শীর্ষ সংবাদ

পুনৰ গেৰুৱা হোৱাৰ দিশে ত্ৰিপুৰা-নাগালেণ্ড: মেঘালয়ত কনৰাড চাংমাৰ এন পি পি- ৰ অগ্ৰগতি

প্ৰত্যাশিতভাৱেই নিৰ্বাচনী ফলাফল লাভ কৰাৰ দিশে আগবাঢ়িছে উত্তৰ-পূবৰ তিনি ৰাজ্য। কোনো পৰিবৰ্তন নঘটাকৈ পুনৰ শাসনলৈ অহাৰ ইংগিত বহন কৰি বৰ্তমানলৈকে...

Read moreDetails

ক্ষমতালৈ আহিলে ৫০০ টকাতে দিয়া হ’ব ৰন্ধন গেছ: প্ৰতিশ্ৰুতি কংগ্ৰেছৰ

দেশৰ জনসাধাৰণৰ মূৰত ৰামটাঙোন সোধাই কেন্দ্ৰীয় চৰকাৰে বুধবাৰে পুনৰ বৃদ্ধি কৰে ৰন্ধন গেছৰ মূল্য। শাসনাধিষ্ঠ বিজেপি চৰকাৰে আজি ঘৰুৱা ৰন্ধন...

Read moreDetails

সুৰা নীতিত হোৱা নাই কোনো দুৰ্নীতি; ভাল কাম কৰাটো নিবিচাৰে মোদীয়ে! দাবী কেজৰিৱালৰ

দিল্লীৰ সুৰা নীতিৰ কেলেংকাৰীৰ গোচৰত দেওবাৰে কেন্দ্ৰীয় তদন্ত সংস্থা চিবিআই- এ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াক গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে উত্তাল...

Read moreDetails

৫ টা খাদ্য : যিয়ে মানসিক চাপ আৰু উদ্বেগৰ সৃষ্টি কৰে

আমি খোৱা খাদ্যই কেৱল আমাৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰতেই যে প্ৰভাৱ পেলাই তেনে নহয়, আমি খোৱা খাদ্যই আমাৰ মানসিক স্বাস্থ্যৰ ওপৰতো...

Read moreDetails

বেট হাতত লৈ চমক পেচাৰ উমেশ যাদৱৰ! কোহলীৰ সৈতে সমতা স্থাপন, অতিক্ৰম ৰবি শাস্ত্ৰীক

সাম্প্ৰতিক ক্ৰিকেট বিশ্বত অন্যতম শ্ৰেষ্ঠ বেটাৰ হিচাপে ইতিমধ্যে পৰিগণিত হৈছে ভাৰতীয় তাৰকা বিৰাট কোহলী। যোৱা প্ৰায় ডেৰ দশকযোৰা ক্ৰিকেট কেৰিয়াৰত...

Read moreDetails

ইন্দোৰত আন এক কৃতিত্ব ৰচিলে জাদেজাই: স্থান পালে কপিল দেৱৰ সৈতে এক ঈৰ্ষণীয় ৰেক’ৰ্ড তালিকাত

আঘাতৰ বাবে দীৰ্ঘদিন ধৰি জাতীয় দলৰ বাহিৰত থকাৰ পিছত প্ৰত্যাৱৰ্তনতে উজ্বলি উঠা তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই অব্যাহত ৰাখিছে চমকপ্ৰদ প্ৰদৰ্শন।...

Read moreDetails

ভাৰতত ন্যায়পালিকা নিজৰ দায়িত্ব পালনত ব্যৰ্থ হৈছে

কেতিয়াবা এটা বক্তৃতা অতি শক্তিশালী হ’ব পাৰে।সি এটা সময়ৰ বাণীও হ’ব পাৰে। সেইটোৱেই বক্তৃতা আৰু বক্তৃতাৰ মাজৰ পাৰ্থক্য। মই যিটো...

Read moreDetails

ফেচবুক কৰ্ণাৰ: কুলছুমাৰ কথা মনত পৰেনে? কুলছুমা বেগম?

কুলছুমাৰ কথা মনত পৰেনে? কুলছুমা বেগম? গৰ্ভৱতী আছিল কুলছুমা, পেটত বাচ্ছা আছিল। তাইৰ চুবুৰিত যেতিয়া উচ্ছেদ-অভিযান চলিছিল, তেতিয়া তাইৰ পেটত...

Read moreDetails

অমিতাভ বচ্চন, ধৰ্মেন্দ্ৰ আৰু মুকেশ আম্বানীৰ বাসভৱনত বোমা বিস্ফোৰণৰ ভাবুকি

এইবাৰ বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছে বলীউডৰ প্ৰবীণ অভিনেতা অমিতাভ বচ্চন আৰু ধৰ্মেন্দ্ৰই। এই দুই অভিনেতাৰ লগতে ধনকুবেৰ মুকেশ আম্বানীলৈও...

Read moreDetails

ফলাফলৰ পূৰ্বেই মেঘালয়ৰ ৰাজনীতিত চাণক্য নীতি! কনৰাড চাংমাক সাক্ষাৎ হিমন্ত বিশ্বৰ

অহা ২ মাৰ্চত উত্তৰ-পূবৰ তিনিখন ৰাজ্য ক্ৰমে নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাৰ বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব। ফলাফল পূৰ্বৰ এগজিট...

Read moreDetails
Page 2226 of 5948 1 2,225 2,226 2,227 5,948

Stay Connected

Recent News