ক্ৰীড়া

লাভলীনা, অংকুশিতা আৰু শিৱ : ৰাষ্ট্ৰীয় ক্ৰীড়াত কোনে কি পদক আজুৰি আনিলে অসমলৈ?

৩৮ সংখ্যক ৰাষ্ট্ৰীয় খেলত অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ পৰা যোৱা বক্সিং দলটোৱে। ২টা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক লাভ...

Read moreDetails

পিতৃৰ দৰেই গ’লৰ বাবে ভোকাতুৰ; এখন খেলত ১১টা গ’ল দি অভিলেখ গঢ়িলে ‘জুনিয়ৰ’ মেছিয়ে

ভাৰতীয় ক্ৰিকেটত পিতৃ-পুত্ৰৰ একাধিক উদাহৰণ পোৱা যায়। অমৰনাথ, গাভাস্কৰ, তেণ্ডুলকাৰ বহু উদাহৰণ আছে। কিন্তু পিতৃয়ে যি সফলতা লাভ কৰিছিল, সেই...

Read moreDetails

আইপিএলৰ ছানৰাইজাৰ্ছে হাজাৰ কোটি টকাত ইংলেণ্ডৰ লীগত ক্ৰয় কৰিলে দল

আন এটা ভাৰতীয় কোম্পানীয়ে ইংলেণ্ডৰ দ্য হাণ্ড্ৰেডত এটা দল ক্ৰয় কৰিছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) দল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ...

Read moreDetails

শ্ৰেয়াছ, গীল, অক্ষৰৰ দমনীয় প্ৰদৰ্শনেৰে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত ভাৰতৰ সহজ জয়

ৰোহিত শৰ্মাৰ দলে জয়লাভ কৰিলে, ব্যৰ্থ হ’ল ৰোহিত। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত ৰোহিত শৰ্মাৰ টিম ইণ্ডিয়াই চাৰি উইকেটত জয়লাভ...

Read moreDetails

‘পুৰুষৰ প্ৰৱেশ নিষেধ!’- এইদৰে মহিলাৰ ক্ৰীড়া শিতানত ট্ৰান্সজেণ্ডাৰ খেলুৱৈৰ অংশগ্ৰহণ নিষিদ্ধ ড’নাল্ড ট্ৰাম্পৰ

এতিয়াৰ পৰা ট্ৰান্সজেণ্ডাৰ খেলুৱৈয়ে আৰু মহিলা ক্ৰীড়াত অংশগ্ৰহণ কৰিব নোৱাৰিব! এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই কথা ঘোষণা কৰে। বুধবাৰেও...

Read moreDetails

‎“ময়েই সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ” : ঘোষণা ক্রিষ্টিয়ানো ৰোনাল্ডোৰ

শেহতীয়াকৈ নিজকে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ বুলি অভিহিত কৰিছে পৰ্তুগীজ ফুটবলাৰ ক্ৰিষ্টিয়ানো ‎ৰনাল্ডোৱে।লগতে তেওঁ মেছি, মাৰাডোনা আৰু পেলেৰ সন্দৰ্ভতো নিজৰ মতামত...

Read moreDetails

তুংগত উন্মাদনা! এঘণ্টাৰ ভিতৰতে শেষ চেম্পিয়নছ ট্ৰফীৰ ভাৰত-পাকিস্তানৰ খেলৰ টিকট

ভাৰত আৰু পাকিস্তান ক্ৰিকেট দলে দ্বিপাক্ষিক শৃংখলাত ইটোৱে সিটোৰ বিৰুদ্ধে খেলত নমা নাই। ভাৰত-পাকিস্তানৰ প্ৰতিদ্বন্দ্বিতা কেৱল এচিচি আৰু আইচিচিৰ ইভেণ্টতহে...

Read moreDetails

‘এইদৰেই তোমাক চাব বিচাৰিছিলো’, অভিষেকৰ সফলতাক লৈ উৎফুল্লিত গুৰু যুৱৰাজ

এসময়ত তেওঁ বিস্ফোৰক ইনিংছ খেলি পৰাজয়ৰ মুখত পৰা মেচো জয়ী কৰাই আনিছিল। এই বাওঁহতীয়া ক্ৰিকেটাৰগৰাকীয়ে কঠিন পৰিস্থিতিত দলৰ প্ৰয়োজন অনুসৰি...

Read moreDetails

ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চমখন T-20ত জয়ী ভাৰত! ৪-১ৰে ছিৰিজ দখল মেন ইন ব্লু’ৰ, জিলিকিল অভিষেক

২ ফেব্ৰুৱাৰীত মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত টি-২০ শৃংখলাৰ চূড়ান্ত খেলখনত ১৫০ ৰানত ইংলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰে ভাৰতে। খেলখনত অভিষেক শৰ্মাই...

Read moreDetails

BCCI Awards 2025: লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত শচীন, বুমৰাহলৈ পলি উমৰিগড় ট্ৰফী; চাওক বঁটাৰ সম্পূৰ্ণ তালিকা

কিংবদন্তি শচীন তেণ্ডুলকাৰক ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জীৱনজোৰা অবিস্মৰণীয় অৱদানৰ বাবে বিচিচিআইয়ে সন্মান জনাইছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শনিবাৰে তেণ্ডুলকাৰক...

Read moreDetails
Page 72 of 471 1 … 71 72 73 … 471

Stay Connected

Recent News