শীর্ষ সংবাদ

অসমৰ শিক্ষা খণ্ডত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন: ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ বাধ্যতামূলক হ’ল অসমৰ বুৰঞ্জী আৰু ভূগোল

অসম চৰকাৰে ৰাজ্যখনৰ শিক্ষা খণ্ডত এক অতি গুৰুত্বপূৰ্ণ আৰু আদৰণীয় সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নতুন সিদ্ধান্ত অনুসৰি চলিত শিক্ষাবৰ্ষৰ পৰাই...

Read moreDetails

অধ্যাপক আলী খান মাহমুদাবাদৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ হাৰিয়ানা চৰকাৰৰ

ছ’চিয়েল মিডিয়াত ‘অপাৰেচন সিন্দুৰ’ সন্দৰ্ভত কৰা মন্তব্যক কেন্দ্ৰ কৰি আইনী মেৰপাকত আৱদ্ধ হোৱা আশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক আলী খান মাহমুদাবাদলৈ এক...

Read moreDetails

‘অসমৰ স্বাস্থ্য বাজেটৰ পৰা বছৰি ১৫০ কোটি টকা আত্মসাৎ কৰিছে কংগ্ৰেছে’-অমিত শ্বাহে উদঙালে হিমন্তৰ দুৰ্নীতি!

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পুনৰবাৰ নিৰ্বাচনমুখী অসমত লক্ষ্য কৰি লৈছে কংগ্ৰেছক। দেওবাৰে তেওঁ গুৱাহাটীত অভিযোগ কৰে যে অসমত কংগ্ৰেছৰ শাসনকালত...

Read moreDetails

সাহিত্য অকাডেমী বঁটা ২০২৫ ঘোষণা: দেৱব্ৰত দাসলৈ অসমীয়াত, সহইচুলি ব্ৰহ্মলৈ বড়ো ভাষাত এই সন্মান

২০২৫ বৰ্ষৰ বাবে দেশৰ অন্যতম সন্মানীয় সাহিত্যিক সন্মান সাহিত্য অকাডেমী বঁটা ঘোষণা কৰা হৈছে। এইবাৰ অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এই বিশিষ্ট...

Read moreDetails

ভৱানীপুৰ-সৰভোগ আৰু গোৰেশ্বৰত চি পি আই (এম)ৰ প্ৰাৰ্থী ঘোষণাঃ নিৰ্বাচনৰ ৰণকৌশল চিপিআই(এম)-ৰ

অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তুংগত উঠিছে ৰাজনৈতিক তৎপৰতা। ৰাজ্যৰ শাসনত থকা বিজেপি নেতৃত্বাধীন মৰ্চাক শাসনৰ পৰা ওফৰাই এখন ধৰ্মনিৰপেক্ষ...

Read moreDetails

নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ লগে লগে কাৰ্যকৰী আদৰ্শ আচৰণবিধি; কি এই নিয়ম? জানি লওক সবিশেষ

দেওবাৰে নিৰ্বাচন আয়োগে চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে। এই ঘোষণাৰ লগে লগে নিজ...

Read moreDetails

জুবিন ক্ষেত্ৰৰ অব্যৱস্থাপনাক লৈ পামী বৰঠাকুৰৰ আৱেগিক পোষ্ট, চৰকাৰী ব্যৱস্থাক লৈ প্ৰকাশ কৰিলে ক্ষোভ

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি যোৱাক আজি ছমাহ সম্পূৰ্ণ হ’ল। শিল্পীগৰাকীৰ মৃত্যুৰ ৰহস্যক লৈ এতিয়াও ন্যায়ৰ...

Read moreDetails

মিছাইল আক্ৰমণক লৈ ভুৱা পোষ্ট দিয়াৰ অভিযোগ; UAEত ১৯ জন ভাৰতীয়কে ধৰি ৩৫ জনক গ্ৰেপ্তাৰ

ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণৰ পিছৰে পৰা সংযুক্ত আৰব আমিৰশ্বাহীত (ইউ এ ই)ত হঠাতে যুদ্ধৰ প্ৰভাৱ পৰিছে। ইৰাণৰ...

Read moreDetails

৯৮ সংখ্যক অস্কাৰত ইতিহাস গঢ়িলে মাইকেল বি জৰ্ডানে, শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ অৰ্জন

হলিউডৰ ডলবি থিয়েটাৰত অনুষ্ঠিত ৯৮ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত এইবাৰ এক বিশেষ মুহূৰ্তৰ সাক্ষী হ’ল বিশ্ববাসী। চলিত বৰ্ষৰ অস্কাৰত...

Read moreDetails

অস্কাৰৰ মঞ্চত ‘চিনাৰ্ছ’ৰ ধুমুহা! দৃষ্টি কাঢ়িলে ‘ৱান বেটল আফটাৰ এনাদাৰ’য়েও; কোনে লাভ কৰিলে কি বঁটা?

৯৮ সংখ্যক একাডেমী বঁটাৰ মঞ্চত একাধিক শিতানত ঘোষণা কৰা হৈছে অস্কাৰ। ভাৰতীয় সময় অনুসৰি সোমবাৰে পুৱতি নিশা অনুষ্ঠিত হয় বিশ্ব...

Read moreDetails
Page 454 of 6056 1 … 453 454 455 … 6,056

Stay Connected

Recent News