দেশে লাভ কৰিলে এগৰাকী মতুন উপ ৰাষ্ট্ৰপতি। আজি অনুষ্ঠিত উপ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী জগদ্বীপ ধনখৰ...
Read moreDetails২০০ মিটাৰৰ ইভেণ্টত ফাইনেললৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱা অসম কন্যা হিমা দাস আজি পিছে উজলি উঠে।কমনৱেলথ গেমছৰ ৪x৪০০ মিটাৰ ৰীলেৰ...
Read moreDetailsবাৰ্মিংহামত উজলিছে ভাৰতীয় নাৰী শক্তি। চলিত কমনৱেলথ গেমছত দেশৰ কেইবাগৰাকীও মহিলা খেলুৱৈয়ে ভাৰতক পদক উপহাৰ দিয়াৰ পাছত এইবাৰ আন এক...
Read moreDetailsকমিউনিষ্ট চীন আৰু পূজিবাদী আমেৰিকা। দুখন বৈৰী ৰাষ্ট্ৰ। এই বৈৰিতা আজিৰ নহয়। এই বৈৰিতা আৰম্ভ হৈছিল কেইবা দশক আগতেই। চীন...
Read moreDetailsপাৰিবাৰিক বিবাদৰ ভয়াৱহ পৰিণতিত চাৰি সন্তানৰ সৈতে কুঁৱাত জাঁপ দি আত্মহত্যাৰ চেষ্টা চলায় এগৰাকী মহিলাই। ৰাজস্থানৰ আজমেৰ জিলাত সংঘটিত হৈছে...
Read moreDetailsভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° গুৰুপ্ৰসাদ খাটনিয়াৰক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে। গুৱাহাটীৰ নিজ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ পঞ্জীয়ক গৰাকীক। পাঠশালাৰ ভট্টদেৱ...
Read moreDetailsঅমিতা আমি দুই ধৰণে খাব পাৰো, এবিধ কেঁচাকে আৰু আনবিধ পকাকে। পকা অমিতা অতি সু-স্বাদু আৰু পুষ্টিকৰ ফল। কিন্তু কেঁচা...
Read moreDetailsশেহতীয়াভাৱে অসমৰ বিজেপিৰ চৰকাৰখনে শিক্ষাৰ মাধ্যম সম্পর্কে লোৱা সিদ্ধান্তই ৰাজ্যৰ মাতৃভাষাৰ প্ৰতি এক অশনি সংকেত কঢ়িয়াই আনিছে বুলি দাবূী কৰে...
Read moreDetailsটাইৱানকলৈ চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত তীব্ৰ উত্তেজনা অব্যাহত আছে। তাৰ মাজতে টাইৱানৰ প্ৰতিৰক্ষা বিভাগৰ এগৰাকী শীৰ্ষ বিষয়া উ ইয়াং...
Read moreDetailsউজনিত পুনৰ সক্ৰিয় খাৰুৱা তেলৰ চোৰাং সৰবৰাহকাৰী চক্ৰ। এইবাৰ তেল চুৰিত নামিছে অনা অসমীয়া তেল চোৰ। গৌৰিসাগৰ আৰক্ষীৰ জালত পৰিছে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd