শীর্ষ সংবাদ

ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত ৫৭ শতাংশ পদ খালী: ব্যাহত হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণৰ কাম-কাজ

দেশৰ শীৰ্ষ শৈক্ষিক প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত (NCERT) বৰ্তমান আধাৰো অধিক অনুমোদিত পদ দীৰ্ঘদিন ধৰি খালী হৈ...

Read moreDetails

ইৰাণে আগতীয়াকৈ আক্ৰমণ কৰাৰ কোনো চোৰাংচোৱা তথ্য নাছিল; পেন্টাগনৰ বিস্ফোৰক স্বীকাৰোক্তি

ইৰাণৰ বিৰুদ্ধে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ সামৰিক অভিযানক লৈ এতিয়া আমেৰিকাত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। শেহতীয়াকৈ পেন্টাগনৰ বিষয়াসকলে আমেৰিকাৰ কংগ্ৰেছৰ সদস্যসকলৰ...

Read moreDetails

আদানী গ্ৰুপৰ কয়লা প্ৰকল্পৰ বাবে ৫.৭০ লাখ গছ কটাৰ অনুমতি: কেন্দ্ৰ আৰু মধ্যপ্ৰদেশ চৰকাৰলৈ এন জি টিৰ জাননী

মধ্যপ্ৰদেশৰ ছিংগৰৌলী জিলাত আদানী গ্ৰুপক আবণ্টিত এটা কয়লা খনিৰ বাবে প্ৰদান কৰা পাৰিপাৰ্শ্বিক অনুমোদনক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (এন জি...

Read moreDetails

অসমৰ কেইবাটাও প্ৰান্তত পৃথক পৃথক দুৰ্ঘটনা : চাৰি গৰাকী নিহত

অসমৰ বিভিন্ন প্ৰান্তত দেওবাৰ আৰু শনিবাৰে নিশা সংঘটিত হোৱা কেইবাটাও পথ দুৰ্ঘটনাত অতি কমেও চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে আৰু কেইবাজনো...

Read moreDetails

মধ্যপ্ৰাচ্যৰ সংঘাতৰ প্ৰভাৱ: অসমৰ অৰ্থডক্স চাহৰ ৰপ্তানিক লৈ গভীৰ আশংকাত চাহ উদ্যোগ

ইৰান আৰু মধ্যপ্ৰাচ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা সামৰিক সংঘাতে ভাৰতীয় চাহ উদ্যোগৰ লগতে বিশেষকৈ অসমৰ অৰ্থনীতিলৈ এক গুৰুতৰ সংকটৰ আগজাননী কঢ়িয়াই...

Read moreDetails

গোলাঘাটৰ টেঙানিত খৰাং পৰিস্থিতি: বৰষুণৰ অভাৱত বিপন্ন দুই হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱিকা

বিগত প্ৰায় ছমাহ ধৰি বৰষুণ নোহোৱাৰ ফলত গোলাঘাট জিলাৰ সৰুপথাৰ মহকুমাৰ অন্তৰ্গত টেঙানি অঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল তীব্ৰ সংকটৰ সন্মুখীন...

Read moreDetails

এছ বি এল এনাৰ্জী লিমিটেডৰ কাৰখানাত ভয়ংকৰ বিস্ফোৰণ: ১৮ জনৰ মৃত্যু, নিৰাপত্তাজনিত ত্ৰুটিৰ অভিযোগ

মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাৰ এটা কাৰখানাত এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈছে। জিলাখনৰ কাটোল তহচিলৰ ৰাউলগাঁৱত অৱস্থিত 'এছ বি এল এনাৰ্জী লিমিটেড'...

Read moreDetails

কুৱেইটত ‘কেইবাখনো’ আমেৰিকাৰ যুদ্ধ বিমান বিধ্বস্ত; নিশ্চিত কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে

কুৱেইটত বিধ্বস্ত হৈছে আমেৰিকাৰ কেইবাখনো যুদ্ধ বিমান। স্থানীয় সময় অনুসৰি সোমবাৰে পুৱা সেইবোৰ বিধ্বস্ত হয়। ইয়াৰ ভিতৰত এখন আমেৰিকাৰ এফ-১৫...

Read moreDetails

শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ; সোপাঢিলা SIT-কলৈ হতাশ অনুৰাগী

জুবিন গাৰ্গ হত্যাৰ গোচৰৰ শুনানিত কামৰূপ মহানগৰ জিলা আৰু সত্ৰ আদালতে সোমবাৰে অভিযুক্ত শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ...

Read moreDetails

মাতাল মাৰ্চিডিজ চালকে খুন্দা মাৰিলে ট্ৰেফিক কনিষ্টবলক; বনেটত লৈ গ’ল প্ৰায় ১ কিলোমিটাৰ

শনিবাৰে পুৱা হায়দৰাবাদৰ আই টি হাব গচিবৌলি অঞ্চলত মদ্যপান কৰি বেপৰোৱাভাৱে গাড়ী চলোৱাৰ এটা গোচৰ পোহৰলৈ আহে, যাৰ ফলত অঞ্চলটোত...

Read moreDetails
Page 486 of 6057 1 … 485 486 487 … 6,057

Stay Connected

Recent News