শীর্ষ সংবাদ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

মহাৰাষ্ট্ৰ কংগ্ৰেছে আই পি এছ বিষয়া বিশ্বাস নাংগৰে পাটিলৰ এটা ভাষণৰ তদন্তৰ দাবী জনাইছে। হিন্দু সকল সমাজৰ এক অনুষ্ঠানত তেওঁ...

Read moreDetails

চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

চিবিএছইৰ অধীনত অধ্যয়ন কৰি থকা সপ্তম, অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা অতি ভাল খবৰ আহি পৰিছে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে...

Read moreDetails

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

পাক সন্ত্ৰাসবাদীৰ প্ৰেমত পৰি ধৰ্ম সলনি কৰি নেপাল হৈ পাকিস্তানলৈ পলায়নৰ চেষ্টা কৰা এগৰাকী ভাৰতীয় যুৱতীক জয়পুৰত গ্ৰেপ্তাৰ কৰা হৈছে।...

Read moreDetails

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

যোৱা বছৰ জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতে পাকিস্তানত বাহৰ পাতি থকা সন্ত্ৰাসবাদীৰ ঘাটিৰ বিৰুদ্ধে চলাইছিল...

Read moreDetails

হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান ঘটিছে। বুধবাৰে ৯৮ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। প্ৰখ্যাত...

Read moreDetails

অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন অপব্যৱহাৰ আৰু চুৰিৰ ঘটনাই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ মাজতে এক ডাঙৰ খবৰ পোহৰলৈ...

Read moreDetails

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

পুনেৰ ঐতিহাসিক লোহাগড় দুৰ্গত ২৪ বছৰীয়া যুৱ ব্যৱসায়ী কেতন বিশাল আগৰৱালাৰ হত্যাকাণ্ডৰ তদন্তত ডাঙৰ সত্য পোহৰলৈ আহিছে। পুনেৰ এই বিখ্যাত...

Read moreDetails

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত (মোডী কেবিনেট) বৃহৎ পৰিৱৰ্তনৰ জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে। অহা দেওবাৰ বা সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ আৰু...

Read moreDetails

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

চলিত বিশ্বকাপৰ গ্ৰুপ ডিৰ শেষৰখন মেচত তুৰস্কই প্ৰায় অঘটন ঘটালে। ইতিমধ্যে প্ৰতিযোগিতাখনৰ পৰা তেওঁলোক বাহিৰ হৈছে। কিন্তু তেওঁলোকৰ শেষৰখন মেচত...

Read moreDetails

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা এখন মালবাহী জাহাজত পুনৰ আক্ৰমণ কৰিছে ইৰাণে। ৰয়টাৰ আৰু আমেৰিকাৰ সংবাদ মাধ্যম ‘দ্য ৱাল...

Read moreDetails
Page 241 of 6055 1 … 240 241 242 … 6,055

Stay Connected

Recent News