শীর্ষ সংবাদ

চাপৰমুখত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, চাৰিজনক আটক

ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আজি চাপৰমুখত এক ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰিছে অসম আৰক্ষীয়ে।...

Read moreDetails

প্ৰস্তুতি মেচত অষ্ট্ৰেলিয়াক ধৰাশায়ী কৰি প্ৰস্তুতি সম্পূৰ্ণ ভাৰতৰ

ডুবাইত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ দ্বিতীয়খন প্ৰস্তুতি মেচত অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত কৰি বিশ্বকাপ অভিযানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ভাৰতীয় ক্ৰিকেট দলে।...

Read moreDetails

নেডাৰলেণ্ডক পৰাস্ত কৰি টি২০ বিশ্বকাপৰ মূল পৰ্বলৈ উন্নীত হোৱাৰ আশা সজীৱ নামিবিয়াৰ

ডেভিদ ৱিজৰ আক্ৰমণাত্মক বেটিঙেৰে টি২০ বিশ্বকাপৰ এক গুৰুত্বপূৰ্ণ প্ৰথম ৰাউণ্ডৰ গ্ৰুপ A খেলত নেডাৰলেণ্ডক ছয় উইকেটত পৰাস্ত কৰি চুপাৰ ১২...

Read moreDetails

কলিয়াবৰত ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল দুজনৰ

আজি আবেলি কলিয়াবৰ অঞ্চলৰ আমগুৰিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন ট্ৰাক আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষত থিতাতে নিহত...

Read moreDetails

পুনৰ কঠোৰ ক’ভিদ ১৯ প্ৰট’কলৰ ইঙ্গিত স্বাস্থ্য মন্ত্ৰীৰ

অসমৰ স্বাস্থ্য মন্ত্ৰী কেশব মহন্তই অসমত ক’ভিদ সংক্ৰমণৰ বৰ্দ্ধিত সংখ্যাৰ ওপৰত ভিত্তি কৰি পুনৰ কঠোৰ ক’ভিদ নীতি বলৱৎ কৰাৰ ইঙ্গিত...

Read moreDetails

জনবসতিহীন ছিপাঝাৰৰ গৰুখুটি চৰত উৰিল উগ্ৰ হিন্দুত্ববাদৰ নিচান! স্বজমিন প্ৰতিবেদন ১

এয়া নিমৰ্ম বাস্তৱ! যেন প্ৰৱল ধৰ্মীয় আক্ৰোশ! প্ৰৱল ধৰ্মীয় শত্ৰুতা! জাতীয়তাবাদ আৰু হিন্দুত্ববাদৰ নামত নাই তিলাৰ্ধও মানৱীয়তা! হয়, এক ভুলুণ্ঠিত...

Read moreDetails

যোৰহাট সদৰ থানাত লক আপৰ শৌচাগাৰত উদ্ধাৰ যুৱকৰ মৃতদেহ

যোৰহাট সদৰ থানাৰ লকআপৰ ভিতৰত মঙলবাৰে নিশা এজন অভিযুক্ত মৃত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাথমিক তদন্তত এয়া...

Read moreDetails

বিশ্বগুৰু ভাৰত নে ক্ষুধাতুৰ ভাৰত? পৰিসংখ্যাই কি কয়

কিছুদিন পূৰ্বে প্ৰকাশ পাইছিল গ্ল’বেল হাংগাৰ ইনডেক্সৰ তালিকা। তালিকাত প্ৰধানমন্ত্ৰী মোদীৰ বিশ্বগুৰু ভাৰতক দেখা গ’ল ক্ষুধাতুৰ ভাৰতৰূপে! গ্ল’বেল হাংগাৰ ইনডেক্সৰ...

Read moreDetails

২২ অক্টোবৰৰ পৰা মহানগৰীত বন্ধ থাকিব পেট্ৰ’ল পাম্প

২২ অক্টোবৰৰ পৰা গুৱাহাটী মহানগৰীত বন্ধ থাকিব সকলো পেট্ৰ’ল পাম্প। অহা ২২ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ গুৱাহাটী মহানগৰীৰ সকলো পেট্ৰ'ল...

Read moreDetails

লখিমপুৰ খেৰী হত্যাকাণ্ড সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰক তীব্ৰ ভৎসনা উচ্চতম ন্যায়ালয়ৰ

উত্তৰ প্ৰদেশ চৰকাৰক আজি লখিমপুৰ খেৰীত সংঘটিত হত্যাকাণ্ড সন্দৰ্ভত তীব্ৰ ভৎসনা কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। উত্তৰ প্ৰদেশ চৰকাৰক সকলো সাক্ষীৰ...

Read moreDetails
Page 3098 of 5993 1 … 3,097 3,098 3,099 … 5,993

Stay Connected

Recent News