শীর্ষ সংবাদ

যাৱজ্জীৱন কাৰাদণ্ডত স্থগিতাদেশ খাৰিজ; উচ্চতম ন্যায়ালয়ত মুখথেকেচা বিজেপি নেতা কুলদীপৰ

বিজেপিৰ প্ৰাক্তন বিধায়ক কুলদীপ সিং চেংগাৰে উচ্চতম ন্যায়ালয়ত পুনৰ মুখথেকেচা খাবলগীয়া হয়। শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে উন্নাও ধৰ্ষণ গোচৰত তেওঁৰ...

Read moreDetails

আগন্তুক বিশ্বকাপৰ বাবে এমবাপেৰ নেতৃত্বত ফ্ৰান্সৰ ২৬ জনীয়া দল ঘোষণা; বাদ পৰিল কামাভিংগা

ফ্ৰান্সে আগন্তুক বিশ্বকাপৰ বাবে চূড়ান্ত ২৬ জনীয়া দল ঘোষণা কৰিছে। বিশ্বকাপৰ অন্যতম প্ৰিয় দল হিচাপে প্ৰতিযোগিতাখনত প্ৰৱেশ কৰা দলটোত আছে...

Read moreDetails

উৎকোচৰ অভিযোগঃ আমেৰিকাৰ এক্সচেঞ্জ কমিছনক ৬০ লাখ ডলাৰৰ জৰিমনা দিব লাগিব গৌতম আদানীয়ে

ভাৰতৰ বিখ্যাত উদ্যোগপতি গৌতম আদানীয়ে আমেৰিকাত সন্মুখীন হোৱা আইনী সমস্যা অতি সোনকালেই শেষ হোৱাৰ সম্ভাৱনা আছে। আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ...

Read moreDetails

পুনৰ ৰক্তাক্ত সীমান্ত! টিটিপিৰ ভয়ংকৰ আক্ৰমণত নিহত ১৫ জন পাকিস্তানী সেনা জোৱান

পাকিস্তানৰ উত্তৰ-পশ্চিম খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ বাজাউৰ জিলাত ভয়ংকৰ আত্মঘাতী আক্ৰমণত কমেও ১৫জন  পাকিস্তানী নিৰাপত্তাৰক্ষী জোৱান নিহত হয়। লয় মামাণ্ড অঞ্চলৰ...

Read moreDetails

২০২৭ চনৰ পৰা অনলাইন যোগে অনুষ্ঠিত হ’ব NEET পৰীক্ষা, ঘোষণা শিক্ষামন্ত্ৰীৰ

দেশৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশিকা পৰীক্ষা NEETক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।...

Read moreDetails

ভাৰতীয় নাগৰিকত্ব ত্যাগঃ মনে মনে আমেৰিকাৰ নাগৰিক দিলজিৎ দোছাঞ্জ

নিজকে গৌৰৱান্বিত পঞ্জাৱী বুলি দাবী কৰা দিলজিৎ দোছাঞ্জে হয়তো মনে মনে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি,...

Read moreDetails

ড্ৰাগছমুক্ত তামিলনাডুৰ সপোন! ২১ বছৰৰ তলৰ লোকক সুৰা বিক্ৰী নিষিদ্ধ কৰিলে বিজয়ে

নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁ বাৰে বাৰে কৈছিল যে তেওঁ ড্ৰাগছমুক্ত তামিলনাডু গঢ়িব। চন্দ্ৰশেখৰ জোচেফ বিজয়ে মুখ্যমন্ত্ৰীৰ চকীত বহাৰ লগে লগে...

Read moreDetails

নিৰ্বাচন আয়োগ স্বাধীন হ’লেই নহ’ব, স্বাধীন বুলি ৰাইজৰ আগত প্ৰমাণিতও হ’ব লাগিব: উচ্চতম ন্যায়ালয়

দেশত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাটো সংবিধানৰ এক অতি গুৰুত্বপূৰ্ণ অংশ। এই কাম সুচাৰুৰূপে কৰিবলৈ নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে স্বাধীন...

Read moreDetails

মদ্যপানৰ বাবে আমন্ত্ৰণ পত্নীৰ প্ৰেমিকক; একেলগে বহিছিল সুৰাৰ আড্ডাত, তাৰ পিছত…

পত্নী বিবাহ বহিৰ্ভূত প্ৰেমত জড়িত হোৱাৰ সন্দেহ কৰিছিল স্বামীয়ে। মানুহজনে পত্নীৰ ‘প্ৰেমিক’ক নিজৰ ঘৰলৈ মাতিছিল। একেলগে মদ খোৱাৰ অজুহাতত তেওঁক...

Read moreDetails

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ, ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব পৰীক্ষা

প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ বাবে বাতিল হোৱা নিট পৰীক্ষাৰ নতুন তাৰিখ ঘোষণা কৰা হৈছে। ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ দীঘলীয়া অপেক্ষাৰ অন্ত পেলাই...

Read moreDetails
Page 310 of 6011 1 … 309 310 311 … 6,011

Stay Connected

Recent News