শীর্ষ সংবাদ

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

গুজৰাটৰ এটা পৰীক্ষাগাৰত প্ৰকৃতিৰ অন্যতম শক্তিশালী এক প্ৰক্ৰিয়াক কৃত্ৰিমভাৱে সৃষ্টিৰ কাম চলি আছে। লক্ষ্য হৈছে পৃথিৱীৰ পৰাই নক্ষত্ৰৰ শক্তি ধৰি...

Read moreDetails

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে সোমবাৰে বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা শিৱামণি বৰাক আনুষ্ঠানিকভাৱে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। নিখিল ভাৰত...

Read moreDetails

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসমৰ বাবে গৌৰৱৰ আন এক খবৰ কঢ়িয়াই আনিছে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰীয়ে। বিশ্ববিদ্যালয়খনৰ গুৱাহাটীৰ চৌহদত বি ফাৰ্ম অধ্যয়ন কৰি...

Read moreDetails

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

১৪ ছেপ্টেম্বৰত ৪২ বছৰত ভৰি দিলে বলীউডৰ জনপ্ৰিয় অভিনেতা আয়ুষ্মান খুৰানাই। অভিনয় জগতত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলা আয়ুষ্মানে...

Read moreDetails

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

গাজাত ইজৰাইলী সামৰিক অভিযানৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ ‘নাজা’ই ভেনিছ চলচ্চিত্ৰ মহোৎসৱত 'স্পেচিয়েল জুৰী' বঁটা লাভ কৰাৰ পাছতে ইজৰাইলৰ ৰাজনীতিত তীব্ৰ...

Read moreDetails

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

আলফা(স্বাঃ)ৰ জ্যেষ্ঠ কেডাৰ দিগন্ত চুতীয়া ওৰফে অনলজয় অসমে সোমবাৰে তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে। দীৰ্ঘদিন ধৰি ম্যানমাৰৰ ইয়াজং অঞ্চলত থাকি...

Read moreDetails

“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱট আৰু ৰাখি সাৱন্তৰ মাজৰ বাকযুদ্ধ নতুন কথা নহয়। কিন্তু এইবাৰ সেই সংঘাত অধিক তীব্ৰ ৰূপ লৈছে।...

Read moreDetails

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে মুম্বাইত এখন সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে যে ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক...

Read moreDetails

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী আৰু তিনি কন্যাক হত্যা কৰাৰ পাছত মন্দিৰলৈ গৈ নাম-সংকীৰ্তনত অংশ লৈছিল এজন মধ্যবয়সীয়া লোকে। তাত ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰি...

Read moreDetails

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ চলিত বৰ্ষৰ আগষ্ট মাহত আঠ মাহৰ ভিতৰত সৰ্বোচ্চ ৪.৮২ শতাংশলৈ বৃদ্ধি পাইছে। জুলাই মাহত ৪.৪৫ শতাংশত...

Read moreDetails
Page 47 of 5998 1 … 46 47 48 … 5,998

Stay Connected

Recent News