শীর্ষ সংবাদ

“বান”ত আক্ৰান্ত চলিত অসম বিধানসভা অধিৱেশনৰ পহিলা দিন

সমগ্ৰ অসমজুৰি আধা কোটি মানুহ আৰু অলেখ জীৱ-জন্তুক জীয়াতু ভোগোৱা চলিত বানক লৈ হুলস্থূলেৰে সমাপ্ত হৈছে বিধান সভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ...

Read moreDetails

নগাঁও-কাৰ্বিআংলং সীমান্তত বনৰীয়া হাতীৰ আহাৰৰ বাবে কৰা কৃষিকৰ্ম দেখি আপ্লুত মাইক পাণ্ডে

নগাঁও-কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চলত দীৰ্ঘদিন ধৰি মানুহ আৰু বনৰীয়া হাতীৰ মাজত চলি থকা সংঘাত দূৰ কৰাৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত...

Read moreDetails

গুৱাহাটীত মোদী ৰাজ্যৰ ৭০ বছৰীয়া “একলব্য”, তেওঁৰ লক্ষ্য স্থান হ’ল লণ্ডন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটৰ চৰকাৰে “একলব্য” সন্মানেৰে সন্মানিত কৰা ভৰত দাৱে শুকুৰবাৰে আহি গুৱাহাটীত উপস্থিত হৈছে। লক্ষ্য তেওঁৰ...

Read moreDetails

কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই য়ুনিফৰ্মৰ দোকান নিৰ্ধাৰণ কৰি দিয়াক লৈ ক্ষুব্ধ শিক্ষাৰ্থী

শিক্ষাৰ্থীসকলৰ প্ৰতিবাদ নেওচি য়ুনিফৰ্ম নথকা ১১৯ বছৰীয়া পৰম্পৰা ভংগ কৰি কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইয়াৰ শিক্ষাৰ্থীসকলৰ বাবে য়ুনিফৰ্ম নিৰ্ধাৰণ কৰি দিয়াৰ...

Read moreDetails

তেজপুৰত কাৰ্গিল বিজয় দিৱস উদযাপন ভাৰতীয় সেনা গজৰাজ ক’ৰৰ

’৯৯ৰ কাৰ্গিল যুদ্ধৰ ভাৰতজুৰি চলা স্মৃতিচাৰণৰ সমান্তৰালকৈ তেজপুৰতো ভাৰতীয় সেনাৰ গজৰাজ ক’ৰে শুকুৰবাৰে উদযাপন কৰিছে “বিজয় দিৱস”। ৪ ক’ৰৰ গেৰিছনস্থিত...

Read moreDetails

মহানগৰীৰ কালাপাহাৰত চাঞ্চল্যকৰ ডকাইতি; অস্ত্ৰধাৰী ডকাইতৰ দলে দিন দুপৰতে লুটিলে জুৱেলাৰী

মহানগৰীৰ কালাপাহাৰত সংঘটিত হোৱা এক চাঞ্চল্যকৰ ডকাইতি কাণ্ডই আতংকিত কৰি তুলিছে অঞ্চলটোৰ জনসাধাৰণক। দিন দুপৰতে অহা এটা অস্ত্ৰধাৰী ডকাইতৰ দলে...

Read moreDetails

বি এছ এফৰ জোৱানক হত্যা কৰাৰ নতুন কৌশল পশু সৰবৰাহকাৰীৰ

ভাৰত-বাংলাদেশ সীমান্তত পহৰাৰত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানক হত্যা কৰাৰ নতুন কৌশল ব্যৱহাৰ কৰিছে পশু সৰবৰাহকাৰীৰ দলে। পশু সৰবৰাহকাৰীসকলে বাংলাদেশলৈ গৰু...

Read moreDetails

মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ উত্তৰাখণ্ড চৰকাৰৰ ৫ কোটি টকাৰ বৰঙনি

অসমৰ ভয়াবহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে উত্তৰাখণ্ড চৰকাৰে মুখ্য মন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ পাঁচ কোটি টকা বৰঙনি হিচাপে...

Read moreDetails

এন আৰ চিৰ পুনৰীক্ষণ : প্ৰতীক হাজেলাক সকীয়নি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰৰ

উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো মইমতালিৰে পৰিচালনা কৰিছে বুলি অভিযোগ তুলি ৰাজ্যিক সমন্বয়ক প্ৰতীক...

Read moreDetails

শিৱসাগৰ হাঁ‌হচৰাত জিঅ’ই খন্দা গাঁতত উদ্ধাৰ ৰজাদিনীয়া সম্পদ

ছশ বছৰীয়া আহোম শাসনৰ বেছিভাগ সময়ৰ ৰাজধানী শিৱসাগৰৰ হাঁ‌হচৰা সিংহদ্বাৰত ৰিলায়েন্স জিঅ’ই খন্দা গাঁতত শুকুৰবাৰে পুৱা কেইপদমান ৰজাদিনীয়া সম্পদ উদ্ধাৰ হৈছে।...

Read moreDetails
Page 5362 of 6060 1 … 5,361 5,362 5,363 … 6,060

Stay Connected

Recent News