছে। ধোনীয়ে ৩১...

Read moreDetails

বিশ্বকাপত পৰাজয়ৰ পাছতো তৃতীয় বাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিৰ্বাচিত ৰবি শাস্ত্ৰী

অষ্ট্রেলিয়াত ২০২০ চনত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপলৈ ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে ৰবি শাস্ত্ৰীকে পুনৰবাৰ দায়িত্বভাৰ অৰ্পন কৰা হৈছে। মুম্বাইত...

Read moreDetails

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পদৰ বাবে আজি মুম্বাইত সাক্ষাৎকাৰ; ৰবি শাস্ত্ৰীৰ সম্ভাৱনা সজীৱ

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পদৰ বাবে আজি ৰাতিপুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হৈছে সাক্ষাৎকাৰ। সাক্ষাৎকাৰ চলি আছে মুম্বাইস্থিত ভাৰতীয়...

Read moreDetails

এলভিছ আলি হাজৰিকাৰ অভিলেখ; ১০ ঘণ্টা ৫৯ মিনিটত সাঁতুৰিলে কেটেলিনা চেনেল

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেটেলিনা চেনেল সাঁতুৰি আন এক অভিলেখ গঢ়িলে অসম সন্তান এলভিছ আলি হাজৰিকাই। এলভিছে যুক্তৰাষ্ট্ৰৰ পৰা মেক্সিক’ৰ সমুদ্ৰ তীৰলৈকে...

Read moreDetails

চীনত অসম আৰক্ষীৰ আধিপত্য, আৰ্চাৰ পল্লৱী নাৰ্জাৰীৰ সোণৰ পদক

ভাৰত প্ৰতিবেশী ৰাষ্ট্ৰ চীনৰ চেংডুনত অনুষ্ঠিত হৈ থকা ৱৰ্ল্ড পুলিছ এণ্ড ফায়াৰ গেমছৰ আৰ্চাৰীৰ মহিলাৰ পৰম্পৰাগত শাখাত সোণৰ পদক অৰ্জন...

Read moreDetails

লাডাখত স্বাধীনতা দিৱস উদযাপন কৰিলে লেফটেনেন্ট কৰ্ণেল মহেন্দ্ৰ সিং ধোনীয়ে

ভাৰতীয় সেনাত বৰ্তমান অবৈতনিক লেফটেনেন্ট কৰ্ণেল হিচাপে সেৱা আগবঢ়োৱা মহেন্দ্ৰ সিং ধোনীয়ে আজি লাডাখত স্বাধীনতা দিৱস উদযাপন কৰে। ভাৰতীয় ক্ৰিকেট...

Read moreDetails

ৰঞ্জি ট্ৰফী জয়ৰ লক্ষ্যৰে অসমৰ ৩০ জনীয়া সম্ভাব্য দল ঘোষণা

ৰঞ্জি ট্ৰফিৰ বাবে সম্ভাব্য ৩০ জনীয়া ছিনিয়ৰ দলটো ঘোষণা কৰিছে অসম ক্ৰিকেট সন্থা চমুকৈ এ চি এই। এ চি এৰ...

Read moreDetails

শুভমন গীলকে ধৰি ইণ্ডিয়া ব্লুৰ খেলুৱৈক ট্ৰেইন কৰিব অসমৰ নিশান্ত বৰদলৈয়ে

বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত ১৭ আগষ্টৰ পৰা অনুষ্ঠিত হ’বলগীয়া দুলীপ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশ ল’বলগীয়া ইণ্ডিয়া ব্লু দলত ট্ৰেইনাৰ হিচাপে...

Read moreDetails

ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ আন এক চাঞ্চল্য : খালী ভৰিৰে ১১ ছেকেণ্ডত দৌৰিলে ১০০ মিটাৰ; ভিডিঅ’ ভাইৰেল

মাত্ৰ ১১ ছেকেণ্ডত খালী ভৰিৰে ১০০ মিটাৰ দৌৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰামেশ্বৰ গুৰজাৰ নামৰ এজন ১৯ বছৰীয়া যুৱকে। যুৱকজনৰ দৌৰা...

Read moreDetails
Page 367 of 471 1 … 366 367 368 … 471

Stay Connected

Recent News