শীর্ষ সংবাদ

বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

পুনৰ বিতৰ্কৰ আৱৰ্তত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়। ১০ আগষ্টত বিশ্ববিদ্যালয়খনৰ চৌহদত অনুষ্ঠিত হ'বলগীয়া প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান কাৰাবন্দী কৰ্মী উমৰ খালিদৰ...

Read moreDetails

১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

ঝাৰখণ্ডত পৰীক্ষাৰ ব্যাপক খেলিমেলিক লৈ তীব্ৰতৰ হৈ পৰা ছাত্ৰ আন্দোলনৰ অন্ত পেলাবলৈ ৰাজ্য চৰকাৰ আৰু প্ৰতিবাদকাৰীৰ মাজত বৰ্তমান ষষ্ঠ লানি...

Read moreDetails

টৰন্টোত ভাৰতীয় মূলৰ হিমাংশী খুৰানাক হত্যা কৰাৰ ৭ মাহৰ পাছত গ্ৰেপ্তাৰ সংগী আব্দুল গাফুৰীক

ভাৰতীয় মূলৰ ৩০ বছৰীয়া যুৱতী হিমাংশী খুৰানাক হত্যাৰ অভিযোগত প্ৰায় সাত মাহৰ পাছত সংগী আব্দুল গাফুৰীক কানাডাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।...

Read moreDetails

পেট্ৰল-ডিজেল অবিহনে উৰিব; ‘ফ্লাইং কাৰ’ নিৰ্মাণ কৰি চমক দিলে ভাৰতীয় অভিযন্তাই

মধ্যপ্ৰাচ্যৰ অশান্তিৰ বাবে বৃদ্ধি পাইছে ইন্ধন তেল, পেট্ৰল আৰু ডিজেলৰ মূল্য। তাৰ ওপৰত ভাৰতৰ জনসাধাৰণে দেশত ইথানল মিশ্ৰিত পেট্ৰলৰ ক্ষেত্ৰত...

Read moreDetails

যাৰ নামত দাখিল হৈছিল এজাহাৰ, ১০ লাখ টকা বান সাহায্য লাভ কৰি সেই সময়ক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্তৰ

অসমৰ বিধ্বংসী বানত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দিছে কমেডিয়ান সময় ৰাইনাই। বান সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ...

Read moreDetails

পুৱা খোজ কাঢ়িবলৈ গৈ কৰুণ পৰিণতি! আৰক্ষী বিষয়াৰ নিচাগ্ৰস্ত পুত্ৰৰ মাৰ্চিডিজৰ খুন্দাত মৃত্যু বৃদ্ধাৰ

নিয়মীয়া অভ্যাস অনুসৰি শনিবাৰে পুৱাও ফুৰিবলৈ ওলাই গৈছিল ৭০ বছৰীয়া উৰ্মিলা নামৰ মহিলাগৰাকী। কিন্তু তেওঁ গম পোৱা নাছিল যে এইটোৱেই...

Read moreDetails

সাঁতোৰত অসমৰ আন এক সোণালী সাফল্য; কস্তুৰী গগৈৰ দ্বিতীয়টো সোণৰ পদক জয়

জয়পুৰত অনুষ্ঠিত ৪২সংখ্যক ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় একুৱাটিক চেম্পিয়নশ্বিপ-২০২৬ত সাঁতোৰত অসমৰ সাফল্য অব্যাহত আছে। ৬ আগষ্টৰ পৰা ৰাজস্থানৰ জয়পুৰস্থিত ছাৱাই মান...

Read moreDetails

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

পৰিৱেশ সংৰক্ষণ আৰু উন্নয়নৰ মাজত এক সুস্থ ভাৰসাম্য ৰক্ষাৰ গুৰুত্বপূৰ্ণ বাৰ্তাৰে আজি ৮ আগষ্ট, শনিবাৰে গুৱাহাটীত এক বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন...

Read moreDetails

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত সংঘটিত এক অতি শোকাবহ পথ দুৰ্ঘটনাত হৰ্ষিত বৰা নামৰ এগৰাকী ছাত্ৰৰ অকাল মৃত্যু ঘটিছে। এই খবৰে ছাত্ৰজনৰ পৰিয়ালৰ লগতে...

Read moreDetails
Page 106 of 6001 1 … 105 106 107 … 6,001

Stay Connected

Recent News