শীর্ষ সংবাদ

বাংলাদেশৰ প্ৰথমটো মহিলা পপ বেণ্ড ‘লেইজফিটা’ই তুলিছে খলকনি

বাংলাদেশৰ প্ৰথমটো মহিলা পপ বেণ্ড লেইজফিটাই ‘ছানছিল্ক দিৱস’ সংগীত প্ৰতিযোগিতাত বিজয়ী হোৱাৰ পাছৰে পৰাই তেওঁলোকৰ সংগীতেৰে খলকনি তুলি আহিছে। এই...

Read moreDetails

কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসুচী লৈ আজি মাজুলীলৈ মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱাল : উপস্থিত থাকিব শিক্ষা মন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্য

কৃ্তী ছাত্র ছাত্রীক অভিনন্দন, সতী ৰাধিকা বঁটা প্রদান কাৰ্যসূচীত ভাগ লোৱাৰ উদ্দেশ্যে দেওবাৰে মাজুলীত উপস্থিত হ’বহি ৰাজ্যৰ মুখ্য মন্ত্রী তথা...

Read moreDetails

গৌতম ৰয়, ৰমেন বৰঠাকুৰক নিলম্বন; আন তিনিৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ অসম কংগ্ৰেছৰ

শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত বৰ্ধিত কাৰ্য্যনিৰ্বাহকত প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰমেন বৰঠাকুৰক নিলম্বন কৰাৰ সিদ্ধান্ত...

Read moreDetails

গগৈ, সোণোৱাল দুয়ো জড়িত ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু নিঃশেষৰ ষড়যন্ত্ৰত: মত আমছুৰ

আমছুৰ মতে অসমত ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু নিঃশেষৰ ষড়যন্ত্ৰত প্ৰাক্তন আৰু বৰ্তমানৰ মুখ্য মন্ত্ৰী ক্ৰমে তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱাল...

Read moreDetails

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ বিৰুদ্ধে গোচৰ: কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

শিক্ষা ও গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই তেওঁৰ উলুবাৰীৰ বৰা চাৰ্ভিছস্থিত বাসগৃহৰ প্ৰৱেশ দুৱাৰত তলা ওলোমাই দিয়াৰ বিৰুদ্ধে উক্ত...

Read moreDetails

ৰাজীৱ ভৱনত জ্যেষ্ঠ কংগ্ৰেছী নেতাক ‘হাত-ভৰি ভাঙি দিয়া’ৰ ভাবুকি কংগ্ৰেছ কৰ্মীৰ

ৰাজীৱ ভৱনত কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে শণিবাৰে কিছু অথন্তৰ ঘটে। মূল প্ৰৱেশ দ্বাৰেৰে সোমাই অহা সময়তে প্ৰদেশ কংগ্ৰেছৰ...

Read moreDetails

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে ASTC ৰ বিনামূলীয়া বাছ সেৱা

এতিয়াৰ পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৰাজ্যৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ক্ৰমে ২ বছৰ আৰু ৩...

Read moreDetails

অসম আৰক্ষীত চাকৰি : ২০০০ টা খালী পদত নিযুক্তিৰ বাবে আবেদন আহ্বান

অসমত ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ড (এছ এল পি আৰ বি) এ আৰক্ষী বিভাগৰ ২০০০ টা বিভিন্ন খালী পদত নিযুক্তিৰ...

Read moreDetails

শ্বহীদ নিৰোদ শৰ্মাৰ বাসগৃহত হিমন্ত বিশ্ব শৰ্মা; শ্বহীদগৰাকীৰ সোঁৱৰণত ৩ কিলোমিটাৰ পথ উৎসৰ্গাৰ নিৰ্দেশ

১২ জুনত দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীয়াগুলীত শ্বহীদ হোৱা অসমৰ চি আৰ পি এফৰ জোৱান নিৰোদ শৰ্মাৰ...

Read moreDetails

চামগুৰিত খেতিপথাৰ চাবলৈ আহি শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰে’লৰ খুন্দাত থিতাতে নিহত এগৰাকী কৃষক

নগাঁও জিলাৰ চামগুৰিত আজি ৰাতিপুৱা সংঘটিত হোৱা এক শোকাৱহ দুৰ্ঘটনাত এগৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাত ৰাতিপুৱাই সমগ্ৰ অঞ্চলটোত শোকাকুল...

Read moreDetails
Page 5431 of 6060 1 … 5,430 5,431 5,432 … 6,060

Stay Connected

Recent News