শীর্ষ সংবাদ

বিয়াত বহিবলৈ অমান্তি! ১৮ বাৰ ছুৰিকাঘাত যুৱতীক!

বিয়াত বহিবলৈ অমান্তি হোৱাৰ বাবেই ১৮ বাৰ ছুৰিকাঘাতৰ সন্মুখীন এগৰাকী যুৱতী! আচৰিত হ’লেও এনে এক নৃশংস ঘটনা সংঘটিত হৈছে হায়দৰাবাদত।...

Read moreDetails

অসম মেডিকেল কলেজৰ পেডিয়াট্ৰিক ICU ত জুই, প্ৰাণৰক্ষা ১২ টি শিশুৰ

বুধবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পেডিয়াট্ৰিক ৱাৰ্ডৰ এক ইনচেণ্টিভ কেয়াৰ ইউনিটত (ICU) জুই লগাৰ পিছত কমেও ১২ টা নৱজাতক...

Read moreDetails

ত্ৰিপুৰাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ স্বত:স্ফুৰ্ত জাননী ল’বলৈ উচ্চতম ন্যায়ালয়ক অনুৰোধ প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ

ত্ৰিপুৰাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বিষয়ে সামাজিক মাধ্যমত লিখাৰ বাবেই সংবাদকৰ্মীকে ধৰি সাধাৰণ জনতাৰ ওপৰত ত্ৰিপুৰা চৰকাৰে গ্ৰহণ কৰা দমনমূলক নীতিৰ তীব্ৰ...

Read moreDetails

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ড

চলিত টি-২০ বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে নিউজিলেণ্ডে। কালি শ্বেইখ জায়েদ...

Read moreDetails

শিক্ষকৰ অপকৰ্ম! তাৰ পিছতেই ভূতৰ ওপৰত দানহ ভুৱা চিকিৎসক !

ৰাজ্যত উজান উঠিছে ভুৱা চিকিৎসকৰ। বিগত কিছুদিন ধৰি ৰাজ্যত ধৰা পৰিছে কেইবাজনো ভুৱা চিকিৎসক। আজি তামুলপুৰত অবৈধ গৰ্ভপাত কৰাৰ অপৰাধত...

Read moreDetails

পদ্মশ্ৰী সন্মান লাভৰ পিছতেই সন্মানসহ প্ৰতিবাদত বহিল এজন খেলুৱৈ! কিন্তু কিয়!

সোমবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰাৰ এদিন পিছতে হাৰিয়ানাৰ মল্লযোদ্ধা বীৰেন্দ্ৰ সিঙে বুধবাৰে দিল্লীৰ হাৰিয়ানা ভৱনৰ বাহিৰত...

Read moreDetails

পেকেজিঙত মৰাপাটৰ বাধ্যতামূলক ব্যৱহাৰৰ বাবে সংৰক্ষণ প্ৰক্ৰিয়াত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

কেন্দ্ৰীয় কেবিনেটে বুধবাৰে মৰাপাট বৰ্ষ ২০২১-২২ ৰ প্ৰতি লক্ষ্য ৰাখি পেকেজিঙত মৰাপাটৰ বাধ্যতামূলক ব্যৱহাৰৰ বাবে সংৰক্ষণ প্ৰক্ৰিয়াত অনুমোদন জনাইছে। পেকেজিঙৰ...

Read moreDetails

লখিমপুৰ খেৰী হিংসাত্মক ঘটনা: ফৰেনচিক ৰিপ’ৰ্টত প্ৰমাণিত আশীষ মিশ্ৰৰ বন্দুকেৰে কৰা গুলীবৰ্ষণৰ অভিযোগ

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হিংসাত্মক কাণ্ডৰ মূল অভিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ পৰা জব্দ...

Read moreDetails

৮ ৰাষ্ট্ৰৰ বৈঠকত “সুৰক্ষিত, স্থিৰ আফগানিস্তান”ৰ পক্ষত দিল্লী ঘোষণা

“আফগানিস্তান আৰু ইয়াৰ অঞ্চলসমূহ সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া বা প্ৰশিক্ষণ দিয়াৰ বাবে আৰু সন্ত্ৰাসবাদৰ কাৰ্যকলাপক বিত্তীয় যোগান ধৰাৰ বাবে ব্যৱহাৰ কৰিব...

Read moreDetails

বিৰাট কোহলীৰ ৯ মহীয়া সন্তানক ধৰ্ষণৰ ভাবুকি দিয়া দুষ্কৃতিকাৰীক আটক

ভাৰতীয় ক্ৰিকেট অধিনায়ক বিৰাট কোহলীৰ ৯ মহীয়া কন্যা সন্তানক ইণ্টাৰনেটত ধৰ্ষণৰ ভাবুকি দিয়া হায়দৰাবাদৰ এজন লোকক মুম্বাই আৰক্ষীৰ চাইবাৰ চেলে...

Read moreDetails
Page 3043 of 5990 1 … 3,042 3,043 3,044 … 5,990

Stay Connected

Recent News