শীর্ষ সংবাদ

তামুলপুৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব প্ৰমোদ বড়ো: অসম বিধানসভা নিৰ্বাচনৰ বাবে ইউ পি পি এলৰ ৭ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ২০২৬ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউ পি পি এল) দলে...

Read moreDetails

‘ECINET’ এপ! এটা এপতে উপলব্ধ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা, অপৰাধৰ তথ্য, আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰ

আনৰ ওচৰলৈ যাব নালাগে। নিৰ্বাচন সম্পৰ্কীয় সকলো খবৰ এটা এপতে পাব। য'ত আপুনি এই এপটোত প্ৰাৰ্থী আৰু আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ...

Read moreDetails

লোকসভাত ৮ জন বিৰোধী সাংসদৰ নিলম্বন প্ৰত্যাহাৰ হোৱাৰ সম্ভাৱনা

সংসদৰ বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ত বিশৃংখল আচৰণৰ বাবে লোকসভাৰ পৰা নিলম্বিত হোৱা ৮ গৰাকী বিৰোধী সাংসদৰ নিলম্বন আজি অৰ্থাৎ মঙলবাৰে...

Read moreDetails

অভূতপূৰ্ব! ‘উত্তৰ নিদিয়ে কিয়?’ খঙত বিধানসভাৰ পৰা ৱাক আউট স্বয়ং অধ্যক্ষৰ; বিৰল ঘটনাত চাঞ্চল্য

বিধানসভা বা লোকসভাত চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে বিৰোধীয়ে। কেতিয়াবা কেতিয়াবা ৱাক আউট কৰে। এই দৃশ্য চাই অভ্যস্ত হৈ পৰিছে...

Read moreDetails

পূৰ্ণ ৰাজ্যৰ মৰ্যাদা আৰু ষষ্ঠ অনুসূচীৰ দাবী: লাডাখত বিশাল সমদল, কাৰ্গিলত সৰ্বাত্মক বন্ধ

সোমবাৰে লাডাখক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান আৰু সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত লেহত এক বিশাল প্ৰতিবাদী সমদল উলিওৱাৰ লগতে...

Read moreDetails

প্ৰতিশোধ! কাবুলৰ হাস্পতালত আক্ৰমণ পাকিস্তানৰ; ভয়ংকৰ বিমান আক্ৰমণত ৪০০ লোকৰ মৃত্যু

প্ৰতিশোধৰ ভাৱনাত উন্মত্ত পাকিস্তান। সেইদৰে তেওঁলোকে নিজৰ নিষ্ঠুৰতা পৰিচয় দি আফগানিস্তানৰ কাবুলৰ এখন ড্ৰাগছ ৰিহাব হাস্পতালত আক্ৰমণ চলালে। যাৰ ফলত...

Read moreDetails

মানুহো জীয়াই থাকিব পাৰে ২০০ বছৰ! এক গৱেষণাত পোহৰলৈ আহিছে বাৰ্ধক্য জয়ৰ ৰহস্য

মানুহৰ আয়ুস বৃদ্ধি আৰু বাৰ্ধক্যক জয় কৰাৰ ক্ষেত্ৰত চিকিৎসা বিজ্ঞান এক গুৰুত্বপূৰ্ণ সফলতাৰ দিশে অগ্ৰসৰ হৈছে। শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰচেষ্টাৰ...

Read moreDetails

আৰএছএছ আৰু RAW-ৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ আমেৰিকাৰ আয়োগৰ পৰামৰ্শ, কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন চৰকাৰী আয়োগে ভাৰতৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অৰ্থাৎ আৰ এছ এছ আৰু ভাৰতৰ বাহ্যিক চোৰাংচোৱা সংস্থা ৰিচাৰ্চ এণ্ড...

Read moreDetails

অসম বিধানসভা নিৰ্বাচন ২০২৬: ৰাজ্যত পাঁচগৰাকী নতুন এছএছপি আৰু এগৰাকী বিশেষ পৰ্যবেক্ষক নিযুক্তি নিৰ্বাচন আয়োগৰ

অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ নিৰ্বাচন আয়োগে সোমবাৰে ৰাজ্যখনত পাঁচগৰাকী জ্যেষ্ঠ আৰক্ষী অধীক্ষক...

Read moreDetails

আদিবাসীৰ অধিকাৰৰ দাবীৰে নিৰ্বাচনী যুঁজত “জয় ভাৰত পাৰ্টী”: চাহ শ্ৰমিকৰ ভোট বিভাজনৰ পূৰ্ণ সম্ভাৱনা

নিৰ্বাচন আয়োগে অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই ৰাজ্যখনৰ ৰাজনৈতিক মহলত তৎপৰতা বৃদ্ধি পাইছে। নিৰ্বাচনৰ দিন ঘোষণাৰ ঠিক এদিন...

Read moreDetails
Page 452 of 6056 1 … 451 452 453 … 6,056

Stay Connected

Recent News