শীর্ষ সংবাদ

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

অসমৰ জনতাৰ নাগৰিক অধিকাৰ, ভূমি-জীৱিকা আৰু গণতান্ত্ৰিক অধিকাৰৰ ক্ৰমবৰ্দ্ধমান সংকটৰ পৰিপ্ৰেক্ষিতত এক ৰাজ্যব্যাপী গণতান্ত্ৰিক প্ৰতিৰোধৰ কেন্দ্ৰ গঢ়ি তোলাৰ লক্ষ্যৰে অহা...

Read moreDetails

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

​বৰ্তমান সময়ত অসমে লাভ কৰা আটাইতকৈ ডাঙৰ সম্পদসমূহৰ এটা হ’ল ইয়াৰ বিপুল যুৱ প্ৰজন্ম—যাক অৰ্থনীতিৰ ভাষাত ‘জনসংখ্যাভিত্তিক সুবিধা’ বা ‘Demographic...

Read moreDetails

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

এতিয়াৰে পৰা অধিক সংখ্যক কৰ্মচাৰী ভৱিষ্যৎ সঞ্চয় আৰু সামাজিক সুৰক্ষাৰ আওতালৈ অহাৰ পথ মুকলি হ’ল। কেন্দ্ৰীয় চৰকাৰে এপিএফঅ’‎ অৰ্থাৎ এমপ্লয়িজ...

Read moreDetails

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ভাৰতীয় সেনাৰ ইতিহাসত এক নতুন অধ্যায় সংযোজন হ’ল। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ‘এড-ডি-কেম্প’ বা এডিচি হিচাপে নিযুক্তি লাভ কৰি ইতিহাস গঢ়িলে...

Read moreDetails

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

গোৱালপাৰাত ৭৩টা পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰি ভাঙি পেলোৱা কাৰ্যৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ব্যক্তিগত কৃষিভূমিত নিৰ্মিত...

Read moreDetails

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ১৭ ছেপ্টেম্বৰত ঘৰে ঘৰে ‘আশীৰ্বাদৰ চাকি’ জ্বলোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানক...

Read moreDetails

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

অসমৰ শ্ৰীভূমি জিলাত প্ৰায় ১৫ বছৰ ধৰি পৰিচয়বিহীন হৈ থকা তিনিটা মৃতদেহৰ কবৰ খান্দি উলিওৱা হৈছে। আদালতৰ নিৰ্দেশৰ পাছতেই এই...

Read moreDetails

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি (অ'ভাৰ দ্য টপ) প্লেটফৰ্মত প্ৰদৰ্শিত বিভিন্ন সমলৰ জৰিয়তে সৃষ্টি হোৱা কথিত ‘সাংস্কৃতিক প্ৰদূষণ’ ৰোধ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই...

Read moreDetails

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

১৯৯৯ চনত অষ্ট্ৰেলিয়াৰ মিছনেৰী গ্ৰাহাম ষ্টেইনছ আৰু তেওঁৰ দুই পুত্ৰক জীৱন্তে জ্বলাই হত্যা কৰা চাঞ্চল্যকৰ গোচৰত যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ৰবীন্দ্ৰ...

Read moreDetails

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

পশ্চিমবংগৰ খড়্গপুৰত অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আইপিএছ বিষয়া বুশৰা বানোক তেওঁৰ পদৰ পৰা বদলি কৰা হৈছে। অসামৰিক সেৱাৰ প্ৰতিযোগীসকলৰ...

Read moreDetails
Page 44 of 5998 1 … 43 44 45 … 5,998

Stay Connected

Recent News