শীর্ষ সংবাদ

দুটা দশকৰ দীৰ্ঘ অপেক্ষাৰ অন্তত অৰুণাচল প্ৰদেশৰ অভয়াৰণ্যত দেখা গ’ল ঢেকীয়াপতীয়া!

ভাৰতৰ বন্যপ্ৰাণীৰ মানচিত্ৰত এক বৃহৎ সফলতা দেখা গৈছে উত্তৰ-পূব ভাৰতত। প্ৰায় দুটা দশকৰ দীৰ্ঘ অপেক্ষাৰ অন্তত অৰুণাচল প্ৰদেশৰ ডি’ এৰিং...

Read moreDetails

গেৰুৱা হ’ল পশ্চিমবংগ! মোডী-শ্বাহৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে শুভেন্দু অধিকাৰীয়ে

সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি শাসিত ৰাজ্যৰ বহুকেইজন মুখ্যমন্ত্ৰীৰ উপস্থিতিত ব্ৰিগেডত ইতিহাস...

Read moreDetails

লোকসভাত আৰু কংগ্ৰেছৰ সৈতে বহিবলৈ আগ্ৰহী নহয় ডি এম কে; অধ্যক্ষলৈ পত্ৰ কানিমোঝিৰ

তামিলনাডুৰ ডি এম কে (দ্রাভিড় মুনেত্র কাঝাগম) মোডী বিৰোধী ‘ইণ্ডিয়া’ মিত্রজোঁট ত্যাগ কৰিছে৷ কংগ্ৰেছে ৰাজ্যত নতুন চৰকাৰ গঠনৰ বাবে নতুন...

Read moreDetails

সহযোগীসকলৰ ওলোটা খৰ আৰু IUML-ৰ পাভলুটি! যাদুকৰী সংখ্যাক লৈ বিপত্তি; আজিও শপত লোৱা নহয় বিজয়ৰ

তামিলনাডু বিধানসভা নিৰ্বাচনত অভূতপূৰ্ব সফলতা লাভ কৰাৰ পিছত অভিনেতা-ৰাজনীতিবিদ বিজয় ক্ষমতা দখল কৰাৰ পৰা ‘এখোজ দূৰত’ আছিল। কিন্তু শেষ মুহূৰ্তৰ...

Read moreDetails

কেন্দ্ৰই ঘোষণা কৰিলে দেশৰ পৰৱৰ্তী সেনা প্ৰধানৰ নাম; ঘোষণা পৰৱৰ্তী নৌসেনাৰ মুৰব্বীৰ নামো

কেন্দ্ৰই ঘোষণা কৰিলে দেশৰ পৰৱৰ্তী সেনা প্ৰধানৰ  নাম। কেন্দ্ৰই লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণিক ভাৰতৰ নতুন চীফ অফ ডিফেঞ্চ...

Read moreDetails

গড়ভঙা বন্যপ্ৰাণী অভয়াৰণ্য বাতিলৰ সন্দৰ্ভত অসম চৰকাৰৰ ব্যাখ্যা বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

গুৱাহাটীৰ গড়ভঙা সংৰক্ষিত বনাঞ্চলখনক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা অধিসূচনা কিয় বাতিল কৰা হ’ল সেই কথা ব্যাখ্যা কৰি শপতনামা দাখিল...

Read moreDetails

কাৰ্যকাল শেষ হোৱাৰ পিছতো দিছপুৰত কাৰ্যভাৰ অব্যাহত ৰাখিছে প্ৰাক্তন আই এফ এছ বিষয়া এম কে যাদৱে

বুধবাৰে (৬ মে’, ২০২৬) মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ সৈতে অসম চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ পাছতো বিতৰ্কিত অৱসৰপ্ৰাপ্ত আই এফ...

Read moreDetails

নিৰ্বাচন শেষ, মধ্যবিত্ত শ্ৰেণীৰ ওপৰত চাপ বৃদ্ধি কৰি অহা সপ্তাহতে বৃদ্ধি হ’ব ইন্ধনৰ মূল্য?

পাঁচ খন ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে ইন্ধন আৰু গেছৰ মূল্য বৃদ্ধিৰ পথত মোডী চৰকাৰ। সূত্ৰই জনোৱা মতে, ১৫...

Read moreDetails

কোনবোৰ শিশু ভৱিষ্যতে আটাইতকৈ সফল আৰু সুখী হ’ব? পঢ়া-শুনা আৰু খেল-ধেমালিৰ বাহিৰেও গোপন ৰহস্য জনালে গৱেষকসকলে

সন্তান জীৱনত সফল হোৱাটো সকলো পিতৃ-মাতৃয়েই বিচাৰে। আৰু সফল হ'বলৈ হ'লে মনপুতি পঢ়া-শুনা কৰাটোৱেই নিয়ম। তাত কোনো সন্দেহ নাই যদিও...

Read moreDetails

“এফালে যুদ্ধ, আনফালে বৃদ্ধি ইন্ধনৰ দাম; তাৰমাজত কিয় এই সৌন্দৰ্যবৰ্ধনৰ কাম?” : প্ৰশ্ন সুধি ট্ৰাম্পৰ অকথ্য গালিৰ সন্মুখীন মহিলা সাংবাদিক

যুদ্ধৰ উত্তাপ আৰু আকাশলংঘী গেছৰ দামৰ মাজতে সৌন্দৰ্যবৰ্ধনৰ কামক লৈ প্ৰশ্ন কৰাৰ বাবেই এগৰাকী মহিলা সাংবাদিকক অকথ্য ভাষাত গালি পৰাৰ...

Read moreDetails
Page 242 of 5930 1 241 242 243 5,930

Stay Connected

Recent News