শীর্ষ সংবাদ

বেংকৰ পৰা উধাও ৫৯০ কোটি টকা, কেনেকৈ সম্ভৱ হ’ল দেশৰ আটাইতকৈ ডাঙৰ বেংক জালিয়াতি?

দেশৰ বেংকিং খণ্ডত এক বৃহৎ জালিয়াতিৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। হাৰিয়ানা চৰকাৰৰ এটা বেংক একাউণ্টৰ পৰা হঠাতে ৫৯০ কোটি...

Read moreDetails

দিল্লীত এ আই সন্মিলনত অৰ্ধনগ্ন প্ৰতিবাদ, গ্ৰেপ্তাৰ যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু চিব, সতীৰ্থৰ কাষত থিয় দিলে ৰাহুল গান্ধীয়ে

দিল্লীত শেহতীয়াকৈ অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় এ আই সন্মিলনত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। সন্মিলন চলি থকাৰ মাজতে যুৱ কংগ্ৰেছৰ একাংশ...

Read moreDetails

ভিক্টৰৰ অশ্লীল বাক্যবাণ আৰু অখিলৰ খিলখিল হাঁহি

অসমৰ ৰাজনীতি এতিয়া তীব্ৰ উৎকণ্ঠাৰ মাজেৰে পাৰ হৈছে কাৰণ কংগ্ৰেছৰ সৈতে বিৰোধী ঐক্য গঠনৰ চৰ্চা চলি থকাৰ মাজতে ৰাইজৰ দলৰ...

Read moreDetails

কেৰালাৰ ন্যায়িক ইতিহাসত এক নব্য অধ্যায়: প্ৰথমগৰাকী দৃষ্টিহীন মহিলা ন্যায়াধীশ হ’বলৈ সাজু থানিয়া নাথান

কেৰালাৰ ন্যায়িক ইতিহাসত এক অভূতপূৰ্ব ঘটনা ঘটিবলৈ গৈ আছে। ৰাজ্যখনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী দৃষ্টিহীন মহিলাই ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ...

Read moreDetails

কেৰালাৰ পৰা কেৰালাম ! ৰাজ্যৰ নাম সলনিৰ প্ৰস্তাৱত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ সম্ভাৱনা

কেৰালা ৰাজ্যৰ নাম সলনিৰ যি দীৰ্ঘদিনীয়া দাবী আছিল সেয়া এতিয়া পূৰণ হোৱাৰ পথত আগবাঢ়িছে। ৰাজধানী দিল্লীৰ চৰকাৰী মহলত এই বিষয়ে...

Read moreDetails

মণিপুৰৰ আশ্ৰয়হীন লোকসকলৰ বাবে সুখবৰ: কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনালে ৫০০০ নতুন আৱাসগৃহ

মণিপুৰত চলি থকা জাতিগত সংঘৰ্ষৰ ফলত গৃহহাৰা হোৱা হাজাৰ হাজাৰ লোকৰ বাবে এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয়...

Read moreDetails

কাৰ্বি আংলঙত প্ৰস্তাৱিত শক্তি প্ৰকল্পৰ বাবে ৪৪২ হেক্টৰ বনভূমি হস্তান্তৰত কেন্দ্ৰৰ সেউজ সংকেত

স্থানীয় ৰাইজ, প্ৰকৃতিপ্ৰেমী আৰু বিভিন্ন দল-সংগঠনৰ তীব্ৰ বিৰোধিতাক নেওচি কাৰ্বি আংলং জিলাৰ লিপগাঁৱত এক বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পথ প্ৰশস্ত...

Read moreDetails

মৈত্ৰী বাৰ্তা দিবলৈ ৬৪খন দেশলৈ ৭০৩জন সাংসদ; ফিলিপাইনছলৈ যোৱা দলৰ নেতৃত্বত গৌৰৱ গগৈ

গৌৰৱ গগৈৰ পাকিস্তানী লিংকক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সাংগো-পাংগোসকলে বহু লম্ফজম্ফ কৰিলে। বহু পানী ঘোলা হ’ল। এছ...

Read moreDetails

স্বাধীনতাৰ ৭৫ বছৰ পাছতো সমাজত শিপাই আছে বৈষম্য: ন্যায়াধীশ উজ্জ্বল ভূঞা

আদালতসমূহে নিৰন্তৰভাৱে সাংবিধানিক নৈতিকতাৰ সপক্ষে মাত মাতি আহিছে যদিও, বাস্তৱিকতে স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো আমাৰ সমাজত বিভেদ আৰু বৈষম্য গভীৰভাৱে...

Read moreDetails

জুইৰ পৰা বাচিবলৈ ঘৰৰ ভিতৰৰ পৰা খিলি মাৰি ল’লে মাতৃয়ে; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৫ শিশুসহ ৬জনৰ

উত্তৰ প্ৰদেশৰ মীৰাটত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। ৰেডিমেড কাপোৰৰ ব্যৱসায়ীৰ ঘৰত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ৫টা শিশুসহ ৬ জন...

Read moreDetails
Page 501 of 6057 1 … 500 501 502 … 6,057

Stay Connected

Recent News