শীর্ষ সংবাদ

ডাঙৰ গাড়ীৰ পাৰ্কিং চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ শিৱসাগৰ জিলা প্ৰশাসন; দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা

শিৱসাগৰত চলি থকা লক্ষ লক্ষ টকাৰ পাৰ্কিং চিণ্ডিকেটৰ দণ্ডাধীশ পৰ্য্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে শিৱসাগৰ জিলা উপায়ুক্তই। শিৱসাগৰত সংঘটিত গধুৰ বাহনৰ...

Read moreDetails

নগাঁৱৰ খাটোৱালত আৰক্ষীৰ গুলীত নিহত ড্ৰাগছ মাফিয়া খাইৰুল ইছলাম; শাম কটা নাই উত্তেজনা

নগাঁৱৰ খাটোৱাল আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ সংঘৰ্ষত চামগুৰিৰ গেৰুৱামুখৰ এগৰাকী ড্ৰাগছ মাফিয়া খাইৰুল ইছলাম নিহত হয়। পু্ৱতি নিশা সংঘটিত এই...

Read moreDetails

অসমত কেতিয়া আহি উপস্থিত হ’ব অসম কন্যা লাভলীনা বৰগোহাঁই?

১৩ আগষ্টৰ পূৰ্বে অসমত উপস্থিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অসম কন্যা তথা অলিম্পিকত বক্সিং(মহিলা)ত ব্ৰঞ্জ লাভ কৰা লাভলীনা বৰগোহাঁই। এটা...

Read moreDetails

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত বিনা চিকিৎসাই ছটফটাই মৃত্যু হ’ল ক’ভিড ৰোগীৰ

শনিবাবে হাঁহচৰাৰ লেবাং গাঁৱৰ দিলীপ গগৈ নামৰ ব্যক্তিজন ক'ভিড টেষ্ট কৰিবলৈ আহিছিল শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ। তেওঁৰ দেহত কভিড পজিটিভ ধৰা...

Read moreDetails

কৰ’নাত আক্ৰান্ত মন্ত্ৰী অতুল বৰা; টুইটাৰ যোগে নিজেই জনালে এই খৱৰ

ৰাজ্যখনৰ কৃষি মন্ত্ৰী অতুল বৰাৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। দেওবাৰে টুইটাৰ যোগে নিজেই সদৰী কৰিলে এই কথা। মন্ত্ৰী বৰাই...

Read moreDetails

অসম-নাগালেণ্ড সীমান্তৰ পৰা চাৰিজন এনএছচিএন-আইএমৰ সদস্যক গ্ৰেপ্তাৰ

অসম সীমান্তৰ গাতে লাগি থকা নাগালেণ্ডৰ ওৱাখা জিলাৰ মেনকিৰঙৰ অঞ্চলৰ পৰা নিৰাপত্তা বাহিনীয়ে চাৰিজন এনএছচিএন-আইএমৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যখনৰ আৰক্ষী...

Read moreDetails

গোলাঘাট জিলাৰ অভিভাৱক সচিব অনুৰাগ গোৱেলৰ জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা

গোলাঘাট জিলাৰ অভিভাৱক সচিব তথা স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলে শনিবাৰে উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন...

Read moreDetails

দেশত যোৱা ২৪ ঘন্টাত কিমান আক্ৰান্ত হ’ল ক’ভিডত? কৰ্ণাটকত নতুন ষ্ট্ৰেইনৰ সন্ধান লাভ

দেশত কৰ’নাৰ তৃতীয় ঢৌৰ আশংকা চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত সংক্ৰমণৰ ঘটনা পূৰ্বৰ দিনৰ তুলনাত সামান্য বৃদ্ধি পাইছে। আনহাতে,...

Read moreDetails

BSNL গ্ৰাহকৰ বাবে ভাল খৱৰ! আগবঢ়োৱা হৈছে ৪,৯৯৯টকাৰ উপহাৰ; কেনেকৈ পাব চাওক

বিএছএনএলৰ গ্ৰাহকৰ বাবে ৪,৯৯৯টকাৰ উপহাৰ লাভ কৰাৰ ডাঙৰ সুযোগ আহিছে। বিএছএনএলৰ বিশটা চাৰ্ক’লৰ পোষ্টপেইড, লেণ্ডলাইন, ব্ৰডবেণ্ড, ভাৰত ফাইবাৰ (এপটিটিএইচ) আৰু...

Read moreDetails

উদ্ভট! কোভিডকালীন পৰিস্থিতিতো মাচুল বৃদ্ধিৰে শিক্ষাৰ্থীৰ ওপৰত মাধমাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ

কোভিড অতিমাৰীয়ে দেশৰ অৰ্থনীতি বিধ্বস্ত আৰু জনগণৰ স্বাভাৱিক জীৱনযাত্ৰা প্ৰায় স্তব্ধ কৰি তোলাৰ সময়তে হঠকাৰিতাৰে মাচুল বৃদ্ধি কৰিছে অসমৰ এখন...

Read moreDetails
Page 3222 of 5999 1 … 3,221 3,222 3,223 … 5,999

Stay Connected

Recent News