শীর্ষ সংবাদ

গীৰ্জাত প্ৰাৰ্থনাৰ সময়ত অচিনাক্ত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা, কমেও ৭ জন নিহত, ৩৪ জন আহত

দেশখনত সংঘটিত হৈছে এক শিহৰণকাৰী গুলীচালনাৰ ঘটনা। গীৰ্জাত প্ৰাৰ্থনাৰ সময়ত হঠাৎ নিৰ্বিচাৰ গুলীচালনাত বহু লোক নিহত হয়। খবৰ অনুসৰি শুকুৰবাৰে...

Read moreDetails

ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

১১,২০০ মেগাৱাটৰ প্ৰস্তাৱিত ছিয়াং উজনি বহুমুখী প্ৰকল্প (SUMP)ক লৈ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে শনিবাৰে পাছিঘাটত অৰুণাচল প্ৰদেশ বিজেপিৰ সভাপতি কলিং...

Read moreDetails

অমিত শ্বাহৰ ঘনিষ্ঠ হোৱাৰ বাবেই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, অভিযোগ প্ৰাক্তন CEC কুৰেশ্বীৰ

অমিত শ্বাহৰ সৈতে ঘনিষ্ঠতা। সেইবাবেই জ্ঞানেশ কুমাৰক দেশৰ ‘মুখ্য নিৰ্বাচন আয়ুক্ত’ হিচাপে নিযুক্তি দিয়া হৈছে। প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ...

Read moreDetails

লৰেন্স বিষ্ণইৰ প্ৰতিদ্বন্দ্বী, আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউ

দিল্লী আৰু হাৰিয়ানাৰ ‘মষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউক আমেৰিকাৰ তদন্তকাৰী সংস্থা এফ বি আইয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁ কুখ্যাত লৰেন্স বিষ্ণই...

Read moreDetails

সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

বৰ্তমান সময়ত কাৰোবাৰ লগত সম্পৰ্ক গঢ়ি তোলা আৰু বজাই ৰখাটো বৰ কঠিন হৈ পৰিছে। চকুৰ আগতে সংসাৰ ভাঙি যোৱা দেখাৰ...

Read moreDetails

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় প্ৰক্ৰিয়াক লৈ ৰাজ্য চৰকাৰৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে...

Read moreDetails

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

ষ্টেট বেংক অৱ ইণ্ডিয়া (এছ বি আই)-ৰ ৩,৮৯৭ গৰাকী গ্ৰাহকৰ ব্যক্তিগত তথ্য ফাদিল হোৱা ঘটনাক লৈ উদ্বেগৰ সৃষ্টি হৈছে। এই...

Read moreDetails

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বদৰুদ্দিন আজমল! আকৌ আক্ৰমণ গৌৰৱ গগৈৰ

বদৰুদ্দিন আজমল আচলতে শাসকীয় দল বিজেপিৰেই এজন মুখ্য তাৰকা প্ৰচাৰক। নগাঁও লোকসভা সমষ্টিৰ শেহতীয়া উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে সদৌ...

Read moreDetails

ভাল খবৰ! বিশ্বৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক হৰুৱাই ফ্ৰেঞ্চ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

অসমৰ বেডমিণ্টন খেলুৱৈ অস্মিতা চলিহাই নিজৰ কেৰিয়াৰৰ অন্যতম বৃহৎ সাফল্য অৰ্জন কৰিছে। ফ্ৰেঞ্চ অ’পেন ২০২৬ৰ দ্বিতীয় ৰাউণ্ডত জাপানৰ তাৰকা খেলুৱৈ...

Read moreDetails

গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য

দিল্লীৰ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে প্ৰতিটো শীতকালতে গ্ৰহণ কৰা হৈছে বিভিন্ন জৰুৰী ব্যৱস্থা। জাৰি কৰা হৈছে কঠোৰ নিষেধাজ্ঞা। তাৰ পাছতো...

Read moreDetails
Page 45 of 6053 1 … 44 45 46 … 6,053

Stay Connected

Recent News