শীর্ষ সংবাদ

পশ্চিমবংগৰ গৰুৰ বজাৰত হাহাকাৰ : মুছলমানে গৰু কিনিবলৈ অস্বীকাৰ কৰাত পানীত হাঁহ নচৰা অৱস্থা হিন্দু গো-পালকৰ

পশ্চিমবংগত গৰু বধৰ নতুন নিয়মক লৈ তীব্ৰ বিভ্ৰান্তি আৰু ভয়ৰ সৃষ্টি হৈছে। ৰাজ্যখনত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছতেই ১৯৫০ চনৰ...

Read moreDetails

‘না খাউংগা না খানে দুংগা’ ক’ত গ’ল এই শ্লোগান? ১২৭০ কোটি টকাৰ কেলেংকাৰীৰ পিছতো কিয় সুৰক্ষিত পেমা খাণ্ডু!

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে চিবিআই (CBI)ৰ প্ৰাথমিক তদন্তৰ নিৰ্দেশ দিয়াৰ এমাহ অতিক্ৰম...

Read moreDetails

২১ মে’ৰ পৰা আৰম্ভ বিধানসভাৰ প্ৰথমখন অধিৱেশন : কোন হ’ব বিৰোধীৰ দলপতি?

অহা ২১ মে’ৰ পৰা নৱগঠিত ১৬ সংখ্যক অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হ’ব। এই গুৰুত্বপূৰ্ণ অধিৱেশনখন অহা ২৬ মে’লৈকে চলিব...

Read moreDetails

নাছাৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ নিমন্ত্ৰণ লাভ অসম সন্তান জোনাক জ্যোতি বৰদলৈৰ : কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে অষ্টম শ্ৰেণীৰ ছাত্ৰজনে

কলিয়াবৰৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰই এক দীঘলীয়া আৰু কঠিন বাছনি প্ৰক্ৰিয়া অতিক্ৰম কৰি আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ’বলগীয়া এখন আন্তঃৰাষ্ট্ৰীয় নাছা...

Read moreDetails

নিমিষতে ধ্বংস শত্ৰুৰ যুদ্ধ বিমান! ৰাছিয়াৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ চীনৰ শক্তিশালী মিছাইল ব্যৱহাৰ ইউক্ৰেইনৰ

ইউক্ৰেইন আৰু পশ্চিমীয়া দেশসমূহৰ বিৰুদ্ধে চলি থকা যুদ্ধত চীনে সদায় ৰাছিয়াক কূটনৈতিকভাৱে সমৰ্থন কৰি আহিছে। আনকি ৰাছিয়াৰ সহায়ৰ বাবে উত্তৰ...

Read moreDetails

চৰম লজ্জাজনক! ‘ডাৰ্লিং’ সম্বোধনেৰে ছাত্ৰীক প্ৰশ্নকাকত ফাদিলৰ প্ৰলোভন লক্ষ্ণৌৰ অধ্যাপকৰ

এগৰাকী স্নাতক চূড়ান্ত বৰ্ষৰ ছাত্ৰীক প্ৰশ্নকাকত ফাদিলৰ প্ৰলোভন আৰু অশালীন বাৰ্তালাপেৰে মানসিক তথা যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত লক্ষ্ণৌ বিশ্ববিদ্যালয়ে মঙলবাৰে...

Read moreDetails

নৰৱেৰ বাতৰি কাকতৰ কাৰ্টুনত মোদীক ‘বাজীগৰ’ৰ ৰূপত উপস্থাপন : ঔপনিৱেশিক মানসিকতাক লৈ প্ৰশ্ন ভাৰতীয়ৰ

নৰৱেৰ এখন আগশাৰীৰ বাতৰি কাকতত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এজন বাজীগৰ অৰ্থাৎ সাপ নচুওৱা মানুহ হিচাপে দেখুৱাই এটা কাৰ্টুন প্ৰকাশ...

Read moreDetails

ধৰ্মঘট : আজি দেশজুৰি বন্ধ থাকিব প্ৰায় ৮ লাখ ঔষধৰ দোকান

দেশজুৰি হাজাৰ হাজাৰ ঔষধৰ দোকান এদিনৰ বাবে বন্ধ থকাৰ বাবে সাধাৰণ ৰাইজ চিন্তিত হৈ পৰিছে। অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অৱ কেমিষ্টছ...

Read moreDetails

দৃষ্টিহীনক পৃথিৱীৰ পোহৰ দেখুৱাব এই আই চশমাই : ইতিহাস ৰচনা কৰিলে মেটাৰ বৈপ্লৱিক পদক্ষেপে!

এতিয়াৰে পৰা দৃষ্টিহীনসকলৰ জীৱনৰ অন্ধকাৰ দূৰ কৰিবলৈ চকুৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন নহ’ব, বৰঞ্চ প্ৰযুক্তিৰ যাদুৰে তেওঁলোকৰ জীৱন পোহৰাই তুলিব পৰা যাব।...

Read moreDetails

কি এই পভাৰ্টী পৰ্ণ? : মিষ্টাৰ বিষ্টৰ সম্পত্তিক লৈ কিয় সৃষ্টি হৈছে বিতৰ্কৰ?

জিমী ডনাল্ডছন, যাক সমগ্ৰ বিশ্বই মিষ্টাৰ বিষ্ট বুলি জানে, তেওঁ ইউটিউবৰ জগতত এক অতি পৰিচিত নাম। তেওঁ নিজৰ দান-বৰঙণি আৰু...

Read moreDetails
Page 341 of 6055 1 … 340 341 342 … 6,055

Stay Connected

Recent News