শীর্ষ সংবাদ

ৰাজ্যসভাৰ প্ৰাৰ্থিত্বক লৈ বিজেপিত বিদ্ৰোহৰ সুৰ: যোগেন মহনৰ বাসগৃহৰ সন্মুখত হাজাৰ হাজাৰ কৰ্মীৰ প্ৰতিবাদ

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে কেবিনেট মন্ত্ৰী যোগেন মহনৰ নাম ঘোষণা কৰাৰ পাছতেই...

Read moreDetails

পেহেলগাম আক্ৰমণত ব্যৱহৃত গোপন কেমেৰাৰ সৈতে চীনৰ সংযোগ

যোৱা বছৰ জম্মু-কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তত এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। এই আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা এটা...

Read moreDetails

বিটিচিৰ কাৰ্যবাহী পৰিষদৰ সম্প্ৰসাৰণত ৰাজ্যপালৰ অনুমোদন: ১৪ গৰাকীৰ পৰা ১৭ গৰাকীলৈ বৃদ্ধি সদস্যৰ সংখ্যা

বিটিচিৰ প্ৰশাসনিক কাম-কাজ পৰিচালনাৰ সুবিধাৰ্থে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ (বিটিচি) কাৰ্যবাহী পৰিষদৰ সম্প্ৰসাৰণত আনুষ্ঠানিক অনুমোদন জনাইছে অসমৰ ৰাজ্যপালে।...

Read moreDetails

গুৱাহাটীত আৰক্ষীৰ বৃহৎ সফলতা: ৬ কোটি টকাৰ ড্ৰাগছসহ আটক চাৰি সৰবৰাহকাৰী

গুৱাহাটীৰ খানাপাৰাত ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাই আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিছে। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষী আৰু...

Read moreDetails

ইৰাণ-ইজৰাইল যুদ্ধৰ পঞ্চম দিন: খামেনেইসহ ৮০০ নিহত, সংকটত উপসাগৰীয় অঞ্চলৰ এক কোটি ভাৰতীয়

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ নিৰ্দেশত ইৰানৰ ওপৰত চলোৱা যুটীয়া আক্ৰমণে পঞ্চম দিনত ভৰি দিয়াৰ...

Read moreDetails

মুগা আৰু এৰি পাটৰ উৎপাদনত অসমৰ অভূতপূৰ্ব সাফল্য

ভাৰতৰ ৰেচম শিল্পৰ ক্ষেত্ৰত অসমে এক অনন্য মাত্ৰা লাভ কৰিছে আৰু দেশৰ মুঠ উৎপাদনৰ সিংহভাগ দখল কৰি ৰাজ্যখনে নিজৰ আধিপত্য...

Read moreDetails

খেলিব গৌৰবে! মূৰত পানী দিছে হিমন্ত বিশ্ব শৰ্মাই

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে মঙলবাৰে প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰিছে। এই তালিকাত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হ’ল...

Read moreDetails

পশ্চিম এছিয়া সংকট: বিৰোধীৰ সমালোচনাৰ মাজতে প্ৰবাসী ভাৰতীয়ৰ সুৰক্ষাৰ বাবে চৰকাৰৰ ৰণনীতি প্ৰস্তুত

পশ্চিম এছিয়াত ক্ৰমাৎ অৱনতি ঘটা যুদ্ধ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এক সম্ভাৱ্য দীৰ্ঘম্যাদী আৰু জটিল সংকটৰ মোকাবিলা কৰিবলৈ ভাৰত চৰকাৰ...

Read moreDetails

কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণাক লৈ ক্ষুব্ধ অখিল গগৈ: অসমৰ বিৰোধী ঐক্যত ফাট মেলাৰ আশংকা

আগন্তুক অসম বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট ক্ৰমান্বয়ে উত্তপ্ত হৈ থকাৰ মাজতেই বিৰোধী মিত্ৰজোঁটত বিভাজনৰ স্পষ্ট ইংগিত পোৱা গৈছে।...

Read moreDetails

কলেষ্টেৰল নিয়ন্ত্ৰণৰ বাবে কেৱল ঔষধেই যথেষ্ট নহয়, প্ৰতিদিনে কৰক ২০ মিনিট ব্যায়াম

শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পোৱাৰ লগে লগে হৃদৰোগৰ আশংকাও বৃদ্ধি পায়। সেয়েহে কলেষ্টেৰলৰ পৰা যিমান দূৰত থাকিব পাৰি সিমানেই মংগলজনক।...

Read moreDetails
Page 482 of 6056 1 … 481 482 483 … 6,056

Stay Connected

Recent News