শীর্ষ সংবাদ

ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ অন্যতম বিশিষ্ট ভাৰতীয়-মূলৰ প্ৰযুক্তি উপদেষ্টা শ্ৰীৰাম কৃষ্ণনে চলিত মাহৰ শেষৰ ফালে হোৱাইট হাউছত নিজৰ পদ...

Read moreDetails

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

ফ্ৰেন্স অ’পেনে পালে নতুন চেম্পিয়ন। ৰ’লেণ্ড গাৰোছত ইতিহাস গঢ়ি প্ৰথমবাৰৰ বাবে চেম্পিয়ন হয় ৰাছিয়াৰ মীৰা আন্দ্ৰেভাই। ফাইনেলত মীৰাই মাজা চাৱালিন্সকাক...

Read moreDetails

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

মাহিলী ৬ হাজাৰ টকা দৰমহাত চাকৰিটোত যোগদান কৰিছিল। আৰু আজি তেওঁৰ হাতত কোটি কোটি টকাৰ সম্পত্তি। ওড়িশা চৰকাৰৰ সংহত জনজাতি...

Read moreDetails

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

সাধাৰণ জনতাৰ মূৰত মূল্যবৃদ্ধিৰ বোজা জাপি দি চৰকাৰে ঘৰুৱা ৰন্ধন গেছৰ (এল পি জি) চিলিণ্ডাৰৰ মূল্য ২৯ টকা বৃদ্ধি কৰিছে।...

Read moreDetails

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ষ্ট্ৰেটেজিক অট'নমি বা কৌশলগত স্বায়ত্তশাসন শব্দটোৱে বিশেষ চৰ্চা লাভ কৰিছে। ইউৰোপৰ নেতাসকলে নিজৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰিবলৈ...

Read moreDetails

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

অসমৰ অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা প্ৰাগ্‌জ্যোতি কমিউনিকেশ্যনচ আৰু মৰিগাঁও জিলা প্ৰশাসনৰ যুটীয়া উদ্যোগত ৫ জুন তাৰিখে মৰিগাঁও জিলাৰ ঝাৰগাঁৱত থকা মোহন...

Read moreDetails

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগতা বৃদ্ধি আৰু বিশ্বব্যাপী ৰাজনৈতিক কৰ্মোদ্যোগ তথা জনচেতনা জাগ্ৰত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৫ জুন তাৰিখটো সমগ্ৰ...

Read moreDetails

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

দৰ্শক আৰু শ্ৰোতাৰ হৃদয় জয় কৰি অহা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ হামিং বা গুণগুণনিৰ আঁৰৰ ৰহস্য এতিয়া বিজ্ঞানসন্মতভাৱে প্ৰমাণিত হৈছে।...

Read moreDetails

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মে’ মাহৰ শেষৰ ফালে ফ্ৰন্টিয়াৰ্ছ ইন এনভায়ৰনমেণ্টাল হেলথ নামৰ গৱেষণা পত্ৰিকাত প্ৰকাশ পোৱা এটা অধ্যয়নৰ ওপৰত ভিত্তি কৰি দ্য ৱায়াৰে...

Read moreDetails
Page 290 of 6055 1 … 289 290 291 … 6,055

Stay Connected

Recent News