শীর্ষ সংবাদ

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

শোণিতপুৰ জিলা প্ৰশাসন, ৰাজহ আৰু বন বিভাগে ডেপোটা হাতীৰ বিচৰণ পথ অন্তৰ্গত ভূমি ঔদ্যোগিক ব্যৱহাৰৰ বাবে হস্তান্তৰ কৰিবলৈ লোৱা বুলি...

Read moreDetails

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

দেওবাৰে বিয়লি তান্ডা আৰক্ষী থানাৰ অন্তৰ্গত ওহৰপুৰ-বাছী জালাল সংযোগী পথত গৰাকীবিহিন পথৰ কুকুৰৰ আক্ৰমণত এগৰাকী প্ৰব্ৰজিত শ্ৰমিকৰ চাৰিবছৰীয়া কন্যাৰ কৰুণ...

Read moreDetails

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

শ্ৰীলংকাৰ পশ্চিম উপকূলীয় চহৰ নেগম্ব'ত অৱস্থিত কাৰাগাৰত সংঘটিত এক ভয়াৱহ হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি পাইছে বুলি সোমবাৰে...

Read moreDetails

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

দক্ষিণ কামৰূপৰ আজাৰা-পলাশবাৰী অঞ্চলৰ কৃষিভূমি, বনভূমি আৰু পুৰণি জনবসতিপূৰ্ণ এলেকা অধিগ্ৰহণ কৰি চৰকাৰে পৰিকল্পনা কৰা ‘এৰ’চিটি’, ‘চেটেলাইট টাউনশ্বিপ’ আৰু ‘উকিয়াম...

Read moreDetails

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

বিগত বৰ্ষৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহলগামত ২৬ জন অসামৰিক লোকৰ প্ৰাণহানি ঘটা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মূল পৰিকল্পনাকাৰী হিচাপে লস্কৰ-ই-তৈবাৰ মুৰব্বী...

Read moreDetails

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটী মহানগৰীৰ উদ্যান আৰু ৰাজহুৱা স্থানসমূহৰ বাবে অসম চৰকাৰে ঘোষণা কৰা সংশোধিত প্ৰৱেশ মাচুলৰ নিয়ম আজি ৫ জুলাইৰ পৰা কাৰ্যকৰী...

Read moreDetails

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণ কৰিবলৈ চৰকাৰে এখন কেন্দ্ৰীয় উপদেষ্টা মণ্ডলী গঠন কৰাৰ পৰিকল্পনা কৰিছে। এই নতুন...

Read moreDetails

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

জুলাই ১০ তাৰিখে অসম বিধানসভাত দাখিল হ'বলগীয়া ৰাজ্যিক বাজেটখনে চৰকাৰৰ আগন্তুক পাঁচ বছৰীয়া অৰ্থনৈতিক দৃষ্টিভংগীৰ এক স্পষ্ট ৰূপৰেখা দাঙি ধৰিব...

Read moreDetails

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পুনৰ অশান্তি বৃদ্ধি পাইছে। পাকিস্তানী সেনাৰ অত্যাচাৰৰ বাবে সহস্ৰাধিক লোকৰ মৃত্যু হৈছে। আনকি ৬০০ৰো অধিক মানৱ অধিকাৰ...

Read moreDetails

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

১৬ বছৰ পূৰ্বে আমেৰিকাৰ মেটলাইফ ষ্টেডিয়ামতে ব্ৰাজিলৰ জাৰ্চিত নেইমাৰৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলত অভিষেক ঘটিছিল। দেওবাৰে নিশা সেই খেলপথাৰতে তেওঁৰ ১৬ বছৰীয়া...

Read moreDetails
Page 166 of 6003 1 … 165 166 167 … 6,003

Stay Connected

Recent News