এইবাৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু দুই নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীৰ নিযুক্তিক প্ৰত্যাহ্বান জনাই উচ্চতম...
Read moreDetailsভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াত হোৱা অনিয়মৰ অভিযোগ তুলি বৃহস্পতিবাৰে বেংগালুৰুৰ ফ্ৰীডম পাৰ্কত ককৰোচ জনতা পাৰ্টীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...
Read moreDetailsমুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু নিৰ্বাচন আয়োগৰ কাৰ্যকলাপৰ বিৰুদ্ধে সমগ্ৰ দেশত তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে দিল্লী আৰক্ষীয়ে লোকসভাৰ...
Read moreDetailsবড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ প্ৰধান কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ ব্যক্তিগত সহায়ক হিচাপে কৰ্মৰত মহেশ ব্ৰহ্ম নামৰ এজন ৪৭ বছৰীয়া লোকৰ মৃতদেহ...
Read moreDetailsচাৰি দশকৰ পূৰ্বে ভাৰতৰ আগশাৰীৰ সামৰিক প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰা একেলগে উত্তীৰ্ণ হোৱা দুই তৰুণ সামৰিক বিষয়া বৰ্তমান দেশৰ...
Read moreDetailsভাৰতীয় ছবিজগতৰ প্ৰবীণ অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা নানা পাটেকাৰৰ বৃহস্পতিবাৰে পুৱা গোৱাৰ বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল...
Read moreDetailsদুৰ্গম হিমালয়ৰ বুকুত দেশৰ প্ৰথমটো উচ্চভূমি বন্যপ্ৰাণী ছাফাৰী আৰম্ভ কৰা হৈছে লাডাখত। প্ৰশাসনে এই সেৱাৰ বাবে বিশেষভাৱে নিৰ্মিত ছয়খন মুক্ত...
Read moreDetailsগুজৰাটৰ সুৰেন্দ্ৰনগৰ জিলাত এক অত্যন্ত অমানুষিক আৰু শিহৰণকাৰী ঘটনা পোহৰলৈ আহিছে। প্ৰেমিকৰ সৈতে পলাই যোৱাৰ অপৰাধত এগৰাকী মহিলাক স্বামী আৰু...
Read moreDetailsছচিয়েল মিডিয়াত এজন ভাৰতীয় যুৱকৰ সৈতে পৰিচিত হোৱাৰ পিছত থাইলেণ্ডৰ এগৰাকী সফল যুৱতীৰ গোটেই জীৱনটো এক ভয়ংকৰ বিপৰ্যয়ত পৰিণত হয়।...
Read moreDetailsনগাঁও লোকসভা সমষ্টিৰ শেহতীয়া উপ-নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক মহল বৰ্তমান উত্তপ্ত হৈ পৰিছে। সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যাপক খেলিমেলি, ৰিগিং, বিৰোধীৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd