শীর্ষ সংবাদ

আজি সমগ্ৰ দেশৰ লগতে অসমতো বন্ধ থাকিব চিকিৎসালয়সমূহ

পশ্চিম বংগত চিকিৎসকৰ ওপৰত নিৰ্মমভাৱে হোৱা আক্ৰমণৰ প্ৰতিবাদত আজি সমগ্ৰ দেশজুৰি চিকিৎসালয়সমূহ বন্ধ থাকিব। আজি পুৱা ৬ বজাৰ পৰা কাইলৈ...

Read moreDetails

হিন্দুৰ পৰিচয়েৰে প্ৰেম কৰি মেহবুব আলমে পলুৱাই আনিলে ছোৱালী

এজন মুছলমান সম্প্ৰদায়ৰ যুৱকে নিজকে প্ৰাঞ্জল বৰা বুলি ভুৱা পৰিচয় দি এগৰাকী হিন্দু ছোৱালীক পলুৱাই অনা কাৰ্য দেওবাৰে পোহৰলৈ অহাত সম্প্ৰতি...

Read moreDetails

এন আৰ চিৰ সম্পূৰ্ণ পুনৰীক্ষণ বিচাৰি সৰ্বোচ্চ ন্যায়ালয়লৈ অভিজিৎ শৰ্মা

উচ্চতম ন্যায়ালয়ত অসমৰ এন আৰ চি উন্নীতকৰণ সম্পৰ্কীয় গোচৰৰ লেখ আবেদনকাৰী (আবেদন নং ২৭৪/২০০৯) আচাম পাব্লিক ৱৰ্কচৰ সভাপতি অভিজিত শৰ্মাই...

Read moreDetails

অৰুণাচলৰ ইটানগৰত আটক দুধৰ্ষ চোৰাং গঁড়ৰ খৰ্গ বেপাৰী

বিশ্বনাথ বন সংমণ্ডলৰ বনৰক্ষী বিষয়া ৰাজু গগৈৰ নেতৃত্বত এটা বন কৰ্মীৰ দল, আই আৰ এফৰ দল আৰু ইটানগৰ আৰক্ষীৰ সহযোগত...

Read moreDetails

পথ নে পুখুৰী? বিটিএডি সংখ্যালঘু ছাত্ৰ সন্থাই মাছ ধৰিলে ৰঙিয়াৰ গোৰেশ্বৰ পথত

সদৌ বিটিএডি সংখ্যালঘু ছাত্ৰ সন্থাই আজি ৰঙিয়া লচিবাৰী গোৰেশ্বৰ পথত এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি পথ মেৰামতিৰ দাবী জনায়।...

Read moreDetails

৪১ হাজাৰ টেট শিক্ষকৰ ৰাজ্যজোৰা আন্দোলন ঘোষণা, বিজেপিক সোঁৱৰালে ‘ভিজন ডকুমেণ্ট’

২০১৬ৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে প্ৰকাশ কৰা ভিজন ডকুমেণ্টত টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি লিপিবদ্ধ হৈছিল। বিজেপি...

Read moreDetails

ৰিপুন বৰা নাৰী কেলেংকাৰি আৰু বিত্তীয় কেলেংকাৰিৰ সৈতে জড়িত : ৰমেন বৰঠাকুৰ

"দলৰ বিৰোধী মন্তব্য মই কেতিয়াও কৰা নাছিলো। কালি কাৰ্য্যনিৰ্বাহকত গ্ৰহণ কৰা সিদ্ধান্ত বলপূৰ্বকভাৱে লোৱা সিদ্ধান্ত আৰু ইয়াত আত্মপক্ষৰ সমৰ্থনৰ সুবিধা...

Read moreDetails

ছ’নি টিভিৰ ৰিয়েলিটি শ্ব’ ছুপাৰ ড্যান্স ছিজন-৩’ৰ শীৰ্ষ ৫গৰাকীৰ ভিতৰত অসমৰ জয়শ্ৰী

ৰাষ্ট্ৰীয় টিভি চেনেল ছ’নি টিভিৰ ৰিয়েলিটি শ্ব' জনপ্ৰিয় নৃত্য প্ৰতিযোগিতাৰ অনুষ্ঠান ছুপাৰ ড্যান্স ছিজন-৩’ৰ শীৰ্ষ ৫গৰাকীৰ ভিতৰত স্থান লাভ কৰিছে...

Read moreDetails

চামগুৰিত ট্ৰাক-ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষত শিশুসহ দুজন নিহত, ১৫জনতকৈ অধিক আহত

নগাঁৱৰ চামগুৰিৰ গটঙাত আজি পুৱা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন ট্ৰাক আৰু এখন যাত্ৰীবাহী ট্ৰেভেলাৰৰ মাজত লগা মুখামুখি...

Read moreDetails

‘অবৈধ বিদেশী’ ৰাখিবলৈ আৰু ১০ টা ডিটেনশ্যন কেম্প স্থাপন কৰিব ৰাজ্য চৰকাৰে!

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ সময়সীমা চমু চাপি অহাৰ লগে লগে বৃহৎ সংখ্যক অবৈধ বিদেশীৰ বন্দী কৰি ৰখাৰ বাবে...

Read moreDetails
Page 5430 of 6060 1 … 5,429 5,430 5,431 … 6,060

Stay Connected

Recent News