ক্ৰীড়া

Euro 2024: উত্তেজনাপূৰ্ণ খেলত স্পেইনৰ হাতত পৰাস্ত হৈ ইউৰোৰ পৰা বিদায় আয়োজক জাৰ্মানীৰ, ছেমিফাইনেলত স্পেইন

চলিত ইউৰো কাপৰ আটাইতকৈ ধাৰাবাহিক দুটা দলে কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হৈছিল। ফলত তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেল হ’ব বুলি আশাই কৰা হৈছিল।...

Read moreDetails

পিছৰ শাৰীত বিশ্বকাপ জয়ী বিন্নী! শ্বাহ, শুক্লাৰ ক্ষমতাৰ ৰাগীত কুন্ঠিত ভাৰতীয় ক্ৰিকেট অনুৰাগী

ৰোহিত শৰ্মা, বিৰাট কোহলীৰ বিশ্বকাপ জয়ৰ উদযাপনত এটা কথাই দৃষ্টি কাঢ়িলে সকলোৰে। জয় শ্বাহ, ৰাজীৱ শুক্লাহঁতৰ আড়ম্বৰপূৰ্ণ উপস্থিতিৰ বিপৰীতে নীৰৱে...

Read moreDetails

বুমৰাহক ‘জাতীয় সম্পদ বা অষ্টম আশ্চৰ্য্য’ ঘোষণা কৰিবলৈ সন্মত বিৰাট, লগতে ক’লে…

বিৰাট কোহলীয়ে যশপ্ৰীত বুমৰাহক ‘ৰাষ্ট্ৰীয় সম্পদ’ বা বিশ্বৰ ‘অষ্টম আশ্চৰ্য্য’ বুলি ঘোষণা কৰিবলৈ সন্মত হৈছে। আৰু তাৰ বাবে যদি তেওঁ...

Read moreDetails

অভূতপূৰ্ব! মুম্বাইৰ সমুদ্ৰৰ পাৰত জনসমুদ্ৰ,বিশ্বকাপজয়ী দলক চাবলৈ হেতাওপৰা ক্ৰীড়াপ্ৰেমীৰ

২০১১ চনৰ বিশ্বকাপ জয়ৰ পাছতো এনে উন্মাদনা দেখা পোৱা নাছিল। ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হয় চূড়ান্ত খেলখন। ভাৰতে ফাইনেলত শ্ৰীলংকাক পৰাস্ত...

Read moreDetails

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে বিশ্ব চেম্পিয়ন টীম ইণ্ডিয়াই; ৰোহিত বাহিনীক কি ক’লে মোদীয়ে?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টী-২০ বিশ্বকাপৰ চেম্পিয়ন ভাৰতীয় দলক সাক্ষাৎ কৰে। বৃহস্পতিবাৰে প্ৰায় এঘণ্টা ধৰি মোদীৰ বাসগৃহত কটায় ভাৰতীয় দলটোৱে। প্ৰধানমন্ত্ৰীয়ে...

Read moreDetails

বিশ্বকাপজয়ী ভাৰতীয় দলক স্বদেশলৈ অনাৰ বাবে বাৰ্বাডোছ এয়াৰপৰ্টত অৱতৰণ এয়াৰ ইণ্ডিয়াৰ বিশেষ চাৰ্টাড বিমান

টি-২০ বিশ্বকাপ ২০২৪ৰ জয়ৰ পাছত বিজয়ী ভাৰতীয় দলক ঘৰলৈ ঘূৰাই অনাৰ বাবে বাৰ্বাডোছ বিমানবন্দৰত উপস্থিত হৈছে এয়াৰ ইণ্ডিয়াৰ বিশেষ চাৰ্টাৰ্ড...

Read moreDetails

ৰোহিত শৰ্মাৰ পাছত কোন হ’ব ভাৰতীয় টি-২০ দলৰ অধিনায়ক? জয় শ্বাহে দিলে ইংগিত

বিচিচিআইৰ সম্পাদক জয় শ্বাহে ৰোহিত শৰ্মাৰ ঠাইত হাৰ্দিক পাণ্ডিয়াই ভাৰতীয় দলৰ পূৰ্ণকালীন অধিনায়ক হিচাপে স্থান লাভ কৰাৰ সম্ভাৱনাক কিছু গতি...

Read moreDetails

নাম নুঠিল বিৰাটৰ! ভাৰতৰ ৬ গৰাকী খেলুৱৈৰে বিশ্বকাপৰ শ্ৰেষ্ঠ একাদশ ঘোষণা আই চি চিৰ

১৩ বছৰৰ পাছত বিশ্বকাপ জয়। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰুদ্ধশ্বাস ফাইনেলত ভাৰতীয় ক্ৰিকেট দলে আজুৰি আনিলে টী-২০ বিশ্বকাপ। গোটেই প্ৰতিযোগিতাখনত ৰোহিত...

Read moreDetails

বুম বুম বুমৰাহ! টী-২০ বিশ্বকাপ প্ৰতিযোগিতাৰ ‘প্লেয়াৰ অফ দ্য টুৰ্নামেন্ট’ যশপ্ৰীত বুমৰাহ

আই চি চিৰ যিকোনো ইভেণ্ট বা টী-২০ বিশ্বকাপৰ খিতাপ ১১বছৰৰ অপেক্ষাৰ অন্তত দখল কৰে ভাৰতে। শ্বাসৰুদ্ধকাৰী মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে...

Read moreDetails

ইউৰো কাপত অঘটন! ইটালীক ২-০ গ’লত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ড

জাৰ্মানীৰ বাৰ্লিন ষ্টেডিয়ামত শনিবাৰে ইউৰো কাপ ২০২৪ৰ অন্তিম ষোল্লৰ যুঁজত মুখামুখি হৈছিল চুইজাৰলেণ্ড বনাম ডিফেণ্ডিং চেম্পিয়ন ইটালী। এই খেলখনত চুইজাৰলেণ্ডে...

Read moreDetails
Page 95 of 471 1 … 94 95 96 … 471

Stay Connected

Recent News