শীর্ষ সংবাদ

হৰমুজ প্ৰণালীত মিছাইল আক্ৰমণ, জুই লাগিল ইউ এ ইৰ তেল টেংকাৰত; নিহত ভাৰতীয় নাৱিক

ইৰাণৰ বিৰুদ্ধে হৰমুজ প্ৰণালীত ইউ এ ইৰ দুখন তেল টেংকাৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। সোমবাৰৰ এই আক্ৰমণত এজন...

Read moreDetails

ভিয়েটনামৰ সাগৰত প্ৰাণ হেৰুওৱা ১৫ ভাৰতীয়ৰ মৃতদেহ আহি পালেহি মুম্বাই! নিজ ৰাজ্যলৈ প্ৰেৰণৰ ব্যৱস্থা চৰকাৰৰ

ভিয়েটনামৰ ফু কুৱক দ্বীপৰ সমীপত যোৱা ১১ জুলাইত সংঘটিত হোৱা ভয়ংকৰ স্পীডব'ট দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ মৃতদেহ...

Read moreDetails

ইথানল মিশ্ৰিত পেট্ৰ’লক লৈ অসন্তুষ্ট ৫৩ শতাংশ এনডিএ ভোটাৰ! কোন পথে আগবঢ়িব মোডী চৰকাৰ?

ইথানল মিশ্ৰিত পেট্ৰ’ল বা ই-২০ লৈ অসন্তুষ্ট স্বয়ং এন ডি এৰ ভোটাৰেই। এন ডি এৰ ৫০ শতাংশতকৈ অধিক ভোটাৰে এই...

Read moreDetails

প্ৰতিদিনে ২৬ হাজাৰ লোকৰ প্ৰাণ কাঢ়িছে কৰ্কট ৰোগে! ধনী-দুখীয়াৰ ব্যৱধানে নিৰ্ধাৰণ কৰিছে ৰোগীৰ আয়ুস, বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য…

বিশ্ব স্বাস্থ্য সংস্থা আৰু ইণ্টাৰনেচনেল এজেন্সী ফৰ ৰিচাৰ্চ অন কেন্সাৰে যুটীয়াভাৱে প্ৰকাশ কৰা 'গ্ল'বেল ষ্টেটাছ ৰিপ'ৰ্ট অন কেন্সাৰ ২০২৬' শীৰ্ষক...

Read moreDetails

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

বলীউডৰ অভিনেতা আমিৰ খানৰ তৃতীয় বিবাহক কেন্দ্ৰ কৰি মহাৰাষ্ট্ৰত আৰম্ভ হৈছে নতুন ৰাজনৈতিক বিতৰ্ক। বিজেপি নেতা তথা মহাৰাষ্ট্ৰৰ মন্ত্ৰী নীতেশ...

Read moreDetails

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

উজনি অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সোৱনশিৰি নদীত পানীৰ প্ৰবাহ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পিছত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই এক গুৰুত্বপূৰ্ণ...

Read moreDetails

নাগালেণ্ডত ভয়ংকৰ আই ই ডি বিস্ফোৰণ! আসাম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি চলোৱা আক্ৰমণত ৩ জোৱানৰ মৃত্যু

সোমবাৰে নাগালেণ্ডৰ চুমুকেডিমা জিলাৰ চখুভি গাঁৱৰ সমীপত আসাম ৰাইফলছৰ এটা কনভয়ত সংঘটিত হোৱা এক ভয়ংকৰ আই ই ডি বিস্ফোৰণত তিনিগৰাকী...

Read moreDetails

বিমান ভাড়াত অস্বাভাৱিক উত্থান-পতন নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰক নতুন নিয়মাৱলী দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ভাৰতীয় বিমান ভাড়াত দেখা দিয়া অস্বাভাৱিক উত্থান-পতন আৰু গ্ৰাহকক শোষণ কৰা প্ৰৱণতা ৰোধ কৰিবলৈ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ...

Read moreDetails

ৰাম মন্দিৰত ওলাইছে নতুন চাকৰি : স্নাতক উত্তীৰ্ণই কৰিব পাৰিব আবেদন

অযোধ্যাৰ শ্ৰী ৰাম জন্মভূমি মন্দিৰ পৰিচালনাৰ বাবে মুখ্য কাৰ্যবাহী বিষয়া বা চি ই অ’ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে শ্ৰী ৰাম...

Read moreDetails

দিল্লীৰ সংঘৰ্ষ: আইবি বিষয়া অংকিত শৰ্মাৰ হত্যাৰ গোচৰত দোষী সাব্যস্ত আপৰ প্ৰাক্তন নেতা তাহিৰ হুছেইন

উত্তৰ-পূব দিল্লীত হোৱা ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত ইণ্টেলিজেন্স ব্যুৰো চমুকৈ আইবিৰ বিষয়া অংকিত শৰ্মাক হত্যা কৰা হৈছিল। এই ঘটনাৰ প্ৰায়...

Read moreDetails
Page 203 of 6055 1 … 202 203 204 … 6,055

Stay Connected

Recent News