শীর্ষ সংবাদ

বিদ্ৰোহৰ অগনিত জ্বলিছে শ্ৰীলংকা

অৰ্থনৈতিক বিধ্বস্ততাই গ্ৰাস কৰা শ্ৰীলংকাত এতিয়া ৰাজপথত কেৱল বিদ্ৰোহৰ মিছিল। দেশখনৰ শাসকপক্ষৰ বিৰুদ্ধে জনসাধাৰণৰ পুঞ্জীভূত ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটিল আজি স্পষ্টৰূপত।...

Read moreDetails

অমৰনাথ ডাৱৰ বিস্ফোৰণ: নিহতৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি, উদ্ধাৰ প্ৰায় ১৫,০০০ ব্যক্তিক

শুকুৰবাৰে সংঘটিত অমৰনাথৰ ভয়াৱহ ডাৱৰ বিস্ফোৰণৰ পিছত ঘটনাস্থলীৰ পৰা বৰ্তমানলৈকে প্ৰায় ১৫,০০০ তীৰ্থযাত্ৰীক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে। আনহাতে যোৱা...

Read moreDetails

‘শালক হাঁহে শিঙিয়ে’: কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ সমালোচনা কৰা বিজেপি কিমান মুক্ত বংশগত ৰাজনীতিৰ পৰা?

কংগ্ৰেছৰ বংশগত তথা পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ বিষয়ে সাধাৰণতে ভাৰতীয় ৰাজনীতিত ব্যাপক চৰ্চা হয়। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি দলে এই বিষয়টোক...

Read moreDetails

সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ: জম্মু-কাশ্মীৰত নিহত ভাৰতীয় সেনা জোৱান

যোৱা কেইমাহমানৰ পৰা জম্মু-কাশ্মীৰত নিৰন্তৰ চলি আছে নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ নিৰ্মূল অভিযান। শুকুৰবাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলি থকা অভিযানৰ অংশ হিচাপে টাংধাৰ...

Read moreDetails

পশু অধিকাৰ কৰ্মী বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ গোচৰত দুজনক গ্ৰেপ্তাৰ

সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰা ডিব্ৰুগড়ত পশু অধিকাৰ কৰ্মী বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ সন্দৰ্ভত অসম আৰক্ষীয়ে শুকুৰবাৰে দুজন লোকক গ্ৰেপ্তাৰ কৰে।...

Read moreDetails

চুক্তি উলংঘনৰ অভিযোগ: টুইটাৰ ক্ৰয়ৰ প্ৰস্তাৱ বাতিল কৰিলে এলন মাস্কে

বিশ্বৰ আটাইতকৈ ধনৱন্ত ব্যক্তি এলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ বাবে তেওঁৰ ৪৪ বিলিয়ন ডলাৰৰ প্ৰস্তাৱ বাতিল কৰিছে। টুইটাৰে ভুৱা একাউণ্টৰ...

Read moreDetails

মণিপুৰত পুনৰ ভূমিস্খলন: মহিলাসহ দুগৰাকীৰ মৃত্যু, দহ জন আহত

ননিৰ ভয়াৱহ ভূমিস্খলনৰ আতং মাৰ নাযাওঁতেই শুকুৰবাৰে পুনৰ মণিপুৰত সংঘটিত হৈছে আন এক ভূমিস্খলন। ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাত হোৱা ভূমিস্খলনত এগৰাকী...

Read moreDetails

অমৰনাথত ভয়াৱহ ডাৱৰ বিস্ফোৰণে প্ৰাণ ল’লে ১৫ জনৰ, ৪০ জনৰো অধিক লোক নিখোজ

যোৱা কিছুদিন ধৰি ধাৰাসাৰ বৰষুণ হৈ থকা জম্মু-কাশ্মীৰত আজি সংঘটিত হৈছে এক ভয়াৱহ ডাৱৰ বিস্ফোৰণ। উপত্যকাটোৰ অমৰনাথস্থিত পবিত্ৰ গুহা মন্দিৰৰ...

Read moreDetails

সাংবাদিক মহম্মদ জুবেইৰক অন্তৱৰ্তীকালীন জামিন উচ্চতম ন্যায়ালয়ৰ: জামিন লাভৰ পিছতো থাকিব লাগিব কাৰাগাৰত

সাংবাদিক তথা জনপ্ৰিয় ৱেবছাইট অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰক পাঁচ দিনৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। উত্তৰ প্ৰদেশৰ সীতাপুৰ...

Read moreDetails

Health Benefits of Garcinia : গৰমৰ দিনত থেকেৰা টেঙা খাই বৰ ভাল লাগে নহয় জানো? আহকচোন তাৰ উপকাৰিতাৰ বিষয়ে জানো

প্ৰাচীন কালৰে পৰা পৰম্পৰাগত অসমীয়া খাদ্যসম্ভাৰ আৰু থলুৱা চিকিৎসা পদ্ধতিত কেতবোৰ ঔষধি গুণসম্পন্ন থলুৱা দ্ৰব্যৰ ব্যৱহাৰ হৈ আহিছে। তাৰে ভিতৰত...

Read moreDetails
Page 2595 of 5970 1 … 2,594 2,595 2,596 … 5,970

Stay Connected

Recent News