শীর্ষ সংবাদ

খাদ্যত বিষক্ৰিয়া! নগাঁৱত মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পাছতে অসুস্থ অৰ্ধশতাধিক শিক্ষাৰ্থী

বুধবাৰে নগাঁৱৰ এখন নিম্ন প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন কৰাৰ পিছতেই বিদ্যালয় চৌহদত অসুস্থ হৈ পৰে অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী। নগাঁও জিলাৰ কামপুৰ...

Read moreDetails

হত্যাৰ বলি হৈছিল নেকি জোনমণি! প্ৰত্যক্ষদৰ্শীৰ ভাষ্যই দিছে নতুন ইংগিত

সম্প্ৰতি ৰাজ্যত সবাতোকৈ চৰ্চিত হৈ পৰা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই আন এক গতি লাভ কৰিছে। পথ দুৰ্ঘটনাত জোনমণিৰ...

Read moreDetails

চাণক্য নীতি : এইকেইটা কথা জানি লওঁক, চকু খোল খাব আপোনাৰ

প্ৰাচীন ভাৰতৰ ইতিহাসত চাণক্যৰ নাম সোণালী আখৰেৰে লিখা হৈছে। তেওঁ আছিল এজন মহান পণ্ডিত, কূটনীতিবিদ, দাৰ্শনিক আৰু অৰ্থনীতিবিদ। ইতিহাসৰ মাজেৰে...

Read moreDetails

হিন্দু যুৱকৰ বাইকত মুছলমান যুৱতী! বাইক ৰখাই হিন্দু যুৱকক প্ৰহাৰ মুছলমান যুৱকৰ

এগৰাকী হিন্দু যুৱকে বাইকত এগৰাকী মুছলমান যুৱতীক উঠাই নিয়াৰ বাবে কেইজমান মুছলমান যুৱকে প্ৰহাৰ কৰাৰ দৰে এক অমানুষিক ঘটনা সংঘটিত...

Read moreDetails

প্ৰেম বিবাহৰ স্থায়িত্ব সঁচাই ক’ম নেকি? কি ক’লে উচ্চতম ন্যায়ালয়ে?

দেশত প্ৰেমৰ বিবাহৰ স্থায়িত্ব ক’ম! অৰ্থাৎ বিবাহ বিচ্ছেদৰ বেছিভাগ ঘটনা প্ৰেম বিবাহ কৰাসকলৰ মাজতে ঘটে। বুধবাৰে বিবাহ বিচ্ছেদৰ গোচৰৰ শুনানি...

Read moreDetails

ইংৰাজীত ছপোৱা পুঠি নপঢায় শিক্ষকে! শিক্ষা বিভাগক দহ শিক্ষক সংগঠনৰ ভাবুকি!

শিক্ষা বিভাগৰ এক হঠকাৰী সিদ্ধান্তৰ বাবেই এতিয়া সংকটৰ সন্মুখীন হৈছে ৰাজ্য শিক্ষাৰ্থীৰ লগতে শিক্ষক সমাজ। শিক্ষা বিভাগৰ হঠকাৰী কৰ্মৰ বাবে...

Read moreDetails

SEBIৰ শপতনামাত উন্মুক্ত মোদী চৰকাৰৰ মিথ্যাচাৰ! কঠোৰ উচ্চতম ন্যায়ালয়

আদানী গ্ৰুপৰ প্ৰতিষ্ঠানসমূহৰ SEBIৰ তদন্তৰ সন্দৰ্ভত কেন্দ্ৰ চৰকাৰৰ অন্য এক মিথ্যাচাৰ ওলাই পৰিছে। যোৱা সোমবাৰে সৰ্বোচ্চ ন্যায়ালয়ত SEBIএ দাখিল কৰা...

Read moreDetails

‘ভয়ৰ পৰিৱেশ সৃষ্টি নকৰিব’; ইডিক ‘সাৱধানবাণী’ উচ্চতম ন্যায়ালয়ৰ

ছত্তীশগড়কে ধৰি কেইবাখনো অবিজেপি শাসিত ৰাজ্যত বিভিন্ন ধৰণৰ বিত্তীয় কেলেংকাৰিৰ অভিযোগৰ তদন্ত প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) অব্যাহত ৰাখিছে। ছত্তীশগড় চৰকাৰৰ এটা...

Read moreDetails

সৰিতা তোছনিৱাল হত্যাকাণ্ডৰ গোচৰত দোষমুক্ত ডাঃ দীপমণি শইকীয়া; দোষী সাৱ্যস্ত ৱাৰ্ড বয় কিৰু মেচ

ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ডাঃ সৰিতা তোছনিৱালৰ চাঞ্চল্যকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত কৰিছে। আনহাতে,...

Read moreDetails

‘সন্মানীয় পিতা’ বুলি মাতিব লাগিব কিম জঙক! দেশৰ যুৱ সমাজক অদ্ভুত নিৰ্দেশ উত্তৰ কোৰিয়াৰ

দেশৰ যুৱক-যুৱতীসকলে তেওঁক ‘সন্মানীয় পিতা’ (Respected Father) বুলি মাতিব লাগিব। এই নিৰ্দেশ উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা কিম জং উনৰ। ৩৮...

Read moreDetails
Page 2125 of 5943 1 2,124 2,125 2,126 5,943

Stay Connected

Recent News