শীর্ষ সংবাদ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

এটি ৬ বছৰীয়া শিশু এগৰাকী শিক্ষয়ত্ৰীৰ প্ৰহাৰত কৰি মৃত্যুৰ অভিযোগ উঠিছে। বিশাখাপট্টনমৰ এখন ব্যক্তিগত বিদ্যালয়ৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।...

Read moreDetails

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ বৃহস্পতিবাৰে ৮০ বছৰ বয়সত...

Read moreDetails

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে সংঘটিত হয় গুলীচালনাৰ ঘটনা। গুলীচালনাত এজন কুখ্যাত গেংষ্টাৰ নিহত হয়। এই ঘটনাত হাৰিয়ানাৰ হিছাৰ জিলা আদালতত আহত হয়...

Read moreDetails

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

যাদবপুৰ বিশ্ববিদ্যালয়ত বুধবাৰৰ নিশাৰ পৰা বৃহস্পতিবাৰলৈ চলা ছাত্ৰ সংঘৰ্ষই নতুন বিতৰ্কৰ সৃষ্টি কৰিছে। সংঘৰ্ষৰ মাজতে বিশ্ববিদ্যালয়ৰ ৪ নম্বৰ গেটত থকা...

Read moreDetails

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তাৱিত পৰিৱেশ-সংবেদনশীল অঞ্চল (Eco-Sensitive Zone বা ESZ) সংকোচনৰ বাবে অসম চৰকাৰে আগবঢ়োৱা পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছে ইলোৰা...

Read moreDetails

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

২০২৭ চনৰ লোকপিয়লৰ পূৰ্বে ৰাজ্যখনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বা এন আৰ চি ৰূপায়ণৰ দাবীত মণিপুৰত পুনৰ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।...

Read moreDetails

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

নতুন ঔদ্যোগিক সম্পৰ্ক বিধি, ২০২০-ৰ ক্ষেত্ৰত ১৯৭৮ চনৰ এক ঐতিহাসিক ৰায়দানত নিৰ্ধাৰণ কৰা 'উদ্যোগ'ৰ বহল সংজ্ঞা ব্যৱহাৰ কৰিব পৰা নাযাব।...

Read moreDetails

গোটা আৱৰ্জনা ব্যৱস্থাপনা কেৱল চাফাই কৰ্মীৰ দায়িত্ব নহয়, নিয়ম নামানিলে কাটিব পানী-বিদ্যুৎ সংযোগ: উচ্চতম ন্যায়ালয়

গোটা আৱৰ্জনা বা কঠিন বৰ্জ্য পদাৰ্থৰ ব্যৱস্থাপনাক লৈ দেশজুৰি সজাগতা বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। এই দায়িত্ব কেৱলমাত্ৰ চাফাই...

Read moreDetails

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্মদিন উপলক্ষে মাতৃ ছোনিয়া গান্ধীক লৈ এক আবেগিক পোষ্ট প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।...

Read moreDetails

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তই লৈছে নতুন মোৰ। ঘটনাটোৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে অনিক দাস নামৰ এজন...

Read moreDetails
Page 141 of 6054 1 … 140 141 142 … 6,054

Stay Connected

Recent News